Bihpuria Assembly NSUI

Bihpuria Assembly NSUI NSUI

24/03/2026

প্ৰথমবাৰৰ ভোটাৰ হোৱাৰ আনন্দ লওক আৰু শক্তিশালী গণতন্ত্ৰ গঢ়াৰ বাবে নিজৰ দায়িত্ব পালন কৰক।
নৱ ভোটৰ সকলৰ কাষত Kulendra Saikia

03/03/2026

লখিমপুৰ জিলাৰ অন্তৰ্গত ৭৪ নং ৰঙানদী সমষ্টিত এদল তৰুণ প্ৰজন্মৰ প্ৰতিনিধিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ কৰে ৰঙানদী সমষ্টিৰ যুৱ নেতা জিতেন কলিতাৰ লগত সংগ দিয়ে অসম ৰাজ্যিক NSUI সম্পাদক Kulendra Saikia আৰু লখিমপুৰ জিলা NSUI সভাপতি @বাচু বৰা।

বিহপুৰীয়া সমষ্টি NSUI-ৰ  সামাজিক তথ্য প্রযুক্তি বিভাগৰ , অধ্যক্ষ Malabya Bhuyan Nsui লৈ বিহপুৰীয়া সমষ্টি NSUI ফালৰ পৰা...
11/01/2026

বিহপুৰীয়া সমষ্টি NSUI-ৰ সামাজিক তথ্য প্রযুক্তি বিভাগৰ , অধ্যক্ষ Malabya Bhuyan Nsui লৈ বিহপুৰীয়া সমষ্টি NSUI ফালৰ পৰা জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏
NSUI Assam

বিৰল ব্যক্তিত্বৰ অধিকাৰী ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ জন্ম জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিলো ৷
11/12/2025

বিৰল ব্যক্তিত্বৰ অধিকাৰী ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ জন্ম জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিলো ৷

অসম ৰাজ্যিক NSUI ৰ  সভাপতি Kaushik Kashyap Kalita-ৰ নিৰ্দেশমৰ্মে  আজি লখিমপুৰ জিলা NSUI- ৰ সভাপতি বাচু বৰা নেতৃত্বত লখিম...
09/12/2025

অসম ৰাজ্যিক NSUI ৰ সভাপতি Kaushik Kashyap Kalita-ৰ নিৰ্দেশমৰ্মে আজি লখিমপুৰ জিলা NSUI- ৰ সভাপতি বাচু বৰা নেতৃত্বত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু লখিমপুৰৰ বিভিন্ন কলেজৰ সমুখত পোষ্টাৰৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্থ উপাচাৰ্য শম্ভুনাথ সিংৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ-ছাত্ৰীক ন্যায় দিম বুলি আভুৱা ভৰা কথা ক'লেই নহব।দেশৰ শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগক উপযুক্ত পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ।
NSUI Assam
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)
Indian National Congress - Assam

09/12/2025

*'২৬ৰ নিৰ্বাচনত এখন শক্তিশালী যুঁজ দিবলৈ কংগ্ৰেছ দল বদ্ধপৰিকৰ।
* ৰাইজৰ মুখেৰে, ৰাইজৰ কথা শুনি দলৰ ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিছে "ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ" শীৰ্ষক যাত্ৰা।
- ৰাজ্যজুৰি আৰম্ভ হোৱা "ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ" অভিযান‌ সন্দৰ্ভত মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকন ডাঙৰীয়ানীৰ।
- #ৰাইজৰপদূলিতৰাইজৰকংগ্ৰেছ
-
Barnali Phukan

আজি অসম ৰাজ্যিক NSUI সভাপতি Kaushik Kashyap Kalita ৰ নিৰ্দেশমৰ্মে লখিমপুৰ জিলা NSUI সভাপতি বাচু বৰা নেতৃত্বত যোৱা এটা সজ...
08/12/2025

আজি অসম ৰাজ্যিক NSUI সভাপতি Kaushik Kashyap Kalita ৰ নিৰ্দেশমৰ্মে লখিমপুৰ জিলা NSUI সভাপতি বাচু বৰা নেতৃত্বত যোৱা এটা সজাতি দলে লখিমপুৰ সদৰ থানাত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিঙ ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।তেজপুৰ বিশ্ববিদ্যালয়ৰ পুঁ‌জিৰ টকা অপব্যয় কৰাৰ যি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে তাৰ ওপৰত উচিত তদন্ত কৰিবলৈ আৰু অপৰাধীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ অসম পুলিচলৈ অনুৰোধ জনায়।
শিক্ষানুষ্ঠানত এনে দুৰ্নীতি কোনো কাৰণত সহ্য কৰা নহ'ব।

NSUI Assam
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)
Indian National Congress - Assam

📍 তেজপুৰ বিশ্ববিদ্যালয়ত আজি  অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি Kaushik Kashyap Kalita ডাঙৰীয়াৰ নেতৃত্বত  এন এছ ইউ আইৰ এট...
07/12/2025

📍 তেজপুৰ বিশ্ববিদ্যালয়ত আজি অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি Kaushik Kashyap Kalita ডাঙৰীয়াৰ নেতৃত্বত এন এছ ইউ আইৰ এটি সঁজাতি দলে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ।

আমাৰ দাবী স্পষ্ট:-
১/ ছাত্ৰ-ছাত্ৰীৰ অনুকূল কেম্পাছ সৃষ্টি।
২) উপাচাৰ্য সম্ভু নাথ সিঙৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত।
৩/ মুক্ত আৰু ন্যায্য ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰা।
NSUI Assam
Indian National Congress - Assam
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)
Gaurav Gogoi
Bhupen Borah

ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা, সমাজ সংস্কাৰক ড° ভীমৰাও ৰামজী আম্বেদকাৰদেৱক মৃত্যুবাৰ্ষিকীত যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। সংবিধা...
06/12/2025

ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা, সমাজ সংস্কাৰক ড° ভীমৰাও ৰামজী আম্বেদকাৰদেৱক মৃত্যুবাৰ্ষিকীত যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। সংবিধানৰ জৰিয়তে দেশবাসীক সম অধিকাৰ প্ৰদান কৰা আম্বেদকাৰদেৱৰ কৰ্মৰাজি সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব।
NSUI Assam
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)

📍 তেজপুৰ বিশ্ববিদ্যালয়ত আজি  অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি Kaushik Kashyap Kalita ডাঙৰীয়াৰ সৈতে এন এছ ইউ আইৰ এটি সঁজ...
06/12/2025

📍 তেজপুৰ বিশ্ববিদ্যালয়ত আজি অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি Kaushik Kashyap Kalita ডাঙৰীয়াৰ সৈতে এন এছ ইউ আইৰ এটি সঁজাতি দলে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

আমাৰ দাবী স্পষ্ট:-
১/ ছাত্ৰ-ছাত্ৰীৰ অনুকূল কেম্পাছ সৃষ্টি।
২) উপাচাৰ্য সম্ভু নাথ সিঙৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত।
৩/ মুক্ত আৰু ন্যায্য ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰা।
NSUI Assam
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)
Indian National Congress - Assam

যদি আপুনি ভুলক ভুল বুলি ক’বলৈ সক্ষম নহয়, তেন্তে আপোনাৰ প্ৰতিভা নিৰর্থক।- বাবা চাহেব ভীমৰাও আম্বেদকাৰ
06/12/2025

যদি আপুনি ভুলক ভুল বুলি ক’বলৈ সক্ষম নহয়, তেন্তে আপোনাৰ প্ৰতিভা নিৰর্থক।
- বাবা চাহেব ভীমৰাও আম্বেদকাৰ

The future belongs to those who prepare for it today.Join us tomorrow for NSUI’s FREE 2-Day AI Skill Training Program an...
04/12/2025

The future belongs to those who prepare for it today.

Join us tomorrow for NSUI’s FREE 2-Day AI Skill Training Program and unlock the tools that will shape the next decade — AI, automation, innovation.

🗓️ 5th & 6th December | ⏰ 8–9 PM
Registrations are still open!
Let’s learn. Let’s innovate. Let’s move India forward.
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)
NSUI Assam
Kaushik Kashyap Kalita

Address

Bihpuriagaon

Telephone

+917099341238

Website

Alerts

Be the first to know and let us send you an email when Bihpuria Assembly NSUI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share