কমলা দেৱী বৰুৱা/Kamala Devi Boruah

কমলা দেৱী বৰুৱা/Kamala Devi Boruah ৰাইজৰ বাবে

Good MorningFriendss
06/12/2025

Good Morning
Friendss

Good Afternoon Friendss
17/01/2025

Good Afternoon Friendss

Rip Rip Dada🙏🙏
17/01/2025

Rip Rip Dada🙏🙏

Om Sani  🙏🙏                               ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেশৰ জ্যেষ্ঠ নেতা ড০ চৰ্দাৰ মনমোহন সিঙৰ মৃত্য...
27/12/2024

Om Sani 🙏🙏 ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেশৰ জ্যেষ্ঠ নেতা ড০ চৰ্দাৰ মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশে অত্যন্ত শোক প্ৰকাশ কৰিছে।
তেখেতৰ পৰিয়াল আৰু অগণন আপোনজনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
সাধাৰণ পটভূমিৰ পৰা আহি দেশৰ সৰ্বোচ্চ পদত শোভা বঢ়ায় ড° মনমোহন সিঙে।
ভাৰতৰ প্ৰতি বিখ্যাত অৰ্থনীতিবিদ ড° সিঙৰ অৱদান সদায় আমাৰ মাজত স্মৰণীয় হৈ থাকিব।
আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেখেতৰ বিদেহী আত্মাক পৰিত্ৰাণ প্ৰদান কৰে।🙏🚩

🔶️তেখেতৰ কৰ্মজীৱনৰ চমু আভাষ🔶️ 👇👇

👉🏽১৯৫৭ চনৰ পৰা ১৯৬৫ চনলৈ- চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত শিক্ষক হয়।

👉🏽১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈ- দিল্লী স্কুল অৱ ইকনমিক্সত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অধ্যাপক।

👉🏽১৯৭৬- দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সন্মানীয় অধ্যাপক হয়।

👉🏽১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আছিল।

👉🏽১৯৮৫ চনৰ পৰা ১৯৮৭ চনলৈ- পৰিকল্পনা আয়োগৰ উপ-সভাপতি।

👉🏽১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ- প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা আছিল।

👉🏽১৯৯১- নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হয়।

👉🏽১৯৯১- অসমৰ পৰা প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হয়।

👉🏽১৯৯৬- দিল্লী স্কুল অৱ ইকনমিক্সত সন্মানীয় অধ্যাপক হয়।

👉🏽১৯৯৯- দক্ষিণ দিল্লীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়।

👉🏽২০০১- তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হোৱাৰ লগতে সদনত কংগ্ৰেছৰ পৰা বিৰোধী দলৰ নেতা হয়।

👉🏽২০০৪ চনৰ পৰা ২০১৪ চনলৈ- ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।

👉🏽২০১৯-২০২৪: ষষ্ঠবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য।

🙏তেখেতলৈ গভীৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো।🙏🚩




Kamala Devi Boruah

Good Morning Friendss
16/12/2024

Good Morning Friendss

Good Night
06/12/2024

Good Night

Good Morning
07/07/2024

Good Morning

Address

Bihpuriagaon
784161

Telephone

+919854445080

Website

Alerts

Be the first to know and let us send you an email when কমলা দেৱী বৰুৱা/Kamala Devi Boruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share