RPF Assam অধিকাৰ সুৰক্ষা মঞ্চ অসম

  • Home
  • India
  • Barpeta
  • RPF Assam অধিকাৰ সুৰক্ষা মঞ্চ অসম

RPF Assam অধিকাৰ সুৰক্ষা মঞ্চ অসম "অধিকাৰ সুৰক্ষা মঞ্চ, অসম" লক্ষ্য আৰু উদ্দেশ্য হ'ল ন্যায়ৰ বাবে যুঁজ কৰা

আজি ১৬৪৪ মাজৰ চৰ পূৱপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিবেশৰ বুজ ল‌য় লগতে শিক্ষক সকলৰ সৈতে শৈক...
09/09/2025

আজি ১৬৪৪ মাজৰ চৰ পূৱপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিবেশৰ বুজ ল‌য় লগতে শিক্ষক সকলৰ সৈতে শৈক্ষিক আলোচনা কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি জুমিৰ উদ্দিন সৰকাৰ আৰু মুখ্য সম্পাদক নুৰ ইছলাম চাহাবৰ লগতে সজাতি দলে। । অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত "শিক্ষাৰ পোহৰ -APSC/UPSC সহায় প্ৰকল্প"ৰ অধিনত বিদ্যালয় পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰে। ধন্যবাদ জনাইছো শিক্ষাগুৰু সকললৈ আৰু ভালকৈ যাতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত কৰে তাৰ বাবে আহ্বান জনাইছোঁ। জয় আই অসম, অধিকাৰ সুৰক্ষা মঞ্চ অসম জিন্দাবাদ।

09/09/2025

আজি কলাইৰদিয়া মাজৰ চৰ এম‌ই স্কুলত ছাত্ৰ ছাত্ৰীৰ লগত APSC/UPSC সম্পৰ্কে আলোচনা কৰোঁ, ছাত্ৰ ছাত্ৰীৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্বাচনত এয়া এক উল্লেখযোগ্য স্থান লাভ কৰাবলৈ যত্ন কৰো। অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত "শিক্ষাৰ পোহৰ -APSC/UPSC সহায় প্ৰকল্প"ৰ অধীনত প্ৰতিখন বিদ্যালয় ভিজিট কৰি শৈক্ষিক পৰিবেশৰ বুজ লোৱাৰ লগতে বিভিন্ন আলোচনা কৰো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ লগত। আমাৰ অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ মুখ্য সম্পাদকৰ কিছু আলোচনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি জুমিৰ উদ্দিন সৰকাৰৰ লগতে সজাতি দল। জয় আই অসম, অধিকাৰ সুৰক্ষা মঞ্চ অসম জিন্দাবাদ

07/09/2025

চিতু বৰুৱা আপুনি বাংলাদেশী বুলি অত্যাচাৰ কৰা সকল যেতিয়া বাংলাদেশী নহয় বুলি প্ৰমাণ হয়, ক্ষমা বিচাৰি মহানতাৰ পৰিচয় কিয় নিদিয়ে?
নে নৈতিকতা পাহৰিলে?

অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ আঞ্চলিক সমিতি গঠন প্ৰক্ৰিয়া চলি আছে। বিভিন্ন গাঁও পঞ্চায়তৰ পৰা আপোনালোকে যোগাযোগ কৰিব বুলি আশ...
07/09/2025

অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ আঞ্চলিক সমিতি গঠন প্ৰক্ৰিয়া চলি আছে। বিভিন্ন গাঁও পঞ্চায়তৰ পৰা আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰিলো।

07/09/2025

অভিভাৱকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। ইৰো খাই যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহত। এওঁলোকক দেখা পালেই চকু ৰাখিব লাগিব সচেতন ব্যক্তি সকলে। নহ'লে আগন্তুক দিনত আপোনাৰ সন্তানো এওঁলোকৰ সংগী হ'ব। ম‌ই নিজে যোৱা কালি ধৰিছো। ভিডিঅ' দিয়াৰ উদ্দেশ্য ল'ৰা জনৰ অভিভাৱক তথা গাওঁবাসীক সচেতন কৰা। যোৱা ৰাতি (০৬/০৯/২০২৫ ইং খাটিয়ামাৰীত) আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক নুৰ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত ধৰা পেলোৱা হয়।

আজি অধিকাৰ সুৰক্ষা মঞ্চৰ তৰফৰ পশ্চিম মাজৰ চৰ খাটিয়ামাৰী এম‌ই স্কুলৰ প্ৰধান শিক্ষক শ্বহিদুল ইছলামৰ বিদায়ী সভাত উপস্থিত ...
06/09/2025

আজি অধিকাৰ সুৰক্ষা মঞ্চৰ তৰফৰ পশ্চিম মাজৰ চৰ খাটিয়ামাৰী এম‌ই স্কুলৰ প্ৰধান শিক্ষক শ্বহিদুল ইছলামৰ বিদায়ী সভাত উপস্থিত হৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জুমিৰ উদ্দিন সৰকাৰ, উপ-সভাপতি জাহাংগীৰ আলম আৰু মুখ্য সম্পাদক নুৰ ইছলামে সম্বৰ্ধনা জ্ঞাপন কৰে।

Address

Alopati
Barpeta
781308

Website

Alerts

Be the first to know and let us send you an email when RPF Assam অধিকাৰ সুৰক্ষা মঞ্চ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share