চলো বিপিএফ কৰি

চলো বিপিএফ কৰি গুৰামীৰ ৰাজনীতি এইবাৰ দলীয়াই পেলাম ।

29/03/2026

এইবাৰ বিধান সভা নিৰ্বাচনৰ পিছত UPPLঅৰ্থাৎ #ওৰ্খাও_প্ৰমুদ_প্ৰাইভেট_লিমিটেড_কোম্পানীত_কাম_কৰা_কৰ্মচাৰীৰ_অৱস্থা_এনেকোৱা_নিশ্চিতি ।

06/03/2026

আজি মানস সমষ্টিৰ অন্তৰ্গত নিমুৱাত দিছপুৰ চলো যাত্ৰাত উপষ্ঠিত হয় BTC shief Hagrama mohilary।
আৰু আগন্তুক বিধান সভা নিৰ্বাচন সম্পৰ্কে কিছু কথা অৱগত কৰে মানস সমষ্টি ৰাইজৰ আগত ।

29/01/2026

*বিটিচিত প্ৰবাৱ নপৰে SR সম্পৰ্কীয় কোনো সমস্যা*
আপোনালোকে আতংকৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ যি কোনো সমস্যাৰ হৈতে মই যুঁজিম ।

18/01/2026

ৰাইজে আমাক মৰম দিছে , এতিয়া আমি ৰাইজক মৰম কৰিম ।

17/01/2026

শেহতীয়াকৈ স্বাক্ষৰিত বিটিআৰৰ শান্তি চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সেই চুক্তি সমূহ কাৰ্য্যকৰি কৰিবৰ বাবে অনুৰোধ কৰিলে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে




14/01/2026

😆😆

11/01/2026

কোকৰাঝাৰ জ্বলাই দিয়া হব মানে এই কথা কিহৰ ইংগিত বহন কৰিছে ।
সাম্প্ৰদায়িক শক্তিক কঠোৰ হাতেৰে নিৰ্মূল হব লাগে ।
অন্যয়ৰ বিৰোধিতা কৰা ভাল , কিন্তু সেই বিৰোধিতা সম্প্ৰদায়িক মনোভাবেৰে নহয়।




11/01/2026

#বাট_চাই_আছোঁ_এই_মনোমহ_দৃশ্য_চাবলৈ
অহা 17 জানুৱাৰীত গুৱাহাটীত হবলগীয়া #বাগুৰুম্বা_নৃত্য ৷ অসমৰ ভিবিন্ন ঠাইৰ পৰা প্ৰায় ১০ হাজাৰ বাগুৰুম্বা শিল্পীয়ে এই নৃত্যত ভাগ ল'ব







10/01/2026

যিমান অন্যয় কাম নহওঁক কিয় আমি আইনৰ ওপৰত সদায় আস্থা ৰাখিব লাগে।
যিকেই নহওঁক আইনৰ পোছাকদাৰী এজন ব্যক্তিক এনেকৈ গুৰুলা গুৰুলাকৈ মাৰধৰ কৰা কাৰ্য্য কেতিৱও গ্ৰহণ যোগ্য বুলি মই নাবাবো।

04/01/2026


Hagrama mohilary sir




01/01/2026

আজি হঠাৎ মানাহ বনভোজস্থলী কিছু সময় এনেকৈ আমি বোৰে একেলগে।

Address

মথনগুৰীৰ সমৰ্থক আমৰা
Barpeta

Website

Alerts

Be the first to know and let us send you an email when চলো বিপিএফ কৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share