নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বজালী আৰু বৰপেটা

  • Home
  • India
  • Barpeta
  • নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বজালী আৰু বৰপেটা

নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বজালী আৰু বৰপেটা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বজালী আৰু বৰপেটা, Social service, বজালী, Barpeta.

"প্ৰকৃতি আমাৰ মাতৃ, ইয়াক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। সেউজ প্ৰকৃতিক বচাওক, জীৱন সুৰক্ষিত কৰক।"আজি বিশ্ব পৰিৱেশ দিৱস! আহ...
05/06/2026

"প্ৰকৃতি আমাৰ মাতৃ, ইয়াক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। সেউজ প্ৰকৃতিক বচাওক, জীৱন সুৰক্ষিত কৰক।"

আজি বিশ্ব পৰিৱেশ দিৱস! আহক আমি সকলোৱে মিলি এখন সেউজীয়া আৰু প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ সংকল্প লওঁ।"

নমস্কাৰ গ্ৰহণ কৰিব.......আজি  প্ৰতিগৰাকী নাৰীৰ বাবে এটা বিশেষ দিন। আজি ২৫ মে'  আৰু এই  বিশেষ দিনটোতে  সমাজত চলি থকা নাৰী...
25/05/2026

নমস্কাৰ গ্ৰহণ কৰিব.......

আজি প্ৰতিগৰাকী নাৰীৰ বাবে এটা বিশেষ দিন। আজি ২৫ মে' আৰু এই বিশেষ দিনটোতে সমাজত চলি থকা নাৰী/ পুৰুষ উভয়ৰে ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিবলৈ গঢ় লৈ উঠিছিল "নদী আৰু নাৰী, জাগ্ৰত শক্তি অসম" নামৰ এই সংগঠনটো। এই সংগঠনটোয়ে আজি দুটা বছৰ অতিক্ৰম কৰিলে । এই বিশেষ দিনটোত প্ৰতিগৰাকী নাৰীলৈ নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বৰপেটা/বজালী জিলা কমিটিৰ তৰফৰ পৰা অভিনন্দন জনালোঁ লগতে সংগঠনটোৰ জন্ম দাতা বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ জনালোঁ ।আমাক একত্ৰিত কৰি আগবঢ়াই নিয়াৰ বাবে। আপোনাক ভগৱানে শক্তি দিয়ক অনাগত দিনত এই যুঁজখনত যাতে সফলতাৰে জয় হব পাৰে।

জয় নদী আৰু নাৰী জাগ্ৰত শক্তি অসম ।

জয় আই অসম।

মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথ...
10/05/2026

মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰতিটো দিনেই সন্তানৰ বাবে হব লাগে মাতৃ দিৱস। মাতৃৰ চকুতেই যেন আছে সংসাৰৰ সমস্ত সুখ। মাতৃ মমতাময়ী, মাতৃ কৰুণাময়ী। এই মাতৃৰ বাবেই আমি এই ধৰাৰ সুখ লোৱাৰ সৌভাগ্য পাইছো।

নাৰীৰ শক্তিক স্বীকাৰ কৰক, নাৰীৰ সৈতে থকা প্ৰতিটো সম্পৰ্ককে সন্মান কৰক। কেৱল এদিন নহয়, প্ৰতিদিনে নাৰীক সন্মান জনাওক।Happ...
08/03/2026

নাৰীৰ শক্তিক স্বীকাৰ কৰক, নাৰীৰ সৈতে থকা প্ৰতিটো সম্পৰ্ককে সন্মান কৰক। কেৱল এদিন নহয়, প্ৰতিদিনে নাৰীক সন্মান জনাওক।

Happy Women’s Day.

04/03/2026

সকলোলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক, তাৰেই কামনা কৰিছোঁ।

নাৰী হৈছে সহনশীলতাৰ ,ত্যাগ আৰু প্ৰেমৰ মূৰ্তি।  প্ৰতিটো সমস্যা আৰু সংগ্ৰামক অতিক্ৰম কৰিব লাগিব।নিজৰ পৰিচয় নিজেই সৃষ্টি ক...
24/02/2026

নাৰী হৈছে সহনশীলতাৰ ,ত্যাগ আৰু প্ৰেমৰ মূৰ্তি। প্ৰতিটো সমস্যা আৰু সংগ্ৰামক অতিক্ৰম কৰিব লাগিব।নিজৰ পৰিচয় নিজেই সৃষ্টি কৰক, প্ৰতিটো সপোনক বাস্তৱত ৰূপায়িত কৰক। নাৰীক দুৰ্বল বুলি নাভাবিব, যেনেকৈ সৃষ্টি কৰিব পাৰে, ধ্বংস কৰাৰ ক্ষমতাও আছে ।প্ৰতিটো যন্ত্ৰণা সহ্য কৰা নাৰী, সকলোকে মৰম দিয়া নাৰী। যাৰ অবিহনে প্ৰতিটো সপোন আধৰুৱা, সেই নাৰীৰ প্ৰতি সম্পূৰ্ণ সন্মান প্ৰদৰ্শন কৰক।

মাথো সাহসৰ হে কথা আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই ঠিৰাং কৰো।Good night
19/02/2026

মাথো সাহসৰ হে কথা আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই ঠিৰাং কৰো।
Good night

13/02/2026

নাৰীয়েই প্ৰেম আৰু নাৰীয়েই শক্তি… নাৰী অবিহনে এই পৃথিৱী অসম্পূৰ্ণ।

"শুভৰাত্ৰি"

01/02/2026

Good morning

সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
15/01/2026

সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Address

বজালী
Barpeta
781352

Website

Alerts

Be the first to know and let us send you an email when নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বজালী আৰু বৰপেটা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category