Barpeta District Youth Congress

Barpeta District Youth Congress Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barpeta District Youth Congress, Political organisation, Barpeta.

Congratulation Azad Hussain
06/07/2025

Congratulation Azad Hussain

আজাদ হুছেইনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নিযুক্তি৷

18/12/2024

এয়া অসম আৰক্ষীৰ মিথ্যাচাৰৰ প্ৰমাণ। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাত কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হ'ল। তাৰ পাছত আৰক্ষীয়ে কৈছে, কংগ্ৰেছে প্ৰতিবাদ কৰাৰ কথা জনোৱাই নাছিল। কিন্তু এই পত্ৰযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী আয়ুক্তক ল'বলগীয়া কাৰ্যসূচীৰ বিষয়ে পূৰ্বেই অৱগত কৰিছিল। ৰাজ্যৰ চৰকাৰখনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰথম নাগৰিক হিচাপে বিবেচিত অসমৰ ৰাজ্যপালজনক এখন স্মাৰকপত্ৰ দি অৱগত কৰিবলৈ যোৱাত বাধা দিয়াটো গণতান্ত্ৰিক দেশৰ আৰক্ষী বাহিনীৰ বাবে কিমান যুক্তিসংগত সেই প্ৰশ্নও এইসময়ত উত্থাপন কৰা উচিত।

আজি‌ বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত সংবিধান দিৱস উপলক্ষে এখন সাধাৰণ সভাৰ অনুষ্ঠিত কৰা হয়।উক্ত সভাত উপস্থিত থাকে অসম চ...
26/11/2024

আজি‌ বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত সংবিধান দিৱস উপলক্ষে এখন সাধাৰণ সভাৰ অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মাননীয় ইব্ৰাহিম আলী আহমেদ ডাঙৰীয়া আৰু দলীয় বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল।
Dr.Smruti Ranjan Lenka ji
Zubair Anam ji
Rakesh Chakravorty ji
Abidur Rohman Ahmed ji
Rahul Hazarika II ji

আজি ০৯ আগষ্ট  #সৰ্বভাৰতীয়_যুৱ_কংগ্ৰেছৰ_প্ৰতিষ্ঠা_দিৱস উপলক্ষে  #বৰপেটা_জিলা_যুৱ_কংগ্ৰেছৰ উদ্যোগত বৰপেটা ৰাজীৱ ভবনৰ সন্ম...
09/08/2024

আজি ০৯ আগষ্ট #সৰ্বভাৰতীয়_যুৱ_কংগ্ৰেছৰ_প্ৰতিষ্ঠা_দিৱস উপলক্ষে #বৰপেটা_জিলা_যুৱ_কংগ্ৰেছৰ উদ্যোগত বৰপেটা ৰাজীৱ ভবনৰ সন্মুখত যুৱ কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ লগতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰো আৰু উত্তৰ বৰপেটা স্থিত ST Don Bosco School ত বৃক্ষ পুলি ৰোপণ কৰা হয়।

Address

Barpeta
781301

Alerts

Be the first to know and let us send you an email when Barpeta District Youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Barpeta District Youth Congress:

Share