অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰুপেটা

  • Home
  • India
  • Barpeta
  • অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰুপেটা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰুপেটা ভাৰত মাতা কি জয়
বন্দে মাতৰম
ছাত্ৰ শক্তি ৰাষ্ট্ৰ শক্তি
জয় হিন্দ
জয় আই অসম

ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষৰে অ ভা বি প ৰ জন্ম হৈছিল ভাৰতৰ স্বাধীনতাৰ এবছৰ পিছতে ১৯৪৮ চনত । কেইজন মান ছাত্ৰ শিক্ষকে আগভাগ লোৱা পৰিষদৰ পৰিৱৰ্তি সময়ত ১৯৪৯ চনৰ ৯ জুলাইত পঞ্জীভূত হয় ।প্ৰথম কেইবছৰমান ধীৰ গতিত আগবঢ়া পৰিষদখন, ১৯৫৮ চনত য়চৱন্ত কেলকাৰে দায়িত্ব লোৱাৰ পিছত নতুন গতি লাভ কৰে। কেলকাৰ আছিল বম্বেৰ এজন প্ৰৱক্তা ।তেওঁ পৰিষদৰ বৰ্তমানৰ অৱস্থা পোৱাত অগ্ৰণী ভূমিকা পালন

কৰিছিল । তেওঁক পৰিষদৰ মুখ্য গুৰি ধৰোতা হিছাপে অভিহিত কৰা হয় ।[4]

ক্ৰমান্বয়ে পৰিষদৰ কৰ্মৰ পৰিসৰ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ বিয়পি পৰিল ।[5] ভাজপাৰ ছাত্ৰ সংগঠন বুলি এক গুজৱ চলি থাকে যদিও, পৰিষদ প্ৰকৃততে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এচ এচ)ৰ হে ছাত্ৰ সংগঠন বুলি নিজকে অভিহিত কৰে ।[6][7] ইয়াৰ প্ৰতিষ্ঠা ভাজপাতকৈ বহু আগত৷ অৱশ্যে পৰিষদে ভাজপাৰ যুৱ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ লগত কিছু সমযত যুটীয়া কাৰ্যসূচী গ্ৰহণ কৰে ৷

Address

Sarupet
Barpeta

Alerts

Be the first to know and let us send you an email when অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰুপেটা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰুপেটা:

Share

Category