24/08/2026
অখিল গগৈক শাৰীৰিকভাৱে আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগত নাজিৰাৰ বিজেপিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল। বঙাইগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰাইজৰ দলৰ সম্পাদিকা মমী ৰায়চৌধুৰীৰ। ময়ুৰ বৰগোহাঁইয়ে নিজকে হিংসাৰ পথত বিশ্বাসী বুলি বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া!
Akhil Gogoi
Mahidhar Ray