CYSS Barpeta

CYSS Barpeta Cyss Zindabad.. Aap Zindabad... Kejriwal Zindabad

CYSS Barpeta  ৰ তৰফৰ পৰা অভিনন্দন Arman Khandakar  লৈ...Gokul Bhuyan Aam Aadmi Party (AAP) Jakir Jkr Hussain Office of M...
11/05/2025

CYSS Barpeta ৰ তৰফৰ পৰা অভিনন্দন Arman Khandakar লৈ...
Gokul Bhuyan Aam Aadmi Party (AAP) Jakir Jkr Hussain Office of Manish Sisodia CYSS Punjab Mansur Talukdar Aap Rubul Hassan Dibyajyoti Kuli Arvind Kejriwal Dr. Bhaben Choudhury Ahad Ali

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমৰ নৱ নিযুক্ত সাংগঠনিক সম্পাদক Gokul Bhuyan ডঙৰীয়া আৰু সাধাৰণ সম্পাদক Rubul Hassan  ডাঙৰীয়ালৈ ...
19/03/2025

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমৰ নৱ নিযুক্ত সাংগঠনিক সম্পাদক Gokul Bhuyan ডঙৰীয়া আৰু সাধাৰণ সম্পাদক Rubul Hassan ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন ও শুভকামনা থাকিলে ।
CYSS Barpeta
Aam Aadmi Party (AAP)
Arvind Kejriwal
Dibyajyoti Kuli
Dr. Bhaben Choudhury
CYSS Assam
CYSS Punjab
Mansur Talukdar Aap
বৰনগৰ মহাবিদ্যালয় CYSS গোট
Sijoy Chandra Boro

ছাত্র যুৱ সংগ্ৰাম সমিতি (CYSS) অসমৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ তত্বাবধায়ক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিব্যজ্য...
29/12/2024

ছাত্র যুৱ সংগ্ৰাম সমিতি (CYSS) অসমৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ তত্বাবধায়ক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিব্যজ্যোতি কুলি ডাঙৰীয়া লৈ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।

সদায় সুস্থ থাকক, দীৰ্ঘায়ূ হওঁক, তাৰেই কামনাৰে..
Dibyajyoti Kuli
Aam Aadmi Party (AAP)
Dr. Bhaben Choudhury
Mansur Talukdar Aap
CYSS Barpeta
CYSS Assam
CYSS Punjab
Arvind Kejriwal
Muna Babul
Jakir Jkr Hussain
Jahangir Alom
Ahad Ali
Muna Babul
Rubul Hassan
Office of Manish Sisodia

ঐতিহ্যণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ CYSS ৰ মনোনীত প্ৰাৰ্থী সকললৈ আন্তৰিক শুভে...
13/11/2024

ঐতিহ্যণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ CYSS ৰ মনোনীত প্ৰাৰ্থী সকললৈ আন্তৰিক শুভেচ্ছা জনালোঁ।




Aam Aadmi Party (AAP)
বৰনগৰ মহাবিদ্যালয় CYSS গোট
CYSS Assam
Arvind Kejriwal
Jakir Jkr Hussain
Muna Babul

19/05/2024

19/05/2024

বৰপেটা জিলাৰ অন্তৰ্গত ১৫ নং দক্ষিণ পূৱ সৰুক্ষেত্ৰী গাও পঞ্চায়তৰ অন্তৰ্গত (৪ নং ৱাৰ্ড ) ক্ষুদ্ৰবামুন বড়ী গাওত হৈ থকা পকী দলংত হৈ থকা ব্যাপক দূৰ্নীতিৰ বিৰুদ্ধে গাওখনৰ যুৱ সমাজৰ তীব্ৰ প্ৰতিবাদ....

আজি বৰপেটা জিলা ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা google meet ত এখন meeting  ৰ আয়োজন কৰা হয় ।উক্ত meeting ত উপস্থিত থাকে...
24/01/2024

আজি বৰপেটা জিলা ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা google meet ত এখন meeting ৰ আয়োজন কৰা হয় ।
উক্ত meeting ত উপস্থিত থাকে "ৰাজ্যিক ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক"
উক্ত সভাত বৰপেটা cyss ৰ তৰফৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়....








আম_আদমি_পাৰ্টীৰ উত্তৰ-পূৱৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক  #ৰাজেশ_শৰ্মা ডাঙৰীয়াৰ ওপজা দিনত   তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰ...
31/12/2023

আম_আদমি_পাৰ্টীৰ উত্তৰ-পূৱৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক #ৰাজেশ_শৰ্মা ডাঙৰীয়াৰ ওপজা দিনত তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো....

#ৰাজেশ_শৰ্মা




08/11/2023


Dibyajyoti Kuli
Jakir Jkr Hussain
বৰনগৰ মহাবিদ্যালয় CYSS গোট
Arvind Kejriwal
Aam Aadmi Party (AAP)
Dr. Bhaben Choudhury
Mansur Talukdar Aap

স্বামী বিবেকানন্দৰ দৰে মহান ব্যক্তিজনৰ ফটো লগাই এনে ভণ্ডামি কৰাটো কোনো ছাত্ৰ সংগঠনৰ চৰিত্ৰ হব নোৱাৰে ।কোনো ছাত্ৰ সংগঠনকে...
22/10/2023

স্বামী বিবেকানন্দৰ দৰে মহান ব্যক্তিজনৰ ফটো লগাই এনে ভণ্ডামি কৰাটো কোনো ছাত্ৰ সংগঠনৰ চৰিত্ৰ হব নোৱাৰে ।কোনো ছাত্ৰ সংগঠনকে তাচিল্য কৰাটো গণতান্ত্ৰিক চিন্তাৰ পৰিপন্থী। সেয়ে ABVP কো আমি তাচিল্য নকৰো। কিন্তু তেওঁলোকৰ কামবোৰ চাই আমাৰ এনে অনুভৱ হৈছে যে সঁচাকৈ আজি প্ৰমাণ কৰিছে যে AVBP এটা মুৰ্খৰ সংগঠন । আমি স্পষ্টকৈ জনাব বিচাৰো সেয়া আম আদমি পাৰ্টিক নহয় স্বামী বিবেকানন্দক অপমান কৰিছে । সেই মহান ব্যক্তিজনৰ ফটো লগাই এই ভণ্ডামী কৰিলে ৰাইজে লাজ পায়। ইয়াৰ বিচাৰ ৰাইজে কৰিব কিন্তু AVBP নিজকে অল্প বিদ্যা ভয়ংকৰ পাৰ্টি হিচাপে পৰিচয় দিলে ।









09/10/2023
09/10/2023







Address

Barpeta

Alerts

Be the first to know and let us send you an email when CYSS Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share