Republican Party of India - A, Minority Cell, Assam

Republican Party of India - A, Minority Cell, Assam Republican Party of India (Athawale), shortly RPI(A)'s Assam State Minority Cell's page

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভাৰ তিনিওখন আসনতেই জয়লাভ কৰা বিজেপি-এনডিএ সমৰ্থিত তিনিওগৰাকী প্ৰাৰ্থী ক্ৰমে, যোগেন মহন, প্ৰম...
09/03/2026

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভাৰ তিনিওখন আসনতেই জয়লাভ কৰা বিজেপি-এনডিএ সমৰ্থিত তিনিওগৰাকী প্ৰাৰ্থী ক্ৰমে, যোগেন মহন, প্ৰমোদ বড়ো আৰু তেৰছ গোৱালালৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰা হৈছে।

দৰং ৰাজ্যৰ প্ৰভাৱশালী আৰু স্বাভিমানী কোঁ‌চ ৰাজবংশী,  ১৮০০ শতিকাৰ অন্তিম পৰ্যায়ৰ ৰজা কৃষ্ণ নাৰায়ণলৈ বিশেষ সন্মান।চিলাৰায় ...
01/02/2026

দৰং ৰাজ্যৰ প্ৰভাৱশালী আৰু স্বাভিমানী কোঁ‌চ ৰাজবংশী, ১৮০০ শতিকাৰ অন্তিম পৰ্যায়ৰ ৰজা কৃষ্ণ নাৰায়ণলৈ বিশেষ সন্মান।

চিলাৰায় দিৱসৰ উপলক্ষটিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহাপ্ৰতাপী ৰজাগৰাকীৰ ৩৭ ফুট উচ্চতাৰ এটি পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচনৰ লগতে এখন শিশু উদ্যানৰো শুভ উদ্বোধন কৰে।

অবিভক্ত দৰং তথা কোঁ‌চ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া অভাৱ এটি এনেদৰে পূৰণ কৰাটো চৰকাৰৰ প্ৰতিটো জাতি-জনগোষ্ঠীলৈ থকা দায়বদ্ধতা আৰু সন্মানৰ প্ৰতিফলন বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।

01/01/2024

🌹HAPPY NEW YEAR TO DEAR FACEBOOK FRIENDS & THEIR FAMILY MEMBERS🌹
🌹MAY THE YEAR, 2024 BRINGS A HAPPY & PEACEFUL LIFE🌹

01/01/2023

Wishing everyone a very happy and prosperous new year, 2023 from RPI(A), Assam.

31/12/2022


অসমৰ বজালী, তামুলপুৰ, হোজাই অাৰু বিশ্বনাথ জিলাক আজিৰ কেবিনেট বৈঠকে বিলুপ্তিকৰণ কৰিছে । সেয়েহে আজিৰ পৰা ৰাজ্যখনৰ জিলাৰ সংখ্যা ৩৫ৰ পৰা ৩১লৈ হ্ৰাস হল ।

22/12/2022
20/12/2022
নৱগঠিত বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰ ( ) ত সংঘটিত হোৱা কুকৰ্মৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতত যোৱা ২৫...
07/10/2022

নৱগঠিত বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰ ( ) ত সংঘটিত হোৱা কুকৰ্মৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতত যোৱা ২৫ জুলাইত প্ৰকাশ পাইছে । বাতৰিটো সন্দৰ্ভত বৰ্তমানলৈ গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত জনাওক ।

08/06/2021

চৰকাৰৰ নতুন সিদ্ধান্ত:
++++++++++++++++

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ চতুৰ্থখন কেবিনেট বৈঠক বুধবাৰৰ সলনি আজি অনুষ্ঠিত হয় । মাননীয় মুখ্যমন্ত্ৰী, ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ অধ্যক্ষতাত জনতা ভৱনৰ কনফাৰেন্স হলত অনুষ্ঠিত হোৱা বৈঠকত কেইবাটাওঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইটামান সিদ্ধান্ত তলত উল্লেখ কৰা হ'ল : -

১. প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হীত দিব ‍অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী বঁটা । পূৰ্বে অসম ৰত্ন বঁটা তিনিবছৰৰ মূৰে মূৰে প্ৰদান কৰা হৈছিল ।

২. অসম ৰত্ন বঁটা প্ৰাপকক নগদ ৫ লাখ আৰু অসম বিভূষণ বঁটা প্ৰাপকক নগদ ৩ লাখ টকা প্ৰদান কৰা হ’ব।

৩. অহা ১২ জুলাইৰ পৰা হ’ব মিত্ৰজোঁট চৰকাৰৰ প্ৰথমখন বাজেট অধিবেশন ।

৪. ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটো থকাটো এতিয়াৰে পৰা বাধ্যতামূলক হ'ব ।

৫. বানপানীত ক্ষতিগ্ৰস্ত বিদ্যালয় সমূহৰ মেৰামতিৰ দায়িত্ব জিলাৰ উপায়ুক্তসকলক প্ৰদান কৰা হ'ব । এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত মেৰামতি কৰিব লাগিব বিদ্যালয় সমূহ ।

৬. কয়লাৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ স্বাৰ্থত ৩১ মাৰ্চ পৰ্যন্ত ছাগলীয়া চেকগেটেৰে কয়লা ট্ৰাকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ'ব ।
CMO Assam
Keshab Mahanta কেশৱ মহন্ত
Pijush Hazarika

Let's work towards restoring our natural ecosystem on this  . We should work for having the real nature so that everyone...
05/06/2021

Let's work towards restoring our natural ecosystem on this . We should work for having the real nature so that everyone can have a better future.

03/05/2021

নিৰ্বাচনৰ ফলাফল অনুসৰি কোন দলে কিমান খন আসন পালে আৰু ক'ত কোনে জয় লাভ কৰিলে সেয়া তলত উল্লেখ কৰা ধৰণৰ.. .

বিজেপি👇👇
১) ৰাতাবাৰী বিজয় মালাকাৰ
২) পাথাৰকান্দি কৃষ্ণেন্দু পাল
৩) শিলচৰ দ্বিপায়ন চক্ৰৱৰ্তী
৪) ঢলাই পৰিমল শুক্লবৈদ্য
৫) উদাৰবন্দ মিহিৰকান্তি ছুম
৬) লক্ষীপুৰ কৌশিক ৰায়
৭) হাফলং নন্দিতা গাৰ্লোছা
৮) বোকাজান নোমল মোমিন
৯) হাওৰাঘাট দৰছিং ৰংহাং
১০) ডিফু বিদ্যাসিং ইংলেং
১১) বৈঠালাংছ' ৰূপছিং টেৰণ
১২) বিজনী অজয় কুমাৰ ৰয়
১৩) পাটাছাৰকুছি ৰঞ্জিত দাস
১৪) পলাশবাৰী হেমাংগ ঠাকুৰীয়া
১৫) জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা
১৬) দিছপুৰ অতুল বৰা
১৭) গুৱাহাটী(পূঃ) সিদ্ধাৰ্থ ভট্টাচাৰ্য
১৮) হাজো সুমন হৰিপ্ৰিয়া
১৯) কমলপুৰ দিগন্ত কলিতা
২০) ৰঙিয়া ভৱেশ কলিতা
২১) নলবাৰী জয়ন্ত মল্ল বৰুৱা
২২) ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী
২৩) ছিপাঝাৰ পৰমানন্দ ৰাজবংশী
২৪) ঢেকীয়াজুলি অশোক সিংঘাল
২৫) বৰছলা গণেশ লিম্বু
২৬) ৰঙাপাৰা কৃষ্ণকমল তাঁতী
২৭) চতিয়া পদ্ম হাজৰিকা
২৮) বিশ্বনাথ প্ৰমোদ বৰঠাকুৰ
২৯) বিহালী ৰঞ্জিত দত্ত
৩০) গহপুৰ অমিয় কুমাৰ ভূঞা
৩১) জাগীৰোড পীযুষ হাজৰিকা
৩২) মৰিগাঁও ৰমাকান্ত দেউৰী
৩৩) নগাঁও ৰূপক শৰ্মা
৩৪) বঢ়মপুৰ জিতু গোস্বামী
৩৫) হোজাই ৰামকৃষ্ণ ঘোষ
৩৬) লামডিং শিবু মিশ্ৰ
৩৭) সৰুপথাৰ বিশ্বজিত ফুকন
৩৮) গোলাঘাট অজন্তা নেওগ
৩৯) খুমটাই মৃণাল শইকীয়া
৪০) মাহমৰা যোগেন মহন
৪১) সোণাৰি ধৰ্মেশ্বৰ কোঁৱৰ
৪২) বিহপুৰীয়া অমিয় কুমাৰ ভূঞা
৪৩) লখিমপুৰ মানৱ ডেকা
৪৪) ঢকুৱাখনা নৱ দ'লে
৪৫) ধেমাজি ৰণোজ পেগু
৪৬) জোনাই ভূবন পেগু
৪৭) মৰাণ চক্ৰধৰ গগৈ
৪৮) ডিব্ৰুগড় প্ৰশান্ত ফুকন
৪৯) লাহোৱাল বিনোদ হাজৰিকা
৫০) দুলীয়াজান তেৰছ গোৱালা
৫১) টিংখাং বিমল বৰা
৫২) নাহৰকটীয়া তৰংগ গগৈ
৫৩) তিনিচুকীয়া সঞ্জয় কিষাণ
৫৪) ডিগবৈ সুৰেন ফুকন
৫৫) মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা
৫৬) ডুমডুমা ৰূপেশ গোৱালা
৫৭) শদিয়া বলীন চেতিয়া
৫৮) যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী
৫৯) মাজুলী সৰ্বানন্দ সোণোৱাল
৬০) পানেৰী বিশ্বজিত দৈমাৰী

কংগ্ৰেছ👇👇
১) কৰিমগঞ্জ(উত্তৰ) কমলাক্ষ দে পুৰকায়স্থ
২) কৰিমগঞ্জ(দঃ) ছিদ্দিক আহমেদ
৩) বৰখলা মিছবাহুল ইছলাম লস্কৰ
৪) কাটিগড়া খলিলুদ্দিন বৰভূঞা
৫) দক্ষিণ শালামাৰা ৱাজেদ আলী চৌধুৰী
৬) গোলকগঞ্জ আব্দুছ সোবাহান আলী সৰকাৰ
৭) অভয়াপুৰী(উত্তৰ) আব্দুল বাতেন খণ্ডকাৰ
৮) অভয়াপুৰী(দক্ষিণ) প্ৰদীপ সৰকাৰ
৯) দুধনৈ যাদৱ স্বৰ্গীয়াৰী
১০) গোৱালপাৰা(পূঃ) আবুল কালাম ৰশিদ আলম
১১) গোৱালপাৰা(পশ্চিম) আব্দুৰ ৰশিদ মণ্ডল
১২) জলেশ্বৰ আফতাবুদ্দিন মোল্লা
১৩) বৰপেটা আব্দুৰ ৰহিম আহমেদ
১৪) বাঘবৰ শ্বেৰমান আলী
১৫) সৰুক্ষেত্ৰী জাকিৰ হুছেইন সিকদাৰ
১৬) বকো নন্দিতা দাস
১৭) ছয়গাঁও ৰেকিবুদ্দিন আহমেদ
১৮) বৰক্ষেত্ৰী দিগন্ত বৰ্মন
১৯) মঙলদৈ বসন্ত দাস
২০) বটদ্ৰৱা শিৱামণি বৰা
২১) লাহৰিঘাট আছিফ মহম্মদ নাজাৰ
২২) ৰহা শশীকান্ত দাস
২৩) ৰূপহীহাট নুৰুল হুদা
২৪) চামগুৰি ৰকিবুল হুছেইন
২৫) তিতাবৰ ভাস্কৰজ্যোতি বৰুৱা
২৬) মৰিয়নী ৰূপজ্যোতি কুৰ্মী
২৭) নাজিৰা দেৱব্ৰত শইকীয়া
২৮) থাওৰা সুশান্ত বৰগোঁহাই
২৯) নাওবৈচা ভৰত নৰহ

এজিপি👇👇
১) তেজপুৰ পৃথ্বীৰাজ ৰাভা
২) কলিয়াবৰ কেশৱ মহন্ত
৩) বোকাখাত অতুল বৰা
৪) দেৰগাঁও ভৱেন ভড়ালী
৫) বঙাইগাঁও ফণীভূষণ চৌধুৰী
৬) গুৱাহাটী(পশ্চিম) ৰমেন্দ্ৰ নাৰায়ণ কলিতা
৭) টীয়ক ৰেণুপমা ৰাজখোৱা
৮) আমগুৰি প্ৰদীপ হাজৰিকা
৯) চাবুৱা পোণাকন বৰুৱা

AIUDF👇👇
১) বদৰপুৰ আব্দুল আজিজ
২) হাইলাকান্দি জাকিৰ হুছেইন লস্কৰ
৩) কাটলিচেৰা ছজামুদ্দিন লস্কৰ
৪) আলগাপুৰ নিজামুদ্দিন চৌধুৰী
৫) সোণাই কৰিম উদ্দিন বৰভূঞা
৬) মানকাচৰ আমিনুল ইছলাম
৭) ধুবুৰী নজৰুল হক
৮) গৌৰিপুৰ মিজানুৰ ৰহমান
৯) বিলাসীপাৰা (পশ্চিম) হাফিজ বছিৰ কাছিমী
১০) বিলাসীপাৰা(পূঃ) ছামছুল হুদা
১১) ভৱানীপুৰ ফণী তালুকদাৰ
১২) জনীয়া হাফিজ ৰফিুকুল ইছলাম
১৩) চেঙা আশ্ৰাফুল হুছেইন
১৪) দলগাঁও মজিবুৰ ৰহমান
১৫) ধিং আমিনুল ইছলাম
১৬) যমুনামুখ ছিৰাজুদ্দিন আজমল

BPF👇👇
১) গোসাঁইগাঁও মাজেন্দ্ৰ নাৰ্জাৰী
২) কোকৰাঝাৰ(পশ্চিম) ৰবিৰাম নাৰ্জাৰী
৩) কলাইগাঁও দুৰ্গাদাস বড়ো
৪) মাজবাট চৰণ বড়ো

UPPL👇👇
১) কোকাৰাঝাৰ(পূঃ) লৰেন্স ইছলাৰী
২) ছিদলি জয়ন্ত বসুমতাৰী
৩) তামুলপুৰ লেহোৰাম বড়ো
৪) বৰমা ভূপেন বড়ো
৫) চাপাগুৰি ইউ জি ব্ৰহ্ম
৬) ওদালগুৰি গোবিন্দ বসুমতাৰী

CPI(M)👇👇
১) সৰভোগ মনোৰঞ্জন তালুকদাৰ

ৰাইজৰ দল👇👇
১) শিৱসাগৰ অখিল গগৈ

Address

Barpeta/Howly Road
Barpeta
781301

Telephone

+919954479390

Website

Alerts

Be the first to know and let us send you an email when Republican Party of India - A, Minority Cell, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Republican Party of India - A, Minority Cell, Assam:

Share