Barpeta Dist Congress Committe

Barpeta Dist Congress Committe Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barpeta Dist Congress Committe, Political organisation, Barpeta.

বৰপেটা জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভানেত্ৰী জেচমিনা চুলতানা ডাঙৰীয়ানী আৰু উপ-সভাপতি শ্বাহ আলম ডাঙৰীয়াক বৰপেটা জিলা কংগ্ৰে...
16/08/2025

বৰপেটা জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভানেত্ৰী জেচমিনা চুলতানা ডাঙৰীয়ানী আৰু উপ-সভাপতি শ্বাহ আলম ডাঙৰীয়াক বৰপেটা জিলা কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো।
Jakir Hussain Sikdar
Gaurav Gogoi
Indian National Congress - Assam

15/08/2025

বৰপেটা টাউন ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজীৱ ভৱনৰ পৰা আমবাৰীস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিলৈ ত্ৰিৰংগা যাত্ৰা🇮🇳🇮🇳

বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰে বৰপেটা জিলা কংগ্রেছৰ মাননীয়...
15/08/2025

বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰে বৰপেটা জিলা কংগ্রেছৰ মাননীয় সভাপতি Rajiv Hoque ডাঙৰীয়া। লগতে বৰপেটা টাউন ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজীৱ ভৱনৰ পৰা আমবাৰীস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিলৈ ত্ৰিৰংগা যাত্ৰাৰ অন্তত, গান্ধীজীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ ও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
Jakir Hussain Sikdar
Gaurav Gogoi
Rakibul Hussain
Indian National Congress - Assam

14/08/2025

বিকাশ বিকাশ বিকাশ বুলি আকাশ কঁপাইছিল হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী এতিয়া একঁকাল পানীৰ তলত। শিক্ষাৰ্থী, শ্ৰমিক, সাধাৰণ জনতা যিকোনো মুহূৰ্তত পৰিব পাৰে বিপদত। মিছা প্ৰতিশ্ৰুতি উদঙাই দিয়া সঁচা প্ৰতিচ্ছবি গুৱাহাটীৰ। চাওক।

আজি বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত "ভাৰত ত্যাগ আন্দোলন দিৱস" পালন কৰা হয়। বৰপেটা ৰাজীৱ ভৱনত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ...
09/08/2025

আজি বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত "ভাৰত ত্যাগ আন্দোলন দিৱস" পালন কৰা হয়। বৰপেটা ৰাজীৱ ভৱনত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা কংগ্ৰেছৰ নেতৃবর্গ আৰু বিভিন্ন শাখাৰ মুৰব্বী সকল ।

ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ শুভ মূহুৰ্তত সমূহ যুৱ কংগ্ৰেছৰ সতীৰ্থলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
09/08/2025

ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ শুভ মূহুৰ্তত সমূহ যুৱ কংগ্ৰেছৰ সতীৰ্থলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

বঙাইগাঁও জিলা গড়কাপ্তানী বিভাগত কৰ্মৰত সহকাৰী অভিযন্তা জ্যোসিতা  দাসৰ আত্মহত্যাৰ ঘটনা খুবেই দুৰ্ভাগ্যজনক। এই ঘটনাৰ চি ব...
27/07/2025

বঙাইগাঁও জিলা গড়কাপ্তানী বিভাগত কৰ্মৰত সহকাৰী অভিযন্তা জ্যোসিতা দাসৰ আত্মহত্যাৰ ঘটনা খুবেই দুৰ্ভাগ্যজনক। এই ঘটনাৰ চি বি আইৰ দ্বাৰা তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী কৰি আজি বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্রদেশ কংগ্ৰেছৰ কার্যকৰী সভাপতি Jakir Hussain Sikdar আৰু বিভিন্ন নেতা কৰ্মী সকলে ।
Rakibul Hussain
Gaurav Gogoi
Indian National Congress - Assam

মন্দিয়া সমষ্টিৰ মন্দিয়া আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষা হিচাপে মমতাজ বেগম ডাঙৰীয়ানীক আৰু উপাধ্যক্ষ হিচাপে নজৰুল ইছলাম ডাঙৰীয়াক...
23/07/2025

মন্দিয়া সমষ্টিৰ মন্দিয়া আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষা হিচাপে মমতাজ বেগম ডাঙৰীয়ানীক আৰু উপাধ্যক্ষ হিচাপে নজৰুল ইছলাম ডাঙৰীয়াক নিৰ্বাচিত কৰা হয়।

আজি মন্দিয়া ৰাজীৱ ভৱনত নৱনিৰ্বাচিত অধ্যক্ষা আৰু উপাধ্যক্ষৰ লগতে মন্দিয়া আঞ্চলিক পঞ্চায়তৰ সদস্য/সদস্যাসকলক সম্বৰ্ধনা জনোৱা হয় ।

চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আজি নিৰ্বাচিত হোৱা  #শ্বাহানুৰ_ৰহমান আন্তৰিক অভিনন্দ...
23/07/2025

চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আজি নিৰ্বাচিত হোৱা #শ্বাহানুৰ_ৰহমান আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

কংগ্ৰেছ জিন্দাবাদ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ নতুন ৰাজ্যিক কমিটীৰ সমূহ বিষয়ববীয়ালৈ বৰপেটা জিলা কংগ্...
20/07/2025

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ নতুন ৰাজ্যিক কমিটীৰ সমূহ বিষয়ববীয়ালৈ বৰপেটা জিলা কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালো।
Prafulla Kumar Das
Jakir Hussain Sikdar
Rakibul Hussain
Gaurav Gogoi
Indian National Congress - Assam

16/07/2025

Address

Barpeta

Telephone

+18638019063

Website

Alerts

Be the first to know and let us send you an email when Barpeta Dist Congress Committe posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Barpeta Dist Congress Committe:

Share