Barpeta District-ACP

Barpeta District-ACP অসম ছাত্ৰ পৰিষদ বৰপেটা জিলা কমিটিৰ দ্বাৰা পৰিচালিত ও প্ৰচাৰিত।

বৰপেটা জিলাত বছৰৰ প্ৰথম জয়।নিৰ্বাচনী_বতৰাবৰপেটা পলিটেকনিকৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতিকে ধৰি বিভিন্ন পদত আম...
10/09/2025

বৰপেটা জিলাত বছৰৰ প্ৰথম জয়।
নিৰ্বাচনী_বতৰা

বৰপেটা পলিটেকনিকৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতিকে ধৰি বিভিন্ন পদত আমাৰ অসম ছাত্ৰ পৰিষদ ৰ সমৰ্থিত প্ৰাৰ্থী সকল জয় লাভ কৰিবলৈ সক্ষম হয়।

অসম ছাত্ৰ পৰিষদ এজন সক্ৰিয় সদস্য বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰাণজিৎ দাস মৃত্যু খবৰ পাই মৰ্মাহত হৈছোঁ। তেখে...
14/08/2025

অসম ছাত্ৰ পৰিষদ এজন সক্ৰিয় সদস্য বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰাণজিৎ দাস মৃত্যু খবৰ পাই মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি লাভৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ ।


Eliyas Ali Ahmed
Ariful Khan

অহাকালি অনুষ্ঠিত হবলগীয়া হৰেন্দ্র চিত্র মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত কাৰণে আজি এখন সভা অনুষ্ঠিত কৰা হ...
29/09/2023

অহাকালি অনুষ্ঠিত হবলগীয়া হৰেন্দ্র চিত্র মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত কাৰণে আজি এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত মোৰ লগত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰত্যেকজন প্ৰাৰ্থীৰ লগত ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ।
মই বিচাৰোঁ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিবেকেৰে নিজৰ মূল্যৱান ভোটটো অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীক দি জয়যুক্ত কৰেযেন ।

আজি  মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ আগন্তুক নিৰ্বাচন উপলক্ষে আৰু অসম ছাত্ৰ পৰিষদ দলৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ গোট গঠন সম্পৰ্...
26/09/2023

আজি মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ আগন্তুক নিৰ্বাচন উপলক্ষে আৰু অসম ছাত্ৰ পৰিষদ দলৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ গোট গঠন সম্পৰ্কে মোৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়, উক্ত আলোচনাত অসম ছাত্ৰ পৰিষদ দলৰ মাধৱ চৌধুৰী মহাবিদ্যালয় গোটৰ সভাপতিৰ লগতে বিভিন্ন বিষয় ববিয়া,জিলা পৰ্যায়ৰ বিষয় ববিয়া আৰু মহাবিদ্যালয়ৰ বহু কেইজন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত হৰেন্দ্র চিত্র মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অহা ৩০ ছেপ্টেম্বৰত তাৰিখে, উক্ত ন...
26/09/2023

বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত হৰেন্দ্র চিত্র মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অহা ৩০ ছেপ্টেম্বৰত তাৰিখে, উক্ত নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীক সাক্ষাৎ কৰি শুভেচ্ছা প্ৰদান কৰাৰ লগতে বিভিন্ন নিৰ্বাচন সম্পৰ্কীয় বিষয়ত মত বিনিময় কৰে অসম ছাত্ৰ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সন্মানীয় ইলিয়াচ আলি আহমেদ ডাঙৰীয়াৰ লগতে জিলাৰ বিষয় ববিয়া সকলে।

" নৱ জাগৰণৰ বাবে ছাত্ৰ " অসম ছাত্ৰ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতৰ ছাত্র ফেডাৰেছন (এছ এফ আই) ৰ ছাপৰা - ব...
24/09/2023

" নৱ জাগৰণৰ বাবে ছাত্ৰ "
অসম ছাত্ৰ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতৰ ছাত্র ফেডাৰেছন (এছ এফ আই) ৰ ছাপৰা - বাঁহমূৰা সমিতিৰ প্ৰায় ৫০ জন বিষয় ববিয়া আৰু সদস্যই অসম ছাত্ৰ পৰিষদ দলত ইলিয়াচ আলী আহমেদ দাদাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে।এইয়াই প্ৰমাণ কৰে যে অসম ছাত্ৰ পৰিষদ বৰ্তমান সময়ত এক শক্তিশালী নাম ।
‌ নতুনকৈ যোগদান কৰা প্ৰতিগৰাকী সদস্যক দলৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেদৰে বিভিন্ন ৰাজনৈতিক - অৰাজনৈতিক দলৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে অসম ছাত্ৰ পৰিষদত যোগদান কৰা কাৰ্যই দলটোক অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব।
জয় আই অসম ✊🏻
অসম ছাত্ৰ পৰিষদ জিন্দাবাদ ✊
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

ভাষা-জননীৰ বাবে আত্ম আহুতি দিয়া শ্বহীদ ৰঞ্জিত বৰপূজাৰী দেৱক আজি পৱিত্ৰ স্মৃতি দিৱসত Barpeta District-ACP গভীৰ শ্ৰদ্ধাৰে...
04/07/2023

ভাষা-জননীৰ বাবে আত্ম আহুতি দিয়া শ্বহীদ ৰঞ্জিত বৰপূজাৰী দেৱক আজি পৱিত্ৰ স্মৃতি দিৱসত Barpeta District-ACP গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ৷ অসমীয়া ভাষাৰ সংকটকালত আইৰ মুখৰ ভাষাটো ৰক্ষা কৰিবলৈ তেনেই কম বয়সতে শ্বহীদবৰণ কৰা বৰপূজাৰী দেৱৰ ত্যাগ আৰু সংগ্ৰামৰ ইতিহাসে আমাক প্ৰতিটো পলতে ভাষা-জননীৰ প্ৰতি দায়বদ্ধ হ’বলৈ শিকায়৷ শ্বহীদৰ ত্যাগ আৰু বীৰোচিত ইতিহাসক মৰ্যাদা দিবলৈ আমি দায়বদ্ধ আৰু সংকল্পবদ্ধ।
Atul Bora অতুল বৰা
Ariful Khan আৰিফুল খান

ছাত্ৰ-ছাত্ৰীৰ বাবে আমি প্ৰস্তুত
29/05/2023

ছাত্ৰ-ছাত্ৰীৰ বাবে আমি প্ৰস্তুত

20/05/2023

আজি হাইলাকান্দি জিলাৰ অন্তৰ্গত ছাত্ৰ সংসদৰ নিৰ্বাচনত উপ সভাপতি কে ধৰি মুঠ ছয়টা পদত অসম ছাত্ৰ পৰিষদৰ আজি হাইলাকান্দি জিলাৰ অন্তৰ্গত Katlicherra Polytechnic college ছাত্ৰ সংসদৰ নিৰ্বাচনত উপ সভাপতি কে ধৰি মুঠ ছয়টা পদত অসম ছাত্ৰ পৰিষদৰ প্রার্থী জয়লাভ কৰে। আজিৰ জয়লাভ কৰা সকলো প্রার্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

জয় আই অসম
অসম ছাত্ৰ পৰিষদ জিন্দাবাদপ্রার্থী জয়লাভ কৰে। আজিৰ জয়লাভ কৰা সকলো প্রার্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

জয় আই অসম
অসম ছাত্ৰ পৰিষদ জিন্দাবাদ


Ariful Khan আৰিফুল খান

Address

Barpeta

Telephone

+916002388648

Website

Alerts

Be the first to know and let us send you an email when Barpeta District-ACP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share