14/08/2025
Hum do, humara ek
There is a desire to live among people, as human beings Writing is my hobby & Acting is my dream.....
Kalgachia, Barpeta Road
Barpeta Road
781319
Be the first to know and let us send you an email when Shahanur Islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Send a message to Shahanur Islam:
Shahanur Islam: পৰিচয়ঃ নাম শ্বাহানুৰ ইছলাম
পিতৃ কামাল উদ্দিন মিঞা আৰু মাতৃ সাহেনা বেগমৰ কনিষ্ঠ পুত্ৰ । জন্ম ২০ চেপ্টেম্ভৰ ১৯৯১ চন। জন্ম স্থানঃ বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত বালাৰ পাথাৰ গাওঁত,লিখা পঢ়া কৰা সময়ৰে পৰাই কবিতা, চুটি গল্প, প্ৰবন্ধ, আদি লিখিছিল । ইয়াৰ উপৰিওঁ সৰুৰে পৰা অভিনয় কৰাৰ বৰ হেপাহ আছিল। থোৰতে তেখেতে লিখা আৰু অভিনয় কৰা "ক্লাচমেট", "অসমাপ্ত প্ৰেম" আৰু "অগ্নিপথ" নামৰ অসমীয়া চুটি ছায়াছবিয়ে ইতিমধ্যে ৰাঈজৰ মাজত ব্যপক সহাৰি লাভ কৰিছে।বৰ্তমান "দি নিউ ইৰা ইংলিচ একাডেমিৰ এজন সহঃ শিক্ষক হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে।