Disangmukh

Disangmukh Desangmukh is a multi cultural place of Sivasagar District. It is situated at the south side of the Brahmaputra River.

Desangmukh is a famous picnic tourism area of Assam.

At Disangmukh
26/11/2025

At Disangmukh

24/09/2025
জয় জুবিন দা ❤️❤️❤️
22/09/2025

জয় জুবিন দা ❤️❤️❤️

05/08/2020

📌 সতৰ্কবাণী --

বিগত ২৪ ঘন্টাত ৫৯হাজাৰ ৬৪টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২৮৮৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এয়া এদিনত আমি এতিয়ালৈকে কৰা সৰ্বাধিক পৰীক্ষা ৷

আক্ৰান্তৰ হাৰ ৪.৮৬শতাংশ ৷

আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ৫৫০ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২০১ গৰাকী ডিব্ৰুগড়ৰ, ২১৩গৰাকী নগাঁৱৰ আৰু ২৯৪গৰাকী কামৰূপৰ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ৪৮১৬১ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ১৪৬১৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা - ৩৩৪২৮
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা - ১১৫

📌Alert ~ 2886 COVID cases detected out of 5⃣9⃣0⃣6⃣4⃣ tests in last 24 hrs~ maximum in a day so far.

Positivity Rate- 4.86%

Kamrup (M)- 550, Kamrup (R)- 294, Nagaon- 213, D'garh- 201

↗️Total cases 48161
↗️Recovered 33428
↗️Active cases 14615
↗️Deaths 115

9:40 PM, Aug 04

04/08/2020

📌 সতৰ্কবাণী --

বিগত ২৪ ঘন্টাত ৪১হাজাৰ ৯৫৮টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২৩৭১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

আক্ৰান্তৰ হাৰ ৫.৬৫শতাংশ ৷

আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ৪১৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২৮২ গৰাকী ডিব্ৰুগড়ৰ, ২৫১গৰাকী নগাঁৱৰ আৰু ১৯২গৰাকী কামৰূপৰ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ৪৫২৭৫ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ১২৭৭৯ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা - ৩২৩৮৪
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা - ১০৯

📌Alert ~ 2371 new cases detected out of 41958 tests conducted in last 24 hrs.

Positivity rate~ 5.65%

Max case~
Kamrup (M): 414, Dibrugarh- 282, Nagaon- 251, Kamrup (R)- 192

↗️Total cases 45275
↗️Recovered 32384
↗️Active cases 12779
↗️Deaths 109

10:00 PM, Aug 03

01/08/2020

📌 সতৰ্কবাণী --

বিগত ২৪ ঘন্টাত ২৭হাজাৰ ১৬১টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ১৪৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ২৭৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৩৬ গৰাকী ডিব্ৰুগড়ৰ, ১১৬গৰাকী শোণিতপুৰৰ ৷

আক্ৰান্তৰ হাৰ ৫.৩৬শতাংশ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ৪১৭২৬ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ১১২৬৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা - ৩০৩৫৭
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা - ১০১

📌Alert ~ 1457 new cases detected out of 27161 tests conducted in last 24 hrs.

Our positivity rate continues to be low at 5.36%

Kamrup (M): 275, Dibrugarh: 136, Sonitpur: 116

↗️Total cases 41726
↗️Recovered 30357
↗️Active cases 11265
↗️Deaths 101

8:55 PM, Aug 01

22/07/2020

#শিৱসাগৰৰ_ঐতিহাসিক শিৱদ'ল চৌহদ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে শিৱসাগৰ জিলা প্ৰশাসনে।

মংগলবাৰে দ'লচৌহদত কৰ্মৰত সঞ্জীৱ দাস নামৰ কৰ্মচাৰীজনৰ শৰীৰত ক'ভিড পজিটিভ পোৱাত আজি শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ দ'ল চৌহদটো চেনিটাইজ কৰি কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে।

Address

Desangmukh, Sibságar Road
Bari
785663

Website

Alerts

Be the first to know and let us send you an email when Disangmukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Disangmukh:

Share