কাজিগাওঁ VCDC বিজেপি পৰ্ব্বতঝোৰা Social Media

  • Home
  • India
  • Bagribari
  • কাজিগাওঁ VCDC বিজেপি পৰ্ব্বতঝোৰা Social Media

কাজিগাওঁ VCDC বিজেপি পৰ্ব্বতঝোৰা Social Media Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কাজিগাওঁ VCDC বিজেপি পৰ্ব্বতঝোৰা Social Media, Political Party, NH-31, Bagribari.

Mondol President BJP  Porbotjhara join Kureche  Anteswar Rabha nertito Debitola Jaganigat join loi BJP 60 Jon
04/03/2025

Mondol President BJP Porbotjhara join Kureche Anteswar Rabha nertito Debitola Jaganigat join loi BJP 60 Jon

01/05/2024
24/11/2023

আজি কোকোৰাঝাৰ

*তাৰিখঃ- ০৫ নবেম্বৰ ২০২৩ ইং।**জিলাঃ- কোকৰাঝাৰ অসম প্ৰদেশ।*   ড০ ভূপেন হাজৰিকাৰ দৰে বহুমুখী ব্যক্তিত্ব সমগ্ৰ বিশ্বতে বিৰল...
05/11/2023

*তাৰিখঃ- ০৫ নবেম্বৰ ২০২৩ ইং।*
*জিলাঃ- কোকৰাঝাৰ অসম প্ৰদেশ।*

ড০ ভূপেন হাজৰিকাৰ দৰে বহুমুখী ব্যক্তিত্ব সমগ্ৰ বিশ্বতে বিৰল। জগত জিনা কণ্ঠ, চিত্ৰ-নাট্যকাৰ, অনাতাঁৰ-নাট্যকাৰ, মঞ্চ-নাট্যকাৰ, চিত্ৰকৰ, কবি, ৰাজনীতিক, জনসংযোগত গৱেষণা কৰা প্ৰতিভাধৰজন প্ৰাতঃস্মৰণীয় অসমীয়া। এইজনা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰে৷

কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ উদ্যোগত বুথ কমিটিসমূহ সক্ৰিয় কৰাৰ অনুসৰি ৫ নং পৰ্ব্বতঝোৰা সমষ্টিৰ অন্তৰ্গত টিপকা VCDCৰ ০১,১৩,১৫,১৬,১৭ বুথ কমিটী আৰু কাজিগাওঁ VCDCৰ ২৬,২৩,২৪,২৫ বুথ কমিটিৰ সদস্য সদস্যা সকলোৰ লগত সম্পৰ্ক স্থাপন কৰি আগন্তুক দিনৰ শক্তিশালী কৰাৰ পদক্ষেপেৰে প্ৰতি লক্ষ্যৰে বুথত ভোটাৰ চেতনা অভিযান সভা অনুষ্ঠিত হয়।

উক্ত বুথ চেতনা অভিযানত GMDA উপাধ্যক্ষ সন্মানীয় *শ্ৰীযুত মুকুতা দেকা ডাঙৰীয়া* পৰ্ব্বতঝোৰা মণ্ডল সভাপতি সন্মানীয় *শ্ৰীযুত সৰ্বেশ্বৰ ৰাভা ডাঙৰীয়া* অসম ৰাজ্যিক ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ সন্মানীয় *শ্ৰীযুত বনেন্দ্ৰ কুমাৰ মুছাহাৰী ডাঙগৰীয়া* অসম ৰাইজিক ভাৰতীয় জনতা যুৱ মৰ্চা সন্মানীয় উপ সভাপতি *শ্ৰী ৰঞ্জন দাস ডাঙৰীয়া* পৰ্ব্বতঝোৰা মণ্ডল সাধাৰণ সম্পাদক সন্মানীয় *শ্ৰীযুত ৰাজা ক্ৰৌমদাউ মুছাহাৰী ডাঙৰীয়া* আৰু বুথৰ সদস্য সদস্যা উপস্থিত থাকে৷

29/09/2023
*ভাৰতীয় জনতা পাৰ্টি*তাৰিখঃ- ৩০|০৯|২০২৩ইং ৷স্থানঃ- বাসবাৰী ৰাজহুৱা ভৱন৷সময়ঃ- ১০-৩০ বজাত৷          অসম চৰকাৰৰ Minister for...
29/09/2023

*ভাৰতীয় জনতা পাৰ্টি*
তাৰিখঃ- ৩০|০৯|২০২৩ইং ৷
স্থানঃ- বাসবাৰী ৰাজহুৱা ভৱন৷
সময়ঃ- ১০-৩০ বজাত৷

অসম চৰকাৰৰ Minister for Sports & Youth Welfare, Cultural Affairs, Power, Tourism সন্মানীয় মন্ত্ৰী *বিমল বৰা দেৱক* কোকোৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা সমষ্টিৰ বাসবাৰী লৈ আহিব। তেখতক হিয়াৰে আমি স্বাগতম জনাওঁ। আপোনাৰ আগমনেৰে স্থায়ী সমাধান হওঁক,আমি উক্ত অঞ্চলৰ ৰাইজে এইয়া কামনা কৰিলো। লগতে আপেক্ষিক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যাকৰ্তা সঠিক সময়ত উপস্থিত থকাৰ বাবে অনুৰোধ জনালোঁ।

*=> আপেক্ষিক:-*
*১)* পৰ্ব্বতঝোৰা মণ্ডল Office Bearers(বিষয় ববীয়া)৷
*২)* জিলাৰ বিষয় ববীয়া৷
*৩)* মণ্ডল মৰ্চা সমূহৰ Office Bearers( বিষয় ববীয়া)৷
*৪)* development board Chairman Vice Chairman সদস্য সদস্যা৷
*৫)* VCDC Chairman Vice Chairman সদস্য সদস্যা৷
*৬)* শক্তি কেন্দ্ৰ আহব্বায়ক বুথ সভাপতি,সম্পাদক/সম্পাদিকা৷


ধন্যবাদৰে-
সৰ্বেশ্বৰ ৰাভা
পৰ্ব্বতঝোৰা মণ্ডল সমিতি কোকৰাঝাৰৰ অসম প্ৰদেশ৷

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশ...
28/09/2023

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে।

28/09/2023
[9/16, 9:56 PM] One day,comes true: *জাননী-সকলো Community Cadre (জীৱিকা সখী, বেংক সখী, BCA, বীমা সখী, কৃষি সখী, পশু সখী)...
18/09/2023

[9/16, 9:56 PM] One day,comes true: *জাননী-
সকলো Community Cadre (জীৱিকা সখী, বেংক সখী, BCA, বীমা সখী, কৃষি সখী, পশু সখী)যে মন কৰিব যে, অহাকালি *১৭/০৯/২০২৩ ৰবিবাৰে* ৰাতিপুৱা 6 am বজাৰ পৰা আবেলি 4 pm বজালৈ পোনপেটীয়াকৈ Geo tagged ফটো Amrit Brikshya Andolonৰ appত upload কৰিব পাৰিব। যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত কিবা কাৰণবশতঃ ফটো upload কৰোঁতে অসুবিধা হয় তেন্তে, মোবাইলৰ Location on কৰি ফটো মাৰি থৈ আবেলি 4 pm বজাৰ পিছতো Upload কৰিব পাৰিব।
[9/16, 9:56 PM] One day,comes true: অমৃত বৃক্ষ আন্দোলন!!

সমগ্ৰ অসমত একেদিনাই এক কোটি গছপুলি ৰোপণৰ এক অভিনৱ পদক্ষেপ অসম চৰকাৰে হাতত লৈছে। বন আৰু পৰিবেশ বিভাগৰ উদ‍্যোগত অহা ১৭ চেপ্তেম্বৰ, ২০২৩ ইং তাৰিখত ১ কোটি গছপুলি ৰোপণৰ এই অভিযানক 'অমৃত বৃক্ষ আন্দোলন' হিচাপে নাম দিয়া হৈছে।

১৭ চেপ্তেম্বৰ ৰবিবাৰ দিনা ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজাৰ ভিতৰত গছপুলি ৰোপণৰ ফটো কিদৰে আপলোড কৰিব ―

১। প্ৰথমে Amrit Brikshya Andolan' এপ'টো অপেন কৰি Log In অপছনত গৈ Registered Phone No. আৰু Registered I'd ৰ জড়িয়তে Captcha Code বহুৱাই Log In কৰিব।

২। Upload Photo অপছনত Click কৰিব।

৩। Device Location Permission অন কৰি লৈ Plant (গছপুলি)'ৰ নাম চিলেক্ট কৰিব।

৪। Open Camera ক্লিক কৰি allow কৰিব।

৫। ভালদৰে ফটো Capture কৰি পিছত Crop কৰি ল'ব।

৬। ✔️ চিনত ক্লিক কৰি Upload অপছনত ক্লিক কৰিলেই ফটো আপলোড হৈ যাব।

৭। লগে লগে মোবাইল Display'ত Plant I'd সহকাৰে এটা মেচেজ দেখিবলৈ পাব, সেইটো Screenshot বা লিখি ৰাখিব।

৮। ২ টা গছপুলি ৰুৱা ঠাইৰ ন্যূনতম ব্যৱধান দূৰত্ব ২-৩ মিটাৰ। অতি কম হ'লে জিপি এচ কেমেৰাই কাম নকৰিব।

৯। গছপুলি ৰোপনৰ ফটো লওতে আপোনালোকে পুৱা ৯ বজাৰ পৰা ১২ বজাৰ ভিতৰত ল'ব লাগিব। তাৰ পিছত ললে নহ'ব। ফটোখনত গছপুলি আৰু মুখখন স্পষ্টকৈ আহিব লাগিব।

১০। ফটো ২ ধৰণে ল'ব পাৰিব। "আবা" এপচত ল'গ ইন কৰোতে ওলোৱা কেমেৰাৰে অথবা জিপিএচ কেমেৰাৰে। এপচত ল'গ ইন কৰোতে ওলোৱা কেমেৰাৰে লগে লগে ফটো আপলোড হ'ব। কিন্তু মোবাইলৰ নেট আৰু লোকেচন অন ৰাখিব লাগিব। আকৌ জিপিএচ কেমেৰাৰে গছপুলি ৰোপনৰ সঠিক সময়ৰ ফটো লৈ গেলাৰীত যাব। তাৰ পিছত এপচ ল'গ ইন কৰি আপলোড কৰিব পাৰিব। এনেকৈ পিছত আপলোড কৰিব লগা সময় ১৯ তাৰিখলৈ খোলা থাকিব। কিন্তু ফটোখন ১৭ তাৰিখে পুৱা ৯ বজাৰ পৰা ১২ বজাৰ ভিতৰত তোলা হ'ব লাগিব।

১১। হোৱাটচএপ যোগে পঠোৱা ফটো আপলোড নকৰিব,ৰিজেক্ট হ'ব। তেনে ফটো আপলোড নহ'ব।আৰু কিছুমান গাঁওৰ কিয় VO হে দিছিল

07/07/2023
ভাৰতীয় জনতা পাৰ্টি১নং পৰ্ব্বতঝোৰা মণ্ডল সমিতি জিলা ÷ কোকৰাঝাৰ বি টি আৰ অসম।                                 ভাৰতীয় জনতা ...
21/03/2023

ভাৰতীয় জনতা পাৰ্টি
১নং পৰ্ব্বতঝোৰা মণ্ডল সমিতি
জিলা ÷ কোকৰাঝাৰ বি টি আৰ অসম।

ভাৰতীয় জনতা পাৰ্টি পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ ভাৰতীয় জনতা পাৰ্টিৰ আজি ইংৰাজী ২১|০৩|২০২৩ ইং তাৰিখ মঙ্গলবাৰ দিনা কাজিগাওঁ VCDC উদ্যোগত কাজিগাওঁ শক্তি কেন্দ্ৰ টকৰাগাওঁ ২৫ নং বুথত বুথ সৱলীকৰণ অভিযান অনুষ্ঠিত হয় ।
উক্ত বুথ সৱলীকৰণ অভিযান কাৰ্য্যসূচীত কোকৰাঝাৰ জিলাৰ দক্ষতা বিকাশ কোষ সহ আহ্বায়ক তথা Booth Shaktikendra Inchage সন্মানীয় *শ্ৰীযুত জগদীশ বছুমতাৰী ডাঙৰীয়া* Booth Shaktikendra Inchage সন্মানীয় *শ্ৰীযুত ইন্দ্ৰমোন ৰাভা ডাঙৰীয়া* কোকৰাঝাৰ জিলাৰ Executiv Member তথা বিস্তাৰক যোজনা আহ্বায়ক *শ্ৰীমতী সঞ্জনা ৰাভা ডাঙৰীয়ানি* পৰ্ব্বতঝোৰা মণ্ডল সমিতিৰ উপ-সভাপতি সন্মানী *শ্ৰীযুক্তা শহিকা ৰাভা ডাঙৰীয়ানি* সামাজিক মাধ্যমৰ কোষ তথা শক্তি কেন্দ্ৰ আহ্বায়ক সন্মানীয় *শ্ৰীযুত ভূপেন ৰাভা ডাঙৰীয়া* বুথ সদস্য সদস্যা উপস্থিত থাকে।

Address

NH-31
Bagribari
783339

Website

Alerts

Be the first to know and let us send you an email when কাজিগাওঁ VCDC বিজেপি পৰ্ব্বতঝোৰা Social Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share