Chawdang Gaon Regional Library

Chawdang Gaon Regional Library সমাজখনক, জাতিটোক আৰু নৱপ্ৰজন্মক শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক তথা শৈক্ষিক দিশত আগুৱাই নিবলৈ...

অসম চৰকাৰৰ "যুৱ লেখক সন্মান" লাভ কৰা আমাৰ অঞ্চলৰ গৌৰৱ ৰিতুৰাজ মহন্ত লৈ অযুত শুভকামনা। তেখেতৰ সাহিত্য আৰু নাট্য চৰ্চা অব্...
23/12/2025

অসম চৰকাৰৰ "যুৱ লেখক সন্মান" লাভ কৰা আমাৰ অঞ্চলৰ গৌৰৱ ৰিতুৰাজ মহন্ত লৈ অযুত শুভকামনা। তেখেতৰ সাহিত্য আৰু নাট্য চৰ্চা অব্যাহত থাকক।
Rituraj Mahanta

Chawdang Gaon Regional Library

সংগীত, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ তথা মানৱতাবাদৰ বিকাশত আগবঢ়োৱা অৱদানৰ বাবে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কটন বিশ্ববিদ...
10/12/2025

সংগীত, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ তথা মানৱতাবাদৰ বিকাশত আগবঢ়োৱা অৱদানৰ বাবে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কটন বিশ্ববিদ্যালয়ে ৯ ডিচেম্বৰ, ২০২৫ তাৰিখে মৰণোত্তৰভাৱে ডক্টৰ অৱ লিটাৰেচাৰ/ লেটাৰচ (D. Litt.) ডিগ্ৰী প্ৰদান কৰে।
Cotton University ক এই পদক্ষেপৰ বাবে চাউডাং গাঁও আঞ্চলিক পুথিভঁৰালে ( Chawdang Gaon Regional Library ) আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

Zubeen Garg

07/12/2025

১৯ শতিকাৰ কেইখনমান গুৰুত্বপূৰ্ণ অসমীয়া বোলছবি।
Chawdang Gaon Regional Library

"মানুহে কাম কৰি আনন্দ নাপালে জীয়াই থকাৰ আনন্দ নোহোৱা হয়। সেইকাৰণে জীৱনটো আনন্দময় কৰিবলৈ মানুহে কামক ভাল পাব লাগিব বা ...
07/12/2025

"মানুহে কাম কৰি আনন্দ নাপালে জীয়াই থকাৰ আনন্দ নোহোৱা হয়। সেইকাৰণে জীৱনটো আনন্দময় কৰিবলৈ মানুহে কামক ভাল পাব লাগিব বা ভাল পাবলৈ শিকিব লাগিব।"
– কথাশিল্পী হোমেন বৰগোহাঞি।

আজি বৰগোহাঞি ছাৰৰ পৱিত্ৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।

Chawdang Gaon Regional Library

আমাৰ অঞ্চলৰ শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ শ্ৰীযুত উদয় দত্ত ছাৰলৈ ব্ৰজভূষণ বঁটা।চাউডাং গাঁও আঞ্চলিক পু...
05/12/2025

আমাৰ অঞ্চলৰ শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ শ্ৰীযুত উদয় দত্ত ছাৰলৈ ব্ৰজভূষণ বঁটা।
চাউডাং গাঁও আঞ্চলিক পুথিভঁৰালৰ হৈ ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
Udoy Dutta

Chawdang Gaon Regional Library

Dhruba Gogoi Debananda Borah Santanu Gogoi Jadumoni Lahon Diganta Gogoi আয়ুস্মান গগৈ

04/12/2025
বৰ অসমৰ ভেঁটি গঢ়োতা আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখাত অদ্বিতীয় ভূমিকা গ্ৰ...
02/12/2025

বৰ অসমৰ ভেঁটি গঢ়োতা আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখাত অদ্বিতীয় ভূমিকা গ্ৰহণ কৰা চাওলুং-ছ্যু-কাফাক আজি অসম দিৱসৰ বিশেষ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰি চাউডাং গাঁও আঞ্চলিক পুথিভঁৰালত বন্তি প্ৰজ্বলন কৰা হয়।

Chawdang Gaon Regional Library আয়ুস্মান গগৈ Dhruba Gogoi Debananda Borah


21/11/2025

চাউডাং গাঁও আঞ্চলিক পুথিভঁৰালৰ উদ্যোগত জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক অনুষ্ঠান ।


Chawdang Gaon Regional Library
Debananda Borah Dhruba Gogoi আয়ুস্মান গগৈ Diganta Gogoi Santanu Gogoi Jadumoni Lahon

20/11/2025

চাউডাং গাঁও আঞ্চলিক পুথিভঁৰালৰ উদ্যোগত জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক অনুষ্ঠান ।


Chawdang Gaon Regional Library
Debananda Borah Dhruba Gogoi আয়ুস্মান গগৈ Diganta Gogoi Santanu Gogoi Jadumoni Lahon

19/11/2025

জুবিন জয়ন্তী অনুষ্ঠানত স্থানীয় শিশুসকলৰ দ্বাৰা খোলবাদন।
গুৰু Jyotishman Mahanta লৈ অশেষ ধন্যবাদ।


Chawdang Gaon Regional Library
Santanu Gogoi Diganta Gogoi Debananda Borah Jadumoni Lahon Dhruba Gogoi Abinash Gogoi আয়ুস্মান গগৈ

Address

Jhanji Chawdang Gaon
Amguri

Website

Alerts

Be the first to know and let us send you an email when Chawdang Gaon Regional Library posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Chawdang Gaon Regional Library:

Share