তপন কুমাৰ গগৈ ফ্ৰেণ্ড ক্লাৱ,আমগুৰি

  • Home
  • India
  • Amguri
  • তপন কুমাৰ গগৈ ফ্ৰেণ্ড ক্লাৱ,আমগুৰি

তপন কুমাৰ গগৈ ফ্ৰেণ্ড ক্লাৱ,আমগুৰি ১২ নম্বৰ,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ

16/07/2025

প্ৰাক্তন মন্ত্ৰী, BJP Assam Pradeshৰ প্ৰাক্তন সভাপতি, মহান স্বাধীনতা সংগ্ৰামী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ একনিষ্ঠ সেৱক লক্ষেশ্বৰ গোহাঁইদেৱক তেখেতৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।

16/07/2025

অসমৰ ভূমি খিলঞ্জীয়া ৰাইজৰ বাবে, বেদখলকাৰীৰ বাবে নহয়...

অবৈধ দখলকাৰীক উচ্ছেদ কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা পদক্ষেপ চিৰস্মৰণীয় হৈ ৰ'ব।

অসমৰ ৩৫ খন জিলাৰ পৰা ইতিমধ্যে ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। ভৱিষ্যত প্ৰজন্মক এখন সুৰক্ষিত আৰু সুস্থিৰ অসম প্ৰদান কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লোৱা এই প্ৰচেষ্টাক আদৰিছোঁ।

Himanta Biswa Sarma

16/07/2025
16/07/2025

শদিয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্রী বলিন চেতিয়া ডাঙৰীয়ালৈ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ💐

অনাগত দিনত ৰাইজৰ বাবে সেৱা আগবঢ়াই যাবলৈ ঈশ্বৰে আপোনাক অধিক শক্তি প্ৰদান কৰক। আপোনাৰ ওপজা দিনৰ শুভক্ষণত তাৰেই কামনা কৰিলোঁ।

11/10/2024
11/10/2024

সমূহ অসমবাসী ৰাইজলৈ মহা অষ্টমী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

Address

Amguri
785640

Website

Alerts

Be the first to know and let us send you an email when তপন কুমাৰ গগৈ ফ্ৰেণ্ড ক্লাৱ,আমগুৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category