BJYM Urban Mandal,Amguri

BJYM Urban Mandal,Amguri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Urban Mandal,Amguri, Political Party, Amguri.

ইংৰাজী ৪/৯/২০২২ তাৰিখ দেওবাৰে ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলা যুৱ-মৰ্চাৰ দ্বিতীয় খন কায্যনিবাহক সভা মেজেঙা হুদুপৰা ফুকনপ...
05/09/2022

ইংৰাজী ৪/৯/২০২২ তাৰিখ দেওবাৰে ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলা যুৱ-মৰ্চাৰ দ্বিতীয় খন কায্যনিবাহক সভা মেজেঙা হুদুপৰা ফুকনপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহত শিৱসাগৰ জিলা যুৱমৰ্চাৰ সভাপতি গৌতম সন্দিকৈ ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় ।
সভাত উপস্থিত থাকে ভাজপা শিৱসাগৰ জিলাৰ সভাপতি শ্ৰীময়ূৰ বৰগোঁহাই,, যোৰহাট লোকসভাৰ সাংসদ, মাননীয় শ্ৰীতপণ গগৈ ডাঙৰীয়া ,, ৰাজ্যসভাৰ সাংসদ মাননীয় শ্ৰীকামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, নগৰ পানীযোগান আৰু প্রয়-প্ৰণালীৰ নিগমৰ অধ্যক্ষ শ্ৰীকুশল দুৱৰী ডাঙৰীয়া ,,ৰাজ্যিক সহ-প্ৰভাৰী শ্ৰীপবিৰ গগৈ ডাঙৰীয়া,, জিলা যুৱ-মৰ্চাৰ প্ৰভাৰী শ্ৰীতন্ময় শইকীয়া ডাঙৰীয়া ,, ৰাজ্যিক কায্যনিবাহক শ্ৰীসমীৰ গগৈ ,জিলা সামাজিক মাধ্যম কোষৰ শ্ৰীবিশ্বজ্যোতি ভূঞা ডাঙৰীয়া ,জিলা সাধাৰণ সম্পাদক শ্ৰী বীৰেন গোৱালা ডাঙৰীয়া,, মণ্ডল সভাপতি শ্ৰী অনন্ত হাতীমূৰীয়াকে প্ৰমুখ্যে কৰি জিলা বিষয়- ববীয়া আৰু শিৱসাগৰ জিলাৰ ১৩ মণ্ডলৰ সভাপতি/সম্পাদক আৰু কায্যকৰ্তা সকল ।

শিৱসাগৰ জিলাৰ দীৰ্ঘ দিনীয়া ই-ৰিক্সা সমস্যা জিলা উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি সমাধান কৰি দিয়াৰ বাবে যোৰহাট লোকসভা সমষ্...
25/02/2022

শিৱসাগৰ জিলাৰ দীৰ্ঘ দিনীয়া ই-ৰিক্সা সমস্যা জিলা উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি সমাধান কৰি দিয়াৰ বাবে যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈলৈ আন্তৰিক ধন্যবাদ জনালো।

আজি ২২/০২/২০২২ তাৰিখে আমগুৰিত  ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ কাৰ্যালয়ত অনুস্থিত পৌৰসভা  নিৰ্বাচন সৰ্ম্প...
22/02/2022

আজি ২২/০২/২০২২ তাৰিখে আমগুৰিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ কাৰ্যালয়ত অনুস্থিত পৌৰসভা নিৰ্বাচন সৰ্ম্পকীয় সভাত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতিৰ সভাপতি শ্ৰীযুত ময়ুৰ বৰগোঁহাই ডাঙৰীয়া,জিলা উপসভাপতি শ্ৰীযুত ধ্ৰুৱজ্যোতি চাংমাই আৰু জিলা সাধাৰণ সম্পাদক শ্ৰীযুত বীৰেণ গোৱালা ডাঙৰীয়া ।

২নং ৱাডত নিবাচনী প্ৰচাৰ।
22/02/2022

২নং ৱাডত নিবাচনী প্ৰচাৰ।

যুৱ মৰ্চাৰ সকলো কমকৰতাক আগন্তুক আমগুৰি পৌৰসভাৰ নিবাচন প্ৰস্তুতি বাবে লোৱা প্ৰদক্ষেপৰ বিষয়ে আলোচনা কৰি থকা কিছু মূহুৰ্ত।॥...
21/02/2022

যুৱ মৰ্চাৰ সকলো কমকৰতাক আগন্তুক আমগুৰি পৌৰসভাৰ নিবাচন প্ৰস্তুতি বাবে লোৱা প্ৰদক্ষেপৰ বিষয়ে আলোচনা কৰি থকা কিছু মূহুৰ্ত।
॥বন্দে মাতৰম্ ॥

Address

Amguri
785680

Website

Alerts

Be the first to know and let us send you an email when BJYM Urban Mandal,Amguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share