Amar Kamatapur

Amar Kamatapur it's historical place. dirtricts under it are dhubri,goalpara,kokrajhar,bongaigaon,cochbihar, N & S MIdnapur etc. Page Code:- @+[726989450663842:0]

From 650 to 1498 CE, Kamatapur (কামতাপুৰ) was a Hindu kingdom in eastern India. The medieval Kamatapur or Kamata kingdom flourished before the emergence of the Koch kingdom under the leadership of Viswa Singha. Kamatapur emerged as a sovereign state right from the middle of the seventh century and it continued through ups and downs till the year 1498 when its last capital at Gosaninari was devasta

ted by the invading army of Alauddin Husain Shah of Bengal. The ancient kingdom of Kamatapur was located in the western Brahmaputra Valley. Most probably, Nalrajar Garh in Chilapata forest was the earliest capital of Kamatapur and subsequently through a long course of changes and developments the capital was shifted to Maynaguri and then to Prithu Rajar Garh, and before its final shifting to Gosanimari, an ancient river port-town since the seventh century, for some time, the capital was at Singijani. After the destruction of the kingdom of Kamatapur by Alauddin Husain Shah of Gaur, there emerged the Koch kingdom with its capital at Hingulavas in the Dooars. Nilambar was the last ruler of Kamatapur.

15/11/2022

১৭ শতিকাৰ কামৰূপৰ বজালী অঞ্চলৰ বীৰ যোদ্ধা, সামন্ত, কৃষক নেতা তথা কামৰূপৰ স্বঘোষিত ৰজা সনাতন কোচৰ বিষয়ে ইতিহাস নিমাত নহয় যদিও, ইতিহাসবিদ সকল নিমাত বুলিয়ে কব পাৰি। চেগা-চেৰেকাকৈ অৱশ্যে সনাতন কোচৰ উল্লেখ ইতিহাসত পোৱা যায়। A History of Assam-ত Edward Gait- এ সনাতন কোচৰ কথা দুই-এঠাইত উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে কোচহাজো ৰাজ্যখন মোগলে অধীন কৰি লোৱাৰ পিচতো কামৰূপৰ কোচসকলে কোনোপধ্যেই মোগলৰ অধীনতা মানি লব বিচৰা নাছিল (But the Koches were by no means prepared to accept Mughal dominion)। কোচসকলে বিভিন্ন নেতাৰ অধীনত একত্ৰিত হৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে মোগলৰ বিৰুদ্ধে এলানি আক্ৰমণ সংঘটিত কৰি সফলতা লাভ কৰিছিল। সেই সময়ত পৰিক্ষীত (কোচহাজোৰ ৰজা)ৰ ভাতৃ বলি নাৰায়ণৰ বাহিৰে আনজন শক্তিশালী নেতা আছিল সনাতন কোচ। সনাতন কোচে সেই সময়ত মোগলৰ ৰাজস্ব বিষয়াজন বন্দী কৰিছিল (Gait,1984:67)।

সনাতন কোচৰ বিষয়ে গুৰুত্ব সহকাৰে আলোচনা কৰা গৱেষক গৰাকী হল সংঘমিত্ৰা মিশ্ৰা। ২০১১ চনত প্ৰকাশ হোৱা মিশ্ৰাৰ ‘Becoming a Borderland’ শীৰ্ষক গৱেষণা গ্ৰন্থত তেখেতে সনাতন সম্পৰ্কে কিছু বিতংকৈ আলোচনা কৰিছে। সনাতন কোচ যে সেই সময়ৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ সেই কথা সংঘমিত্ৰা মিশ্ৰাৰ লিখনিৰ পৰা প্ৰতীয়মান হৈছে। সনাতেন ধমধমাত কেইবাহাজাৰো কোচ খেতিয়কক একত্ৰিত কৰি সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তোলা বুলি মিশ্ৰাই লিখিছে। সনাতনৰ নেতৃত্বৰ কোচসকলৰ যুদ্ধংদেহী মনোভাৱৰ বাবে মোগলে শান্তিৰ প্ৰস্তাৱ পঠাইছিল যদিও সেই প্ৰস্তাৱ ৰাইজৰ অনুকূলে নোযোৱা কাৰণে সনাতনে প্ৰত্যাখান কৰা কথাটো এই গ্ৰন্থত উল্লেখ আছে। ইয়াত উল্লেখ কৰা মতে মোগলৰ শান্তিৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি সনাতনে মোগলৰ দূতক উত্তৰ দিছিল, ‘ খাজনা দিয়াৰ পিনে মনোযোগ দিবলৈ এতিয়া ৰায়তসকলৰ ক্ষমতা আৰু শক্তি দুয়োটাই নাই। আজি মহামান্যই নিজে আহিছে বুলিয়েই মই নিজকে সান্তনা দিব নোৱাৰো। দুজনকৈ আমাৰ সন্মানীয় ৰজাই (লক্ষ্মীনাৰয়ণ আৰু পৰিক্ষীত) সম্ৰাটৰ অধীনত স্বীকাৰ কৰি লাখ আৰু কোটিত ধন আদায় দিলে। তেওঁলোকৰ এই কাৰ্যৰ পৰা এনেকুৱা কি লাভ হ’ল যে মই আপোনালোকৰ শান্তিৰ প্ৰস্তাৱৰ পৰা কিবা কল্যাণ হ’ব বুলি ভাবিব পাৰো (Mishra 2011:33)।

He is a gem of a person & a proud " Koch Rajbongshi"...Wish him a successful journey for his duty as Intelligence Bureau...
26/06/2022

He is a gem of a person & a proud
" Koch Rajbongshi"...

Wish him a successful journey for his duty as Intelligence Bureau Chief which is starting from 1st July 2022...

Aisho , Corona mukto ekta samaj banat ekjone ar ekjoner sojhai kori.
15/04/2020

Aisho , Corona mukto ekta samaj banat ekjone ar ekjoner sojhai kori.

19/02/2019

Aji Mahabir Chilarai er 509 tomo jonmodin t mui eitay asha korong je amar jati ta jate ekjut hoya thake sodai.
Joi Chilarai er joi
Joi Maa Kamatapur.

13/01/2019

Thanks for your support kamatapuri brothers and sisters.
1k members completed.
Way to go...

12/12/2018

There is no higher religion than human service. To work for the common good is the greatest creed.

- Woodrow Wilson

'  যথা ধর্ম তথা জয় 'শ্রদ্ধেয় মহান ধর্ম প্রান বৃহত্তর কুচবিহার বাসী,        আজি ২৩শে ভাদর ১৪২৪ সন। ক্ষত্রিয় রাজবংশী জাতি...
10/09/2017

' যথা ধর্ম তথা জয় '
শ্রদ্ধেয় মহান ধর্ম প্রান বৃহত্তর কুচবিহার বাসী,
আজি ২৩শে ভাদর ১৪২৪ সন। ক্ষত্রিয় রাজবংশী জাতির জনক মনিষী শ্রী শ্রী রায় সাহেব ঠাকুর পঞ্চানন বর্মার ৮২তম তিরোধান দিবস l

Do participate brothers and sisters...We need to show the world that we are not less in any field...We are also equally ...
28/06/2017

Do participate brothers and sisters...
We need to show the world that we are not less in any field...
We are also equally aware of our traditions...

Jai kamatapuri raiz

11/03/2017

Xuprovat kamatapuri Raiz...
Sobare din vale jauk...

16/02/2017

Xuvo sandhya kamatapuri raiz....

Cholo aji monot kori ei sahosi veer jonok aji jonmo jayanti uplokhee
23/01/2017

Cholo aji monot kori ei sahosi veer jonok aji jonmo jayanti uplokhee

Address

Agomani
Agamani
783335

Alerts

Be the first to know and let us send you an email when Amar Kamatapur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Amar Kamatapur:

Share