অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতি

  • Home
  • India
  • Abhayapuri
  • অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতি

অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতি Political Party

আজি অভয়াপুৰী নগৰ ৮ নং ৱাৰ্ডত এখন দলীয় সভা অনুষ্ঠিত হয়। উক্ত সভাত দলীয় বিষয়ববীয়া সকলৰ লগতে উপস্থিত থাকে অসম গণ পৰিষ...
08/03/2026

আজি অভয়াপুৰী নগৰ ৮ নং ৱাৰ্ডত এখন দলীয় সভা অনুষ্ঠিত হয়। উক্ত সভাত দলীয় বিষয়ববীয়া সকলৰ লগতে উপস্থিত থাকে অসম গণ পৰিষদ - Asom Gana Parishad -AGP ৰ সাধাৰণ সম্পাদক Bhupen Ray ভুপেন ৰায় ডাঙৰীয়া।
#জয়_আই_অসম
িষদ_জিন্দাবাদ
#ভূপেন_ৰায়_জিন্দাবাদ

আজি ০৭/০৩/২০২৬ ইং তাৰিখ অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত ২৩ খন আঞ্চলিক সমিতি (পঞ্চায়ত পৰ্যায়) ...
07/03/2026

আজি ০৭/০৩/২০২৬ ইং তাৰিখ অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত ২৩ খন আঞ্চলিক সমিতি (পঞ্চায়ত পৰ্যায়) আৰু এখন নগৰ সমিতি, সৰ্বমুঠ ২৪ খন আঞ্চলিক পৰ্যায়ৰ একেদিনাই "বৰ্দ্ধিত কাৰ্যনিৰ্বাহক" সভা অনুষ্ঠিত হয়। এয়াই অভয়াপুৰী সমষ্টিত অসম গণ পৰিষদ দলৰ কৰ্মী সকলৰ আঞ্চলিকতাবাদৰ প্ৰতি আস্থা তথা বিশ্বাস। প্ৰতি গৰাকী কৰ্মী দলৰ বাবে সমৰ্পিত আৰু আঞ্চলিকতাবাদৰ প্ৰতি সমৰ্পিত। আজিৰ এই বাৰ্তায় প্ৰমাণ কৰে অভয়াপুৰীৰ আকাশত আঞ্চলিকতাবাদৰ ধ্বজা সদায় উৰি থাকিব।
দলীয় কৰ্মীৰ দলৰ প্ৰতি তথা দলীয় নেতৃত্বৰ প্ৰতি আস্থা আৰু বিশ্বাস অটুত । প্ৰতিখন আঞ্চলিকৰ বিষয়ববীয়া তথা কৰ্মকৰ্তা দলৰ নেতা Bhupen Ray ভুপেন ৰায় ডাঙৰীয়াৰ আদৰ্শক সদায় সন্মান কৰি আহিছে আৰু থাকিব। আমাৰ বিশ্বাস অভয়াপুৰীত অসম গণ পৰিষদৰ পতাকা সদায় উৰি থাকিব। জয় আই অসম!!
িষদ_জিন্দাবাদ
#ভূপেন_ৰায়_জিন্দাবাদ
Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত অসম গণ পৰিষদ - Asom Gana Parishad -AGP অসম যুৱ পৰিষদ পূৰ্নেন্দু বনিক্য Jitu Borgohain জিতু বৰগোঁহাই Asom Chatra Parishad Abhayapuri Niranjan Das

07/03/2026

Curent Report নামৰ নিউজ চেনেল এটায় বাতৰি সম্প্ৰচাৰ কৰি আছে যে আমাৰ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়া সৃজনগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদন্ধিতা কৰিব বুলি। এই বাতৰি সম্পূৰ্ণ ৰূপে অপ্ৰাসংগিক আৰু ভিত্তিহীন। ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। আমি স্পষ্টকৈ জনাই দিওঁ যে এতিয়ালৈকে মিত্ৰজোঁটৰ আলোচনায় সম্পূৰ্ণ হোৱা নাই। ভূপেন ৰায় ডাঙৰীয়াই অভয়াপুৰী সমষ্টিতে নিৰ্বাচনত অৱতীৰ্ণ হʼব আৰু হাতীৰ প্ৰতীক চিহ্ন লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হʼব। ৰাইজক বিভ্ৰান্ত নহʼবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।
#জয়_আই_অসম
িষদ_জিন্দাবাদ
#ভূপেন_ৰায়_জিন্দাবাদ

05/03/2026

আজি এই মাত্ৰ অসম গণ পৰিষদৰ সভাপতি Atul Bora অতুল বৰা কাৰ্যকৰী সভাপতি Keshab Mahanta কেশৱ মহন্ত ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া সহ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া আৰু অসম গণ পৰিষদৰ প্ৰাথীত্ব প্ৰত্যাশী সমূহ নেতাৰ সৈতে আলোচনাত মিলিত হওঁ। বাতৰিত যিবোৰ অঃগঃপঃ দলৰ প্ৰাৰ্থীৰ নাম প্ৰচাৰ হৈ আছে বা যিখন তালিকা প্ৰচাৰ হৈ আছে সেইখন অসম গণ পৰিষদৰ অনুমোদিত তালিকা নহয়, আলোচনা এতিয়াও সম্পূৰ্ণ হোৱা নাই আলোচনা আৰু অনুষ্ঠিত হʼব। সেয়েহে ৰাইজক বিভ্ৰান্ত নহʼবলৈ অনুৰোধ জনালোঁ। লগতে এটা কথা স্পষ্টকৈ জনাই দিওঁ যে মই অসম গণ পৰিষদৰ চিহ্নতে নিৰ্বাচন খেলিম। ধন্যবাদ
ভূপেন ৰায়
সাধাৰণ সম্পাদক
অসম গণ পৰিষদ

অভয়াপুৰী সমষ্টি বাসী ৰাইজে আজি প্ৰমাণ কৰিলে আঞ্চলিকতাবাদৰ শক্তি। ৰাইজৰ মৰম আৰু উৎসাহে আগন্তুক দিন বোৰত আমাক যথেষ্ট সাহস...
22/02/2026

অভয়াপুৰী সমষ্টি বাসী ৰাইজে আজি প্ৰমাণ কৰিলে আঞ্চলিকতাবাদৰ শক্তি। ৰাইজৰ মৰম আৰু উৎসাহে আগন্তুক দিন বোৰত আমাক যথেষ্ট সাহস দিব। সমূহ ৰাইজলৈ শত সহস্ৰ প্ৰণাম।

িষদ_জিন্দাবাদ ুৱ_পৰিষদ_জিন্দাবাদ #ভূপেন_ৰায়_জিন্দাবাদ #জয়_আই_অসম
অসম গণ পৰিষদ - Asom Gana Parishad -AGP Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত অসম যুৱ পৰিষদ Bhupen Ray ভুপেন ৰায়

22/02/2026
অভয়াপুৰী ৰাইজলৈ আমাৰ শত সহস্ৰ প্ৰণাম....
22/02/2026

অভয়াপুৰী ৰাইজলৈ আমাৰ শত সহস্ৰ প্ৰণাম....

সমূহ ৰাইজৰ দলে দলে উপস্থিতি কামনা কৰিলোঁ।
21/02/2026

সমূহ ৰাইজৰ দলে দলে উপস্থিতি কামনা কৰিলোঁ।

আজি টুলুঙীয়া মিলন সংঘত অভয়াপুৰী বিধান সভা সমষ্টি সমিতি ৰ যোৱা পঞ্চায়ত নিৰ্বাচনত বিজয়ী জিলা পৰিষদৰ সদস্যা, পঞ্চায়ত স...
18/02/2026

আজি টুলুঙীয়া মিলন সংঘত অভয়াপুৰী বিধান সভা সমষ্টি সমিতি ৰ যোৱা পঞ্চায়ত নিৰ্বাচনত বিজয়ী জিলা পৰিষদৰ সদস্যা, পঞ্চায়ত সভাপতি/সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য/সদস্যা আৰু পঞ্চায়ত সদস্য/সদস্যা সকলৰ লগত দলীয় নেতৃত্বৰ এখন সভাত অংশ গ্ৰহণ কৰে। আগন্তক বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

িষদ_জিন্দাবাদ ুৱ_পৰিষদ_জিন্দাবাদ #ভূপেন_ৰায়_জিন্দাবাদ #জয়_আই_অসম

আজি অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত উত্তৰ শালমাৰা আৰু বইটামাৰী জিলা পৰিষদ ভিত্তিত দুখন মাণ্ডলিক...
17/02/2026

আজি অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতিৰ অন্তৰ্গত উত্তৰ শালমাৰা আৰু বইটামাৰী জিলা পৰিষদ ভিত্তিত দুখন মাণ্ডলিক সমিতি নিযুক্তি দিয়া হয়।

আজি ২৩/০৯/২০২৫ ইং তাৰিখে ৰাতিপুৱা ১১.০০ মান বজাত অঃগঃপঃ বিজনী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন  সভাপতি, অঃগঃপঃ অভয...
23/09/2025

আজি ২৩/০৯/২০২৫ ইং তাৰিখে ৰাতিপুৱা ১১.০০ মান বজাত অঃগঃপঃ বিজনী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন সভাপতি, অঃগঃপঃ অভয়াপুৰী বিধান সভা সমষ্টিৰ উপদেষ্টা বিদ্যুৎ ৰায় ডাঙৰীয়া আজি ইঁহলীলা সম্বৰণ কৰে। মৃতকৰ ঘৰত উপস্থিত থাকি তেখেতক শেষ শ্ৰদ্ধাঞ্জলী জনায় অঃগঃপঃ সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়া, সাংগঠনিক সম্পাদক নৱ কলিতা ডাঙৰীয়া, অঃগঃপঃ অভয়াপুৰী বিধান সভা সমষ্টিৰ সভাপতি পূৰ্ণেন্দু বণিক্য, সম্পাদকদ্বয় হেম ৰায় আৰু দুলাল শীল ডাঙৰীয়া।

Address

Abhayapuri
783384

Website

Alerts

Be the first to know and let us send you an email when অসম গণ পৰিষদ, অভয়াপুৰী বিধান সভা সমষ্টি সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share