07/04/2026
টংলা সমষ্টিত NDA লৈ মোহভংগ! BJP-BPF এৰি কেইবাজনেও যোগ দিলে UPPL দলত । টংলা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভালৈ সমৰ্থন জনায় UPPLত যোগদান BJP-BPF নেতা-কৰ্মীৰ।
BJP Assam Pradesh
United People's Party Liberal -UPPL
BJP Udalguri District