10/04/2026
আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
আপোনালোকৰ এই সাফল্য আপোনালোকৰ অধ্যৱসায়, পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল।
আগন্তুক দিনবোৰত আৰু অধিক উচ্চ শিখৰত উপনীত হওক, সমাজ আৰু দেশৰ গৌৰৱ বৃদ্ধি কৰক—এই কামনা থাকিল।
যিসকল শিক্ষাৰ্থীয়ে আশাকৰা ফল লাভ কৰিব নোৱাৰিলে, তেওঁলোকেও হতাশ নহ’ব—জীৱনত আৰু বহু সুযোগ আহিব।
সকলোকে শুভকামনা