10 নং হৰিপুৰ জিলা পৰিষদ Amzad Ali Shikdar

  • Home
  • India
  • Barpeta
  • 10 নং হৰিপুৰ জিলা পৰিষদ Amzad Ali Shikdar

10 নং হৰিপুৰ জিলা পৰিষদ Amzad Ali Shikdar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 10 নং হৰিপুৰ জিলা পৰিষদ Amzad Ali Shikdar, Barpeta.

মই আজি ৪ মাৰ্চ ২০২১ ইং তাৰিখে চেঙা সমষ্টিৰ বাবে ৰাইজৰ দলৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি চেঙা দলীয় কাৰ্য্যলয়ত মাননীয় বৰপেটা...
04/03/2021

মই আজি ৪ মাৰ্চ ২০২১ ইং তাৰিখে চেঙা সমষ্টিৰ বাবে ৰাইজৰ দলৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি চেঙা দলীয় কাৰ্য্যলয়ত মাননীয় বৰপেটা জিলা সভাপতি শ্ৰীযুত চানক্য ডেকা ডাঙৰীয়াৰ হাতত দলীয় আবেদন পত্ৰ অৰ্পন কৰিলো। এই শুভক্ষণত সকলো জনৰ পৰা আৰ্শীবাদ কামনা কৰিলো। আপোনালোকৰ আৰ্শীবাদেই মোৰ আচল সম্বল।

চেঙা সমষ্টিৰ শিক্ষা ,উন্নত স্বাস্থ্য,বাট-পথ, নদী গৰাখনিয়া আদিৰ সমস্যাৰ সমাধানৰ  সৰ্বাঙ্গীন উন্নয়ন আৰু পৰিবৰ্তনৰ লক্ষ্য ৰ...
25/02/2021

চেঙা সমষ্টিৰ শিক্ষা ,উন্নত স্বাস্থ্য,বাট-পথ, নদী গৰাখনিয়া আদিৰ সমস্যাৰ সমাধানৰ সৰ্বাঙ্গীন উন্নয়ন আৰু পৰিবৰ্তনৰ লক্ষ্য ৰে।

21/02/2021
05/02/2021 তাৰিখে চেঙা সমষ্টিৰ অন্তৰ্গত 7 নং বাগুদী গাঁও পঞ্চায়তত ৰাইজৰ দলৰ শক্তিশালী সমিতি গঠন কৰা হয়।
06/02/2021

05/02/2021 তাৰিখে চেঙা সমষ্টিৰ অন্তৰ্গত 7 নং বাগুদী গাঁও পঞ্চায়তত ৰাইজৰ দলৰ শক্তিশালী সমিতি গঠন কৰা হয়।

ৰাইজৰ দল জিন্দাবাদ
15/01/2021

ৰাইজৰ দল জিন্দাবাদ

09/01/2021

ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিবৰ্তন।
মৰাণ, ডিব্ৰুগড়
তৃতীয় দিন(অন্তিম দিন)

ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিক দল ৰাইজৰ দল  প্ৰথম ৰাজ্যিক অভিবৰ্তনপ্ৰতিনিধি সভা দ্বিতীয় দিন ।মৰাণ, ...
08/01/2021

ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিক দল
ৰাইজৰ দল প্ৰথম ৰাজ্যিক অভিবৰ্তন
প্ৰতিনিধি সভা দ্বিতীয় দিন ।
মৰাণ, ডিব্ৰুগড়ৰ।

"সমূহ অসমবাসীলৈ 2021 ইংৰাজী নৱবৰ্ষৰ প্ৰীতি ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়ালৈ কঢ়িয়াই ...
01/01/2021

"সমূহ অসমবাসীলৈ 2021 ইংৰাজী নৱবৰ্ষৰ প্ৰীতি ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়ালৈ কঢ়িয়াই আনক সুখ-শান্তি-সমৃদ্ধি, দৃঢ় হওঁক সমন্বয় আৰু ভাতৃত্বৰ এনাজৰী।"

নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছো যে অখিল গগৈ নেতৃত্বাধীন *ৰাইজৰ দলৰ ৪৭নং চেঙা বিধানসভা সমষ্টি কমিটি গঠনাৰ...
29/11/2020

নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছো যে অখিল গগৈ নেতৃত্বাধীন *ৰাইজৰ দলৰ ৪৭নং চেঙা বিধানসভা সমষ্টি কমিটি গঠনাৰ্থে অহা ১ ডিচেম্বৰ, ২০২০ইং তাৰিখে পদ্মপাৰাৰ সমীপৰ বান্দালি আঞ্চলিক বজাৰ প্ৰাংগনত ৰাতিপুৱা ১০ বজাৰ পৰা এটি প্ৰস্তুতি সভাৰ আয়োজন কৰা হৈছে*।

উক্ত সভাত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ।

ধন্যবাদেৰে,
আমজাদ আলী শিকদাৰ(10 নং হৰিপুৰ জিলাপৰিষদ)

অৱশেষত সহস্ৰ জনক কন্দোৱাই এইমাত্ৰ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুছি গ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ ডাঙৰীয়া RI...
23/11/2020

অৱশেষত সহস্ৰ জনক কন্দোৱাই এইমাত্ৰ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুছি গ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ ডাঙৰীয়া RIP
আত্মাৰ চিৰ শান্তি কামনা কৰিলো🙏

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when 10 নং হৰিপুৰ জিলা পৰিষদ Amzad Ali Shikdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share