Purabi Talukdar

Purabi Talukdar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Purabi Talukdar, Tezpur.

27/02/2026

হোটেল Taj Vivanta ত News18ৰ Advantage Assam নামৰ সাক্ষাৎকাৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পথ পৰিবহন বিভাগৰ মন্ত্ৰী মাননীয় নীতিশ গাথকাৰী ডাঙৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ অনুষ্ঠানটিত মই গুৱাহাটী মহানগৰীৰ এটি অতি পুৰণি সমস্যা, মহানগৰৰ মাজ মজিয়াৰে ৰেলৱে লাইন পাৰ হৈ যোৱাৰ ফল স্বৰূপে জনসাধাৰণ সাংঘাটিক যানজটৰ সমস্যাৰ প্ৰতিদিনে সন্মূখীন হ'ব লগীয়া হয়,সেয়েহে তাৰ সমাধানৰ বাবে আবেদন জনাওঁ।

#হিমন্তবিশ্বশৰ্মা
#অতুলবৰা
#কেশৱমহন্ত
#ৰমেন্দ্ৰনাৰায়ণকলিতা
#অসমগণপৰিষদ
#অসমমহিলাপৰিষদ

 #সঙ্কল্পসমাৰোহ মধ্য গুৱাহাটী সমষ্টিৰ দলীয় কৰ্মীৰ পূৰ্ব প্ৰস্তুতি বিশেষ  #অতুলবৰা  #কেশৱমহন্ত  #ৰমেন্দ্ৰনাৰায়ণকলিতা  #...
26/02/2026

#সঙ্কল্পসমাৰোহ মধ্য গুৱাহাটী সমষ্টিৰ দলীয় কৰ্মীৰ পূৰ্ব প্ৰস্তুতি বিশেষ

#অতুলবৰা
#কেশৱমহন্ত
#ৰমেন্দ্ৰনাৰায়ণকলিতা
#অসমগণপৰিষদ
#অসমমহিলাপৰিষদ

26/02/2026
25/02/2026
24/02/2026

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Purabi Talukdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share