NSUI- Samaguri LAC

  • Home
  • NSUI- Samaguri LAC

NSUI- Samaguri LAC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NSUI- Samaguri LAC, Political organisation, Samaguri, .

31/10/2025

লোকসভাৰ বিৰোধী দলৰ নেতা শ্ৰী ডাঙৰীয়াই আজি সংসদত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ আগ্ৰহ আৰু কেৰিয়াৰৰ বিষয়ে আলোচনা কৰে।
আজিৰ Gen Z প্ৰজন্ম ভাৰতৰ ভৱিষ্যত, শক্তি, সপোন, আৰু নতুন ধাৰণাৰে ভৰা।
এই নৱপ্ৰজন্ম আমাৰ দেশৰ আশা, যিয়ে ভাৰতক নতুন উচ্চতালৈ লৈ যাব।

NSUI stands tall as the voice of India’s students, relentlessly fighting for affordable, accessible, and quality educati...
08/04/2025

NSUI stands tall as the voice of India’s students, relentlessly fighting for affordable, accessible, and quality education for all.

Happy NSUI Foundation Day!
Let’s carry forward the legacy of empowering every student through the light of education.

আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত মিছা'ৰ বিশিষ্ট সমাজকৰ্মী তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চামৰীয়া ডাঙৰীয়াৰ মাত...
30/09/2023

আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত মিছা'ৰ বিশিষ্ট সমাজকৰ্মী তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চামৰীয়া ডাঙৰীয়াৰ মাতৃৰ বিয়োগৰ খবৰ পায় অসম ৰাজ্যিক NSUI সাধাৰণ সম্পাদক তাঞ্জিল হুছেইন দেৱে তেখেতৰ ঘৰত উপস্থিত হয় তেওঁলোকৰ দুখৰ সমভাগী হয় আৰু সমবেদনা জ্ঞাপন কৰে।

ভাৰতীয় যুৱ কংগ্ৰেছৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিজন যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।
09/08/2023

ভাৰতীয় যুৱ কংগ্ৰেছৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিজন যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

ৰাইজৰ_নেতা_ৰাইজৰ_কাষতচামগুৰি সমষ্টিৰ অন্তৰ্গত ভূৰবন্দা গাৱঁৰ বানপীড়িত লোকসকলৰ কাষত বিধায়ক ৰকিবুল_হুছেইন ডাঙৰীয়াই আজি আহি...
15/07/2023

ৰাইজৰ_নেতা_ৰাইজৰ_কাষত
চামগুৰি সমষ্টিৰ অন্তৰ্গত ভূৰবন্দা গাৱঁৰ বানপীড়িত লোকসকলৰ কাষত বিধায়ক ৰকিবুল_হুছেইন ডাঙৰীয়াই আজি আহি তেওঁলোকক চাউল,দালি ,মিঠাতেল, নিমখ, আলু, পিয়াঁজ, আদি বিতৰণ কৰে ।

আজি ডিব্ৰগড় জিলা Nsui ৰ উদ্যোগত, ডিব্ৰুগড় মহাবিদ্যালয় Nsui গোটৰ সহযোগত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত নামভৰ...
13/07/2023

আজি ডিব্ৰগড় জিলা Nsui ৰ উদ্যোগত, ডিব্ৰুগড় মহাবিদ্যালয় Nsui গোটৰ সহযোগত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত নামভৰ্তিৰ বাবে হেল্পডেস্ক তথ্য কাৰ্ড বিতৰণ কৰে অসম ৰাজ্যিক Nsui ৰ সাধাৰন সম্পাদক তথা ডিব্ৰুগড় জিলা Nsui ৰ তত্বাবধায়ক মাননীয় তাঞ্জিল হুছেইন ডাঙৰীয়াই লগতে উপস্থিত থাকে ডিব্ৰুগড় জিলা Nsui ৰ সভাপতি ও Nsui ৰ বিষয়ববীয়া সকল ।

আজি ইটানগৰ বিমান বন্দৰৰত বিৰোধী দলৰ উপ দলপতি মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক উষ্ম আদৰণি জনায় লখিমপুৰ, বিশ্বনাথ জিলা কংগ...
10/07/2023

আজি ইটানগৰ বিমান বন্দৰৰত বিৰোধী দলৰ উপ দলপতি মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক উষ্ম আদৰণি জনায় লখিমপুৰ, বিশ্বনাথ জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু NSUI ৰ বিষয়ববিয়াই।

06/06/2023

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী লৈ #লাওঁখোৱা #ব্লক ৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো।
14/04/2023

সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো।

HAPPY FOUNDATION DAY ♥️Congratulations & best wishes to all members of organisation.NSUI LONG LIVE ✊NSUI ZINDABAD ✌️
09/04/2023

HAPPY FOUNDATION DAY ♥️
Congratulations & best wishes to all members of organisation.

NSUI LONG LIVE ✊
NSUI ZINDABAD ✌️

01/04/2023
সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
23/03/2023

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

Address

Samaguri

Alerts

Be the first to know and let us send you an email when NSUI- Samaguri LAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share