ধনশিৰী UPPL

ধনশিৰী UPPL Always UPPL

27/03/2026

বিটিআৰত নিৰ্বাচনৰ পিছত উচ্ছেদ কৰিবলৈ সাজো BJP আৰু BPF দলে চাওঁক সংখ্যালঘু ৰাইজ তাৰ পিছত যদি সংখ্যালঘু ৰাইজে BPF দ'লক ভোট প্ৰদান কৰে তেতিয়া নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিব এতিয়া BPF দ'লৰ অন্ধ ব্যক্তি বিলাগ কি, ক'ব এতিয়া তাৰ পিছত BJP BPF দ'লৰ হৈ একাংশ সংখ্যালঘু নেতা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ পৰিলক্ষিত হৈছে সেই BPF দলৰ নেতা সকলে বিটিআৰ সংখ্যালঘু ৰাইজৰ তেজ পানী বিক্ৰী কৰি নিজৰ স্বাৰ্থৰ পূৰণত ব্যস্ত এতিয়া ৰাইজ আপোনালোকেও সিদ্ধান্ত গ্ৰহণ কৰক এতিয়া কাক ভোট প্ৰদান কৰিব BPF দ'লক ভোট প্ৰদান কৰিলে আপোনাৰ লোকৰ ভোট লৈ ক্ষমতা বহি আপোনালোককে উচ্ছেদ কৰিব সেই কাৰণে সময় থাকোঁতেই সাৱধান হওঁক বিটিআৰ সংখ্যালঘু ৰাইজ সকল।

ৰাইজলৈ এৰিলোঁ ইয়াৰ পাছত ও ৰাইজে BPF আৰু BJP কেনেকৈ গ্ৰহণ কৰিব ।
26/03/2026

ৰাইজলৈ এৰিলোঁ ইয়াৰ পাছত ও ৰাইজে BPF আৰু BJP কেনেকৈ গ্ৰহণ কৰিব ।

26/03/2026

“কিমান আৰু টুপী পিন্ধাব?”

হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ ঠগবাজী —

সংখ্যালঘু জনতাৰ বাবে ভূৱা প্ৰতিশ্ৰুতি —
কেতিয়াবা উন্নয়ন, কেতিয়াবা সুৰক্ষা, কেতিয়াবা ভূমিৰ অধিকাৰ !
কিন্তু বাস্তৱত কি পালে ?
নিৰ্বাচনৰ ঠিক পিছমুহূৰ্ত্ততে লুটিবাগৰ !

নির্বাচনৰ সময় আহিলেই মিঠা মাতেৰে ভোট আদায়, নিৰ্বাচনৰ ঠিক পিছতেই বিজেপিৰ সতে মিতিৰালি !

জনতা এতিয়া সজাগ !
হাগ্ৰামাৰ টুপী পিন্ধোৱা ৰাজনীতি সংখ্যালঘু জনতাই ভালকৈ বুজি পাইছে।
ধর্ম বা সমাজৰ নামত ভাৱাবেগেৰে খেলাৰ দিন শেষ।
এইবাৰ ভোট মানে —
হিচাপ লোৱাৰ সময়।
এইবাৰ সিদ্ধান্ত মানে —
ভৱিষ্যৎ সুৰক্ষিত কৰাৰ সময়।
সংখ্যালঘু সমাজ সজাগ হওক,
নিজ অধিকাৰৰ বাবে একত্ৰিত হওক।
















Address

Udalguri
Udalguri

Website

Alerts

Be the first to know and let us send you an email when ধনশিৰী UPPL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share