বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতি

  • Home
  • India
  • Tinsukia
  • বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতি

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতি আমি আৱেগেৰে নহয়, গৌৰৱেৰে কওঁ আমি অসমীয়া বৃহত্তৰ অসমীয়া যুৱ মঞ্চ....

সন্মানেৰে সমৰ্থন কৰিছোঁ জয় আই অসম✊✊✊
18/07/2026

সন্মানেৰে সমৰ্থন কৰিছোঁ

জয় আই অসম✊✊✊

04/07/2026

" সুগন্ধি পখিলাৰ" কবি হীৰেন ভট্টাচাৰ্য দেৱৰ অবদান অসমীয়া সাহিত্যত অবিস্মৰণীয় ।
আজি তেখেতৰ দ্বাদশ তম মৃত্যুবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু যাঁচিছো গভীৰ শ্ৰদ্ধাঞ্জলি।

27/06/2026
27/06/2026

⭕অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতি সহকাৰী সাধাৰণ পদৰ পৰা দুলু সোণোৱালৰ পদত্যাগ।
⭕পদত্যাগ কৰিয়ে বৃহত্তৰ অসমীয়া যুৱ মঞ্চত সহ-সচিব প্ৰধান হিচাপে যোগদান দুলু সোণোৱালৰ।

20/06/2026
20/06/2026

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ আজি মৃত্যু দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ৷

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category