Rangapara LAC-Sabka Sath BJP

Rangapara LAC-Sabka Sath BJP ঐক্য, শান্তি আৰু বিকাশৰ বাবে ৰঙাপৰাৰ বিজেপি পৰিয়াল।

07/02/2026

জয় শ্ৰীকৃষ্ণ।
সুপ্ৰভাত অসম।

06/02/2026

অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰেৰে সাধাৰণ জনতাৰ জীৱন পণবন্দী কৰা কংগ্ৰেছৰ কথা পাহৰা নাই অসমে । অসমবাসী ৰাইজ এতিয়া সুশাসন, শান্তি আৰু বিকাশৰ অংশীদাৰ হৈ বিজেপিৰ সৈতে আছে।
Himanta Biswa Sarma
Dilip Saikia
Madhusmita Hazarika

06/02/2026

BJP Assam Pradesh
Dilip Saikia

Dilip Saikia
06/02/2026

Dilip Saikia

আমাৰ ভাষা আমাৰ গৌৰৱ৷ এটা সময়ত অৱহেলাৰ সন্মুখীন হোৱা প্ৰাণৰ অসমীয়া ভাষাটিৰ বাবে বৰ্তমানৰ চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে৷ পূৰ্বতে ভাষাটি ৰক্ষাৰ বাবে আন্দোলনপৰ্যন্ত হোৱাৰ বিপৰীতে আজি আমাৰ চৰকাৰে ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ভাষা গৌৰৱ সপ্তাহো পালন কৰিছে৷

Once, our language survived through struggle. Today, it stands in the global arena with dignity and classical recognition.

The classical language status to Assamese is not just a recognition on paper, its an honour of the centuries of legacy it carries.

06/02/2026

এই যুঁজ অসমৰ বাবে, অসমীয়াৰ বাবে~ আমাৰ ঐতিহ্য, অস্তিত্ব, সংস্কৃতি, স্বাভিমান সুৰক্ষিত কৰাৰ বাবে।

আমি সমগ্ৰ অসমবাসী মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ৰ সৈতে আছোঁ.......

With Himanta Biswa Sarma – I just got recognized as one of their top fans! 🎉
06/02/2026

With Himanta Biswa Sarma – I just got recognized as one of their top fans! 🎉

05/02/2026

Himanta Biswa Sarma

BJP Assam Pradesh
05/02/2026

BJP Assam Pradesh

সমগ্ৰ অসমত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ "বুথ বিজয় অভিযান"ৰ শুভাৰম্ভণি হয়।মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব ...
05/02/2026

সমগ্ৰ অসমত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ "বুথ বিজয় অভিযান"ৰ শুভাৰম্ভণি হয়।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জালুকবাৰী সমষ্টিৰ বিমানকোঠ মণ্ডলৰ অন্তৰ্গত ৩২ নং বুথত আৰু মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই মঙ্গলদৈ নগৰ মণ্ডলৰ অন্তৰ্গত ১৫১ নং বুথত উপস্থিত থাকি বুথ বিজয় অভিযানৰ শুভাৰম্ভণি কৰে।

এই অভিযানৰ অংশ হিচাপে ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত কৃষ্ণ কমল তাঁতী ডাঙৰীয়াৰ লগতে ৰঙাপৰা সমষ্টিৰ বিভিন্ন বুথত দলীয় কাৰ্যকৰ্তা, মহিলা, যুৱক-যুৱতী আৰু সাধাৰণ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে বুথ বিজয় অভিযান সফলভাৱে আৰম্ভ কৰা হয়।


Himanta Biswa Sarma
Dilip Saikia

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা ।Himanta Biswa SarmaDilip saikia
03/02/2026

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা ।
Himanta Biswa Sarma
Dilip saikia

Address

Balipara
Tezpur
784101

Website

Alerts

Be the first to know and let us send you an email when Rangapara LAC-Sabka Sath BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share