Sarpa Bandhab Saurav Borkataki Team

Sarpa Bandhab Saurav Borkataki Team Snake Rescuer Team of Assam

19/06/2026
বিশ্বনাথ জিলা চিকিৎসালয়ৰ চিকিৎসক-চিকিৎসা কৰ্মীক বিশেষ সম্বৰ্ধনাসৰ্প বান্ধৱ সৌৰভ বৰকটকী টীমৰ উদ্যোগবিশ্বনাথ, ১৮ জুন : সৰ...
19/06/2026

বিশ্বনাথ জিলা চিকিৎসালয়ৰ চিকিৎসক-চিকিৎসা কৰ্মীক বিশেষ সম্বৰ্ধনা

সৰ্প বান্ধৱ সৌৰভ বৰকটকী টীমৰ উদ্যোগ

বিশ্বনাথ, ১৮ জুন : সৰ্প বান্ধৱ সৌৰভ বৰকটকী টীমৰ সৌজন্যত আজি বিশ্বনাথ জিলা চিকিৎসালয়ত এক বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। বিগত প্ৰায় দুটা বৰ্ষত এক হাজাৰৰো অধিক সৰ্পদংশনৰ ৰোগীৰ চিকিৎসা সফলতাৰে সম্পন্ন কৰি বহু লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে চিকিৎসালয়খনৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

15/06/2026

জ্যেষ্ঠ সৰ্প বন্ধু বাপধন দাসক সম্বৰ্ধনা : সজাগতাৰ বাৰ্তা

সৰ্প বান্ধৱ সৌৰভ বৰকটকী টীমৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বাপধন দাসৰ সৰ্প সম্পৰ্কে মনোজ্ঞ বক্তৃতা

 #সৰ্প_বান্ধৱ_সৌৰভ_বৰকটকী_টীমে এতিয়ালৈকে পোৱা তথ্য ভিত্তিক গৱেষণা মতে -অসমত প্ৰথম বাৰৰ বাবে ছালেজাৰ পিট ভাইপাৰ' (Salaza...
14/06/2026

#সৰ্প_বান্ধৱ_সৌৰভ_বৰকটকী_টীমে এতিয়ালৈকে পোৱা তথ্য ভিত্তিক গৱেষণা মতে -

অসমত প্ৰথম বাৰৰ বাবে ছালেজাৰ পিট ভাইপাৰ' (Salazar Pit Viper) নামৰ এক দুষ্প্রাপ্য সেউজীয়া সাপ উদ্ধাৰ কৰিছিল সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে।

২০১৯ চনত তেজপুৰত আৰু এই সাপটো উদ্ধাৰ কৰিছিল অধ্যাপক সৌৰভ বৰকটকীয়ৈ

প্ৰাক্তন অবৈতনিক সন্মানীয় বন্যপ্ৰাণী ৱাৰ্ডেন সৌৰভ বৰকটকীৰ‌ এটি পুৰণি Video ৰ যোগেদি এই তথ্যৰ লিংকটো Share কৰা হ'ল।

https://www.facebook.com/share/v/1ThTm6zqxM/

At Mission Hospital in Tezpur today, the team of snake rescuer and wildlife conservationist Saurav Borkotoki extended sp...
11/06/2026

At Mission Hospital in Tezpur today, the team of snake rescuer and wildlife conservationist Saurav Borkotoki extended special love and appreciation to Dr. Shafini Bery and 9-year-old child Sufian.
It is noteworthy that a few years ago, Dr. Shafini Bery saved the life of an 8-year-old child through timely medical treatment. The child had been bitten by a venomous snake and was brought to Dr. Bery for treatment. Through excellent medical care, Dr. Bery successfully helped the child recover. The recovery of an 8-year-old child after a venomous snakebite was considered the first such case of its kind in India at that time.
Meanwhile, today, the Saurav Borkotoki Team also conveyed their best wishes to 9-year-old Sufian by presenting him with a traditional Assamese gamosa. It may be recalled that two days ago, following the prompt efforts of the Saurav Borkotoki Team, Sufian was taken to the hospital for treatment after being bitten by a snake.

তেজপুৰত জ্যেষ্ঠ সৰ্প বন্ধু বাপধন দাস আৰু প্ৰকৃতিপ্ৰেমী মুহচিনুৰ ৰহমানৰ‌ সৰ্প উদ্ধাৰ অভিযান
11/06/2026

তেজপুৰত জ্যেষ্ঠ সৰ্প বন্ধু বাপধন দাস আৰু প্ৰকৃতিপ্ৰেমী মুহচিনুৰ ৰহমানৰ‌ সৰ্প উদ্ধাৰ অভিযান

10/06/2026
09/06/2026

সৰ্পবান্ধৱ সৌৰভ বৰকটকী Team ৰ তৎপৰতাত মৃত্যুৰ মুখৰ পৰা উভতিল ৯ বছৰীয়া ছুফিয়ান

সাপে দংশন কৰাৰ পিছত Baptist Christian Hospitalত ১০টা Anti-venom; সময়মতে চিকিৎসাত বিপদমুক্ত শিশু

Sarpa Bandhab Sourav Barkotoki Team's Swift Action Saves 9-Year-Old Boy from Deadly SnakebiteTimely Treatment and 10 Dos...
09/06/2026

Sarpa Bandhab Sourav Barkotoki Team's Swift Action Saves 9-Year-Old Boy from Deadly Snakebite

Timely Treatment and 10 Doses of Anti-Venom at Baptist Christian Hospital Help Child Recover

Address

Tezpur
Tezpur

Website

Alerts

Be the first to know and let us send you an email when Sarpa Bandhab Saurav Borkataki Team posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share