BJP OBC Morcha TEOK Mandal

BJP OBC Morcha TEOK Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP OBC Morcha TEOK Mandal, Political Party, Teok.

নৱ নিৰ্বাচিত বিধায়ক বিকাশ  শইকীয়া ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ তৰফৰ পৰা শুভকামনা জনা...
04/05/2026

নৱ নিৰ্বাচিত বিধায়ক বিকাশ শইকীয়া ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ তৰফৰ পৰা শুভকামনা জনালোঁ. 🎉👏💐


#বিজেপি

শুভ ৰঙালী বিহু 🎉🌸🎊                            BJP Assam Pradesh BJP OBC Morcha TEOK Mandal Bikash Saikia
15/04/2026

শুভ ৰঙালী বিহু 🎉🌸🎊

BJP Assam Pradesh BJP OBC Morcha TEOK Mandal Bikash Saikia

আজি ২৭ নং গাঁও পঞ্চায়তৰ ২১০ আৰু ২০৫ বুথত টীয়ক বিধানসভা সমষ্টিৰ মিতৰজোঁটৰ পাৰ্থী বিকাশ শইকীয়া ডাঙৰী়য়াৰ হৈ ভাৰতীয় জনতা...
02/04/2026

আজি ২৭ নং গাঁও পঞ্চায়তৰ ২১০ আৰু ২০৫ বুথত টীয়ক বিধানসভা সমষ্টিৰ মিতৰজোঁটৰ পাৰ্থী বিকাশ শইকীয়া ডাঙৰী়য়াৰ হৈ ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ টীয়ক মণ্ডলৰ উদ্যোগত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কাৰ্য্যসূচী।
#অগপ
BJP Assam Pradesh Bikash Saikia BJP OBC Morcha TEOK Mandal

২৬ নং কাকজান গাঁও পঞ্চায়তৰ ৬ নং বুথত আজি ভাৰতীয় জনতা পাৰ্টীৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চা টীয়ক মণ্ডলৰ উদ্যোগত মিত্ৰজোঁট...
29/03/2026

২৬ নং কাকজান গাঁও পঞ্চায়তৰ ৬ নং বুথত আজি ভাৰতীয় জনতা পাৰ্টীৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চা টীয়ক মণ্ডলৰ উদ্যোগত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়া ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়।


BJP Assam Pradesh
BJP OBC Morcha TEOK Mandal

অভিনন্দন টীম ইণ্ডিয়া একেৰাহে দ্বিতীয় বাৰলৈ মুঠ তৃতীয় বাৰলৈ T20 বিশ্বকাপ দখল
08/03/2026

অভিনন্দন টীম ইণ্ডিয়া
একেৰাহে দ্বিতীয় বাৰলৈ মুঠ তৃতীয় বাৰলৈ T20 বিশ্বকাপ দখল

03/01/2026

পাৰ্থক্য স্পষ্ট...




BJP Assam Pradesh
BJP OBC Morcha TEOK Mandal

সুশাসক, ভাৰতীয় জনতাপাৰ্টীৰ পিতামহ স্বৰূপ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্ম তিথিত শ্ৰদ্ধাৰে স্মৰ...
25/12/2025

সুশাসক, ভাৰতীয় জনতাপাৰ্টীৰ পিতামহ স্বৰূপ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্ম তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। 🙏💐🌹


BJP Assam Pradesh BJP OBC Morcha TEOK Mandal

ভাৰতীয় জনতা পাৰ্টী অন্যান্য পিছপৰা মৰ্চা, যোৰহাট টিয়ক মণ্ডলৰ উদ্যোগত যোৱা ২ ডিচেম্বৰ পৰা অনুষ্ঠিত হৈ থকা বিনামূলীয়া চিক...
19/12/2025

ভাৰতীয় জনতা পাৰ্টী অন্যান্য পিছপৰা মৰ্চা, যোৰহাট টিয়ক মণ্ডলৰ উদ্যোগত যোৱা ২ ডিচেম্বৰ পৰা অনুষ্ঠিত হৈ থকা বিনামূলীয়া চিকিৎসা শিৱিৰৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
‌ উক্ত সভাত উপস্থিত থাকে‌ ভাৰতীয় জনতা পাৰ্টী অনান্য পিছপৰা শ্ৰেণী মৰ্চা যোৰহাট জিলাৰ সন্মানীয় সভাপতি দীপক শইকীয়া ডাঙৰীয়া, ৰাজ্যিক সম্পাদিকা ৰূপা বৰা ডাঙৰীয়ানী, যোৰহাট জিলাৰ সন্মানীয় প্ৰভাৰী সন্মানীয় ধ্ৰুৱ প্ৰসাদ শইকীয়া ডাঙৰীয়া,‌ মণ্ডল সভাপতি তুলতুল হাজৰীকা, টিয়ক পৌৰসভাৰ পৌৰনেত্ৰী লাকী বৰবৰা গগৈ ডাঙৰীয়ানী, জিলাৰ সম্পাদক পংকজ গগৈ ডাঙৰীয়াকে প্ৰমূখ্য কৰি দলৰ সন্মানীয় কাৰ্যকতা সকল আৰু এই অঞ্চলৰ ৰাইজ।







আজি ইংৰাজী ১৬/১২/২৫ তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চা টীয়ক মণ্ডলৰ উদ্যোগত যোৰহাট জিলাৰ অন্যান্য ...
16/12/2025

আজি ইংৰাজী ১৬/১২/২৫ তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চা টীয়ক মণ্ডলৰ উদ্যোগত যোৰহাট জিলাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ সহযোগত ৮নং জাঁজীমুখ গাঁওপঞ্চায়তৰ ফুকনবাৰী নামঘৰ প্ৰাঙ্গণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।
চিকিৎসা শিবিৰ শুভ উদ্বোধন কৰে টীয়ক মণ্ডল অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি শ্ৰীযুত তুল তুল হাজৰীকা ডাঙৰীয়াই। লগতে অনুষ্ঠানত উপস্থিত থাকে ভাৰতী জনতা পাৰ্টীৰ টীয়ক মণ্ডলৰ সাধাৰণ সম্পাদক অভিজিৎ বৰুৱা, টীয়ক মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মনজিৎ পেগু, ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সাধাৰণ সম্পাদক পংকজ গগৈকে ধৰি ভৰতীয় জনতা পাৰ্টীৰ বিভিন্ন স্তৰৰ কাৰ্য্যকৰ্তা উপস্থিত থাকে।
উক্ত অনুষ্ঠানতিৰ আত ধৰে ভাৰতীয় জনতা পাৰ্টিৰ ৮ নং জাঁজীমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২২৫ নং বুথৰ সভাপতি টীয়ক মণ্ডলৰ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ কোষ সমিতিৰ সহ আহ্বায়ক শ্ৰী মাধৱ হাজৰিকা দেৱে।


BJP OBC Morcha TEOK Mandal
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ টীয়ক মণ্ডলৰ অনান্য প...
15/12/2025

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ টীয়ক মণ্ডলৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনাইছোঁ।🙏🙏🙏💐


BJP Assam Pradesh BJP OBC Morcha TEOK Mandal

Address

Teok

Website

Alerts

Be the first to know and let us send you an email when BJP OBC Morcha TEOK Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share