Teok Cloth Bank টীয়ক ক্লথ বেংক

  • Home
  • India
  • Teok
  • Teok Cloth Bank টীয়ক ক্লথ বেংক

Teok Cloth Bank টীয়ক ক্লথ বেংক টীয়ক ক্লথ বেংক, স্থাপিত-২০২৩
- মানুহে মানুহৰ বাবে....

Year_2025
19/03/2026

Year_2025

Teok cloth bank ❤️
19/03/2026

Teok cloth bank ❤️

দৈনিক অসম কাকতত প্ৰকাশিত।
17/03/2026

দৈনিক অসম কাকতত প্ৰকাশিত।

আজিৰ দৈনন্দিন বার্তাত  ধন্যবাদ জনালোঁ
17/03/2026

আজিৰ দৈনন্দিন বার্তাত

ধন্যবাদ জনালোঁ

দৈনিক অগ্ৰদূত..১৬ মাৰ্চ২০২৬
16/03/2026

দৈনিক অগ্ৰদূত..
১৬ মাৰ্চ২০২৬

16/03/2026
টীয়ক ক্লথ বেংক২০২৬ বর্ষৰ দ্বিতীয় কাৰ্যসূচী১৫ মাৰ্চ ২০২৬স্থান: হাটখোলা টীয়ক ক্লথ বেংকৰ উদ্যোগত আজি হাটখোলা ফিল্ডত কাষৰীয়া...
15/03/2026

টীয়ক ক্লথ বেংক
২০২৬ বর্ষৰ দ্বিতীয় কাৰ্যসূচী
১৫ মাৰ্চ ২০২৬
স্থান: হাটখোলা

টীয়ক ক্লথ বেংকৰ উদ্যোগত আজি হাটখোলা ফিল্ডত কাষৰীয়া বহু ছাত্ৰ ছাত্ৰীক শৈক্ষিক সামগ্ৰীৰ লগতে শতাধিক ব্যক্তিক বস্ত্ৰ দান কৰা হয়।

আজিৰ কাৰ্যসূচীত আটছাৰ টীয়ক শাখাৰ সভাপতি এপল কিষ্কো মাঝিৰ লগতে বিষয় ববীয়া সকলে সহযোগিতা কৰে।

আজি টীয়ক ক্লথ বেংকৰ হৈ উপস্থিত থকা প্ৰতিনিধি সকল-
১/ স্বৰ্ণলতা বৰা
২/ পল্লব শইকীয়া
৩/সঞ্জয় কাকতি
৪/ স্মৃতিপ্ৰিয়া
৫/লোপা দুৱৰা
৬/ধ্ৰুৱ প্ৰসাদ বৰুৱা
৭/মাঞ্চি মাঝি
৮/বৰ্ণালী বৰদলৈ
৯/বিধান গগৈ
১০/লাকী দত্ত

আজিৰ এই কাৰ্যসূচীত আৰ্থিক ভাৱে সহায় সহযোগিতা কৰা সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

পুনৰ অনাগত কাৰ্যসূচীত সকলোকে লগ পাম🙏🏻

Address

Jorhat Teok
Teok

Website

Alerts

Be the first to know and let us send you an email when Teok Cloth Bank টীয়ক ক্লথ বেংক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category