Hemanta Kumar Rava, Ex Nominated MCLA BTR

Hemanta Kumar Rava, Ex Nominated MCLA BTR Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hemanta Kumar Rava, Ex Nominated MCLA BTR, Tamulpur.

25/11/2025
25/11/2025
আজি লাচিত দিৱস ।
24/11/2025

আজি লাচিত দিৱস ।

A historic day for Indian sports!Congratulations to Team India on their remarkable victory in Women’s T20 Cricket World ...
23/11/2025

A historic day for Indian sports!

Congratulations to Team India on their remarkable victory in Women’s T20 Cricket World Cup for the Blind 2025.

All my best wishes for your future endeavors.

আজি মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma  ডাঙৰীয়াৰ অধ্যক্ষতাত  অনুষ্ঠিত  অসম কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তস...
23/11/2025

আজি মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ---

# অসমৰ শিক্ষা খণ্ডৰ কাঠামো শক্তিশালীকৰণ
# অশিক্ষক কৰ্মচাৰী সকলৰ প্ৰাদেশীকৰণ
# বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ
# মহিলা শিক্ষকৰ নিযুক্তি আৰু বদলিত শিথিলতা
# আজিম প্ৰেমজী বিশ্ববিদ্যালয়, অসমৰ অনুমোদন
# নেৰিম বিশ্ববিদ্যালয় স্থাপন
# কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ স্থাপন
# জিলা ভূমি ন্যায়াধিকৰণ স্থাপন
# মেহতা আয়োগৰ প্ৰতিবেদন ('৮৩ ৰ নিৰ্বাচনী হিংসা) দাখিল
# আইনগত মৰ্যাদাৰে পৰম্পৰাৰ সুৰক্ষা
# অসম অগ্নি আৰু জৰুৰীকালীণ সেৱা বিধেয়ক, ২০২৫
# উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতি গঠন
# অসম এম আৰ অ' (MRO) নীতি, ২০২৫ অনুমোদিত
# ব্যৱস্থাগত সৰলীকৰণ -- অসম জন বিশ্বাস (বিধি সংশোধনী) বিধেয়ক, ২০২৫
# চাহ বাগিছাৰ শ্ৰমিকৰ বাবে ঐতিহাসিক পদক্ষেপ
Dilip Saikia
BJP Assam Pradesh
BJP Tamulpur District

23/11/2025
11/11/2025

सुप्रभात..

Very nice Interview.Matured Reply.
11/11/2025

Very nice Interview.
Matured Reply.

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি গুৱাহাটীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায...
10/11/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি গুৱাহাটীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷
প্ৰতিখন সুলভমুল্যৰ দোকানত আজিৰে পৰা প্ৰতি মাহে ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব ।
মচুৰ ৬৯ টকা ( প্ৰতি কিলো )
চেনি ৩৮ টকা ( প্ৰতি কিলো )
নিমখ১০টকা ( প্ৰতি কিলো )
( মুঠতে ১১৭ টকাত তিনিওবিধ সামগ্ৰী লাভ কৰিব পাৰিব ।)

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

বিজেপি নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম চৰকাৰে ৰাজ্যখনৰ দুৰ্বল তথা আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে খাদ্য সু...
10/11/2025

বিজেপি নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম চৰকাৰে ৰাজ্যখনৰ দুৰ্বল তথা আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিতকৰণৰ বাবে আজিৰেপৰা আৰম্ভ কৰিছে বিশেষ অন্নসেৱা দিন ।

এই আঁচনিৰ জড়িয়তে ৰাজ্যখনৰ ৰেচন কাৰ্ড থকা লোকসকলে বজাৰতকৈ সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনী আৰু নিমখ । ৰাইজৰ বাবে গ্ৰহণ কৰা এই কল্যাণকামী আঁচনিয়ে লক্ষ লক্ষ পৰিয়ালক লাভান্বিত কৰিব ।

মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

Address

Tamulpur
781367

Website

Alerts

Be the first to know and let us send you an email when Hemanta Kumar Rava, Ex Nominated MCLA BTR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share