BJP Goibari Mandal

BJP Goibari Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Goibari Mandal, Political Party, Tamulpur, Tamulpur.

আজি ইংৰাজী 19 - 09  -2022 তাৰিখ সোমবাৰে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে ভাৰতীয় জনতা পার্টি, তামুলপুৰ জিল...
19/09/2022

আজি ইংৰাজী 19 - 09 -2022 তাৰিখ সোমবাৰে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে ভাৰতীয় জনতা পার্টি, তামুলপুৰ জিলাৰ সহযোগত দেশৰ স্বনামধন্য প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, গয়বাৰী মণ্ডলৰ উদ্দোগত তামুলপুৰ কচুবাৰী গোপাল জগন্নাথ থানত স্বচ্ছতা অভিযান কাৰ্য্যসূচী পালন কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, গয়বাৰী মণ্ডলৰ অন্তৰ্গত ৰাজ্যিক, জিলা পৰ্য্যায়ৰ কাৰ্যকৰ্তা, গয়বাৰী মণ্ডলৰ কাৰ্যকৰ্তা সকল।

আজি ইংৰাজী ১৮-০৯-২০২২ তাৰিখ ৰবিবাৰে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে ভাৰতীয় জনতা পার্টি, তামুলপুৰ জিলাৰ স...
18/09/2022

আজি ইংৰাজী ১৮-০৯-২০২২ তাৰিখ ৰবিবাৰে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে ভাৰতীয় জনতা পার্টি, তামুলপুৰ জিলাৰ সহযোগত দেশৰ স্বনামধন্য প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, গয়বাৰী মণ্ডলৰ উদ্দোগত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রত স্বচ্ছতা অভিযান কাৰ্য্যসূচী পালন কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, গয়বাৰী মণ্ডলৰ অন্তৰ্গত ৰাজ্যিক, জিলা পৰ্য্যায়ৰ কাৰ্যকৰ্তা, গয়বাৰী মণ্ডলৰ কাৰ্যকৰ্তা সকল।

ৰেডিঅ বিতৰণ‌ কাৰ্যসূচীগৈবাৰী মণ্ডল কাৰ্যালয়
28/08/2022

ৰেডিঅ বিতৰণ‌ কাৰ্যসূচীগৈবাৰী মণ্ডল কাৰ্যালয়

যোগদান কাৰ্য্যসূচী গৈবাৰী মণ্ডল bjp কাৰ্যালয়
28/08/2022

যোগদান কাৰ্য্যসূচী গৈবাৰী মণ্ডল bjp কাৰ্যালয়

আজি গৈবাৰী মণ্ডল bjp ৰ প্ৰভাত ফেৰী কাৰ্য্যসূচী
12/08/2022

আজি গৈবাৰী মণ্ডল bjp ৰ প্ৰভাত ফেৰী কাৰ্য্যসূচী

আজি আবেলি 07/08/2022 তাৰিখে হোৱা সভাৰ কিছু আলোক চিত্ৰ
07/08/2022

আজি আবেলি 07/08/2022 তাৰিখে হোৱা সভাৰ কিছু আলোক চিত্ৰ

05/08/2022
চেগুণতল নিবাসী অনু কলিতা ৰ মাতৃ মৃত্যু হোৱা বাবে তেখেতৰ গৃহত MCLA হেমন্ত কুমাৰ ৰাভা  অম্বাৰ চেত্ৰী বিমল হাজৰিকা পৰেশ দাস...
05/08/2022

চেগুণতল নিবাসী অনু কলিতা ৰ মাতৃ মৃত্যু হোৱা বাবে তেখেতৰ গৃহত MCLA হেমন্ত কুমাৰ ৰাভা অম্বাৰ চেত্ৰী বিমল হাজৰিকা পৰেশ দাস ভৃগু ডেকা দ্বীপেন দাস মণি দাস মুকুন্দ হাজৰিকা আদি কৰি সকলোৱে গৈ এই দুখৰ সময়ত এষাৰ মাত দিয়াৰ অৰ্থে তেখেতৰ গৃহত উপস্থিত হওঁ

গৈবাৰী মণ্ডল ৰ কাৰ্যনিৰ্বাহক সভাৰ কিছু আলোক চিত্ৰ
05/08/2022

গৈবাৰী মণ্ডল ৰ কাৰ্যনিৰ্বাহক সভাৰ কিছু আলোক চিত্ৰ

Address

Tamulpur
Tamulpur

Telephone

+916900973278

Website

Alerts

Be the first to know and let us send you an email when BJP Goibari Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share