BJYM , Bokota Lakwa

BJYM , Bokota Lakwa Bharat Mata ki Jai

01/11/2024
পোন প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় বাজেটত অসমৰ বান আৰু গৰাখহনীয়াৰ বাবে বিশেষ ঘোষণা।
23/07/2024

পোন প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় বাজেটত অসমৰ বান আৰু গৰাখহনীয়াৰ বাবে বিশেষ ঘোষণা।

আনন্দৰাম বৰুৱা বঁটা, ২০২৪ৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। ছেবাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ত ৭৫% বা ত...
22/07/2024

আনন্দৰাম বৰুৱা বঁটা, ২০২৪ৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। ছেবাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ২৬,৯৭৮গৰাকী শিক্ষাৰ্থী এই আবেদনৰ বাবে যোগ্য বিবেচিত।

আবেদনৰ অন্তিম তাৰিখ : ২৫ জুলাই ২০২৪

https://bidyarthi.co.in/arbas/login

"যুৱ শক্তি ৰাষ্ট্ৰ শক্তি"   ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি দ্বায়িত্ব লাভ কৰা সন্মানীয় শ্ৰী ৰাকেশ দা...
21/07/2024

"যুৱ শক্তি ৰাষ্ট্ৰ শক্তি"
ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি দ্বায়িত্ব লাভ কৰা সন্মানীয় শ্ৰী ৰাকেশ দাস ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা বকতা লাকুৱা মণ্ডলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।।
আপোনাৰ নেতৃত্বত অসমৰ যুৱ সমাজে এক নতুন দিগন্ত সূচনা কৰিব বুলি আশা ৰাখিলো।।
ভাৰত মাতা কি জয়।।
যুৱ মৰ্চা জিন্দাবাদ।।
BJYM Assam
BJYM Sivasagar
BJYM , Bokota Lakwa
Das

........সেৱাই সংগঠন...... ৯৫ নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক Sushanta Borgohain ডাঙৰীয়া নেতৃত্বত ভাৰতীয় জনতা যুৱ মৰ্চা ব...
12/07/2024

........সেৱাই সংগঠন......
৯৫ নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক Sushanta Borgohain ডাঙৰীয়া নেতৃত্বত ভাৰতীয় জনতা যুৱ মৰ্চা বকতা লাকুৱা মণ্ডলৰ সহযোগত আৰু মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত লাকুৱা ভেলোগুৰি দুবি,ভেলুগুৰি ৰঙাগৰা,আমলখি দেওশাল,ৰঙাগৰা তিনিআলি ইত্যাদি অঞ্চলৰ প্ৰায় তিনি শতাধিক বানাক্ৰান্ত ৰাইজৰ মাজত এমুঠি অন্ন যোগান ধৰে।।
Himanta Biswa Sarma
Sushanta Borgohain
Bharatiya Janata Party (BJP)
BJP Sivasagar District
BJYM Assam
BJYM Sivasagar
BJYM , Bokota Lakwa

 #সেৱাই সংগঠন   ৯৫ নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক Sushanta Borgohain  ডাঙৰীয়াৰ নিৰ্দেশনাত ভাৰতীয় জনতা যুৱমৰ্চা বকতা লাক...
09/07/2024

#সেৱাই সংগঠন
৯৫ নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক Sushanta Borgohain ডাঙৰীয়াৰ নিৰ্দেশনাত ভাৰতীয় জনতা যুৱমৰ্চা বকতা লাকুৱা মণ্ডলৰ প্ৰচেষ্টাত আৰু সমাজ চতেন কিছু ব্যক্তিৰ সহযোগত বকতাৰ বানে সমস্যাৰ সৃষ্টি কৰা গাওঁ সমূহত ৰাইজৰ বাবে কিঞ্চিত মান বিশুদ্ধ খোৱা পানী যোগান ধৰিলোঁ।
গাঁও সমূহ:---
মৌচাল শিবিৰ,কোঠাকটা লাইন,চৰাল পথাৰ,পুনিবিল,খামুন, খনিকৰ, প্ৰেমবাৰি, মাহখোৱাবাৰী ইত্যাদি।
আমি আমাৰ সামথ্য অনুসৰি মানুহে মানুহৰ বাবে কিঞ্চিত প্ৰয়াস কৰিলোঁ।
সকলো গাওঁতে দিব নোৱাৰিলেও আগলৈ আৰু পাৰো নেকি চেষ্টা কৰিম।সেইবাবে কোনেও যাতে ভুল নুবুজে বা বেয়া নাপায়।
Sushanta Borgohain
Demow, India
BJYM Sivasagar
BJYM , Bokota Lakwa

অসম চকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় বিমল বড়া ডাঙৰীয়া ,৯৫ নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোঁহাই ডাঙৰীয়া , শিৱসা...
05/07/2024

অসম চকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় বিমল বড়া ডাঙৰীয়া ,৯৫ নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোঁহাই ডাঙৰীয়া , শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিভিন্ন স্তৰৰ ব্যক্তি সকলৰ সহিতে যোৱা কালি বকতাৰ বিভিন্ন গাঁও সমূহত হোৱা বান পৰিস্থিতিৰ বুজ লোৱা উপৰিও ৰাইজ সকলৰ এই বিপদৰ সময়ত বিধায়ক মহোদয়ৰ ব্যক্তিগত সহায়ৰ উপৰিও জিলা প্ৰশাসনৰ যোগেদি ৰেচন বিতৰণ কৰা হয় আৰু পশু ধনৰ বাবে কিছু খাদ্যৰ ব্যৱস্থা কৰা হয়।

Bimal Borah
Sushanta Borgohain
DC Sivasagar

যুৱমৰ্চা বকতা লাকুৱা মণ্ডলৰ স্বচ্ছ ভাৰতৰ দ্বায়িত্বত থকা অনুপম দিহিঙীয়াৰ মাতৃৰ আজি ৰাতিপুৱা মৃত্যু হয়।যুৱ মৰ্চা বকতা লাকু...
17/06/2024

যুৱমৰ্চা বকতা লাকুৱা মণ্ডলৰ স্বচ্ছ ভাৰতৰ দ্বায়িত্বত থকা অনুপম দিহিঙীয়াৰ মাতৃৰ আজি ৰাতিপুৱা মৃত্যু হয়।যুৱ মৰ্চা বকতা লাকুৱা মণ্ডলৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ।উম শান্তি😢😢😢

09/05/2024

সদ্যঘোষিত ২০২৪ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা প্ৰতিজন ছাত্র-ছাত্ৰীলৈ বকতা লাকুৱা মণ্ডলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।
সকলোৰে ভৱিষ্যতৰ জীৱন উজ্জ্বল হওক তাৰেই কামনা কৰিলো ।💐💐💐

আজি আমাৰ বকতা লাকুৱা মণ্ডলৰ অন্তৰ্গত পাৰিজাত গাঁও পঞ্চায়তৰ তথা অঞ্চলটোৰ এগৰাকী মেধাৱী ছাত্ৰী, বৰদেওধাই গাঁৱৰ নিৰ্বাসী ভা...
04/05/2024

আজি আমাৰ বকতা লাকুৱা মণ্ডলৰ অন্তৰ্গত পাৰিজাত গাঁও পঞ্চায়তৰ তথা অঞ্চলটোৰ এগৰাকী মেধাৱী ছাত্ৰী, বৰদেওধাই গাঁৱৰ নিৰ্বাসী ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য মনো বৰুৱাৰ একমাত্ৰ কন্যা ৰিংকী বৰুৱাই আমাৰ মাজৰ পৰা অকালতে বিদায় ললে। দুদিন মাত্ৰ জ্বৰত ভুগি থকা ছোৱালীজনীয়ে আজি ৰাতিপুৱা ডিব্ৰুগড়ৰ আদিত্য হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে। জাতীয় বিদ্যাপীঠ পাৰিজাতৰ পৰা বিগত বছৰত চাৰিটা বিষয়ত লেটাৰসহ (83%) ষ্টাৰ মাৰ্ক লৈ মেট্ৰিক পাছ কৰা অমায়িক, মেধাৱী ছাত্ৰীগৰাকীয়ে বিজ্ঞান বিভাগত এইবেলি একাদশ শ্ৰেণীৰ পৰা প্ৰায় 80% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। ভাৰতীয় জনতা যুৱ মৰ্চা বকতা লাকুৱা মণ্ডলৰ তৰফৰ পৰা ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
# ওম শান্তি... #

Address

Sibsagar

Telephone

+919954748467

Website

Alerts

Be the first to know and let us send you an email when BJYM , Bokota Lakwa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share