Sarathi Shanti Niwas

Sarathi Shanti Niwas নিসহায় লোকসকলৰ সাৰথি হিচাপে প্ৰতিপ'ল Sarathi Santi Niwas তেওঁলোকৰ কাষত ।

10/04/2026

পৰিয়ালৰ অবহেলাত পদপথত জীৱন নির্বাহ কৰা এগৰাকী লোকক চাফ-চিকুণ কৰি দিয়া হয় 💚✌️💫💬

গোটেই জীৱনটো পৰিয়ালৰ বাবে কষ্ট কৰি আজি সেই পৰিয়ালটোৰ অবহেলাত ৰঙিয়া নগৰৰ ১০নং ৱাৰ্ডৰ আনাৰ আলীয়ে দীৰ্ঘদিনধৰি ৰঙিয়া হাইৱ...
10/04/2026

গোটেই জীৱনটো পৰিয়ালৰ বাবে কষ্ট কৰি আজি সেই পৰিয়ালটোৰ অবহেলাত ৰঙিয়া নগৰৰ ১০নং ৱাৰ্ডৰ আনাৰ আলীয়ে দীৰ্ঘদিনধৰি ৰঙিয়া হাইৱে চ'কৰ উৰণীয়া সেতুৰ তলত জীৱন নির্বাহ কৰিব লগীয়া হৈছে, আজি তেখেতক চাফ-চিকুণ কৰি দিয়া হ'ল, লগতে পৰবৰ্তী সময়ত আলীক ভবিষ্যতৰ সময়খিনি যাতে সুন্দৰভাব যায় তাৰো ব্যৱস্থা কৰি দিয়া হ'ব💚✌️💫

সম্পুৰ্ণ আধ্যাৎমিক ৰীতি-নীতিৰে সমাপন কৰা হ'ল সাৰথি শান্তি নিবাসৰ বাকৰিত আয়োজন কৰা মহাপ্ৰভু শ্ৰীশ্ৰী হনুমান জন্মোৎসৱ পালন...
02/04/2026

সম্পুৰ্ণ আধ্যাৎমিক ৰীতি-নীতিৰে সমাপন কৰা হ'ল সাৰথি শান্তি নিবাসৰ বাকৰিত আয়োজন কৰা মহাপ্ৰভু শ্ৰীশ্ৰী হনুমান জন্মোৎসৱ পালন কাৰ্যসূচী 🚩🪔🛕🕉️🔱🌹🙏

With Saidul Islam – I just got recognized as one of their top fans! 🎉
04/02/2026

With Saidul Islam – I just got recognized as one of their top fans! 🎉

সত্যকাম সংঘ ও পৃথিভঁৰাল, ঢোলকুছি উন্নয়নৰ সাহায্যার্থে পতা বৰঙণি পত্ৰৰ নামত ৰঙিয়া অঞ্চলৰ পৰা একোখন বৰঙণি পত্ৰৰ বাবদ ১০০ ...
28/01/2026

সত্যকাম সংঘ ও পৃথিভঁৰাল, ঢোলকুছি উন্নয়নৰ সাহায্যার্থে পতা বৰঙণি পত্ৰৰ নামত ৰঙিয়া অঞ্চলৰ পৰা একোখন বৰঙণি পত্ৰৰ বাবদ ১০০ টকাকৈ ৫,৯৯,৯৯৯ খন বৰঙণি পত্ৰ ৰাইজৰ মাজত বিক্ৰী কৰি প্ৰায় ৬ কোটি টকা সংগ্ৰহ কৰিছিল, কিন্তু আজি পৰ্যন্ত উক্ত উদ্যোগতাসকলে ৰাইজক কোনো ধৰণৰ সঁহাৰি নজনাই ৰাইজক প্ৰবঞ্চনা কৰাৰ অভিযোগত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাত এক প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰা হ'ল উক্ত সংঘটোৰ লগতে উদ্যোগতাসকলৰ ওপৰত 🏠📜💴💰🚨🚔
#সঞ্চালকালয়অৰ্থনৈতিকঅপৰাধতদন্তসংস্থা

৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সাৰথি শান্তি নিবাসৰ বাকৰিত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰা হয় 🇮🇳
26/01/2026

৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সাৰথি শান্তি নিবাসৰ বাকৰিত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰা হয় 🇮🇳

দৈনিক বাতৰি কাকতত প্রকাশিত   #অসমীয়াপ্ৰতিদিন  #আমাৰপ্ৰণাম  #দৈনন্দিনবাৰ্তা  #গণঅৰধিকাৰ
21/01/2026

দৈনিক বাতৰি কাকতত প্রকাশিত
#অসমীয়াপ্ৰতিদিন #আমাৰপ্ৰণাম #দৈনন্দিনবাৰ্তা #গণঅৰধিকাৰ

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা উপলক্ষে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া তথা সাৰথি শান্তি নিৱাসৰ উপদেষ্টা মাননীয় দেৱশীষ বৰঠাকুৰ...
19/01/2026

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা উপলক্ষে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া তথা সাৰথি শান্তি নিৱাসৰ উপদেষ্টা মাননীয় দেৱশীষ বৰঠাকুৰ মহোদয়ৰ উপস্থিতিত ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬০গৰাকী ছাত্ৰীক আশীৰ্বাদ হিচাপে বহী-কলম দিয়া হ'ল 👩📒🖋️

13/01/2026

I want to give a huge shout-out to my top Stars senders. Thank you for all the support! Saidul Islam 🎉💥🌟🙏😊

13/01/2026

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰঙিয়া সমজিলাৰ কুৰিৰো অধিক নিহকিন পৰিয়ালৰ মাজত তৃপ্তিৰে এসাজ খাব পৰাকৈ প্ৰয়োজনীয় সকলো খাদ্য সামগ্রী যোগান ধৰা হ'ল💚🥗

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰঙিয়া সমজিলাৰ কুৰিৰো অধিক নিহকিন পৰিয়ালৰ মাজত তৃপ্তিৰে এসাজ খাব পৰাকৈ প্ৰয়োজনীয় সকলো খাদ্য সামগ্...
13/01/2026

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰঙিয়া সমজিলাৰ কুৰিৰো অধিক নিহকিন পৰিয়ালৰ মাজত তৃপ্তিৰে এসাজ খাব পৰাকৈ প্ৰয়োজনীয় সকলো খাদ্য সামগ্রী যোগান ধৰা হ'ল 💚🥗🧆

Address

Udiana Balisatra Road, Pitamber Hat Bajali
Rangia
781354

Website

Alerts

Be the first to know and let us send you an email when Sarathi Shanti Niwas posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share