Pranjit Choudhury

Pranjit Choudhury This is the official page of Pranjit Choudhury, President Kamrup District Committee. Indian National Congress,

17/06/2026
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰাক্তন তত্বাৱধায়ক সুৰুয হেগড়ে ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰে আমা...
08/06/2026

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰাক্তন তত্বাৱধায়ক সুৰুয হেগড়ে ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰে আমাক অত্যান্ত মৰ্মাহত কৰিছে ।

আমি যুৱ কংগ্ৰেছৰ বিষয়বৱীয়া হিচাপে দলত কাম কৰি থকা সময়ছোৱাত এগৰাকী দক্ষ সাংগঠনিক নেতা হিচাপে পৰিচিত হেগড়ে দেৱৰ সান্নিধ্য লাভ কৰিছিলোঁ আৰু তেখেতৰ সৈতে আমাৰ এক সু-সম্পৰ্ক গঢ়ি উঠিছিল ।

তেখেতৰ অকাল বিয়োগ আমাৰ বাবে বৃহৎ ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ঔমঃশান্তি 🪔


Deeply saddened by the untimely demise of Shri Suraj Hegde, Secretary of the All India Congress Committee and former In-charge of the Indian Youth Congress.

During our tenure as office-bearers of the Youth Congress, we had the privilege of working under his guidance and came to know him as an efficient and dedicated organizational leader. Over the years, we also developed a warm and cordial relationship with him.

His untimely passing is a great loss to all of us. We pray for the eternal peace of his departed soul.

Om Shanti. 🙏

প্ৰকৃতি আমাৰ জীৱনৰ মূল আধাৰ। আহক, গছ ৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰৰ জৰিয়তে এখন সেউজীয়া, সুস্থ...
05/06/2026

প্ৰকৃতি আমাৰ জীৱনৰ মূল আধাৰ। আহক, গছ ৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰৰ জৰিয়তে এখন সেউজীয়া, সুস্থ আৰু সুন্দৰ পৃথিৱী গঢ়ি তোলাত একেলগে অংগীকাৰবদ্ধ হওঁ।
বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছপুলি ৰোপণ কৰো ৷
“পৃথিৱী আমাৰ, সুৰক্ষাৰ দায়িত্বও আমাৰ।” 🌱🌍

📍পৰ্যালোচনা সভা(কমলপুৰ বিধানসভা সমষ্টি )আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰ বিধানসভ...
04/06/2026

📍পৰ্যালোচনা সভা
(কমলপুৰ বিধানসভা সমষ্টি )
আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ।

এই সভাত আমাৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰপৰা পৰ্যবেক্ষক হিচাপে নিযুক্ত প্ৰাক্তন সাংসদ মাননীয় আব্দুল খালেক ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাঃসম্পাদক তথা পৰ্যবেক্ষক মাননীয় আনোৱাৰ হুছেইন ডাঙৰীয়া, বিগত নিৰ্বাচনৰ কমলপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী শ্ৰী সত্যব্ৰত কলিতা ডাঙৰীয়া, স্হানীয় নেতৃবৃন্দ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিষয়বৱীয়াসকল উপস্থিত থাকে ।

📍পৰ্যালোচনা সভা(ৰঙিয়া বিধানসভা সমষ্টি )আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা ...
04/06/2026

📍পৰ্যালোচনা সভা
(ৰঙিয়া বিধানসভা সমষ্টি )
আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ।

এই সভাত আমাৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰপৰা পৰ্যবেক্ষক হিচাপে নিযুক্ত প্ৰাক্তন সাংসদ মাননীয় আব্দুল খালেক ডাঙৰীয়া, দুধনৈ সমষ্টিৰ বিগত নিৰ্বাচনৰ শ্ৰী কিশোৰ কুমাৰ ব্ৰক্ষ্ম ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাঃসম্পাদক তথা পৰ্যবেক্ষক মাননীয় আনোৱাৰ হুছেইন ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য ডা° হৰিশ পাটোৱাৰী ডাঙৰীয়া, স্হানীয় নেতৃবৃন্দ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিষয়বৱীয়াসকল উপস্থিত থাকে ।

📍পৰ্যালোচনা সভা(হাজো-শুৱালকুছি বিধানসভা সমষ্টি )আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত হাজো-শ...
04/06/2026

📍পৰ্যালোচনা সভা
(হাজো-শুৱালকুছি বিধানসভা সমষ্টি )
আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ অন্তৰ্গত হাজো-শুৱালকুছি (এছ.চি) বিধানসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ।

এই সভাত আমাৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰপৰা পৰ্যবেক্ষক হিচাপে নিযুক্ত প্ৰাক্তন সাংসদ মাননীয় আব্দুল খালেক ডাঙৰীয়া, দুধনৈ সমষ্টিৰ বিগত নিৰ্বাচনৰ শ্ৰী কিশোৰ কুমাৰ ব্ৰক্ষ্ম ডাঙৰীয়া, হাজো-শুৱালকুছি সমষ্টিৰ বিগত নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী শ্ৰীমতী নন্দিতা দাস ডাঙৰীয়ানী, স্হানীয় নেতৃবৃন্দ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিষয়বৱীয়াসকল উপস্থিত থাকে ।

শোকবাৰ্তা —অসম বিধানসভাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি মাননীয় অখিল গগৈ দেৱৰ পূজনীয়া মাতৃ প্ৰিয়দা গগৈ ডাঙৰী...
03/06/2026

শোকবাৰ্তা —
অসম বিধানসভাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি মাননীয় অখিল গগৈ দেৱৰ পূজনীয়া মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ খবৰে আমাক মৰ্মাহত কৰিছে ।

এই কঠিন সময়ত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো তথা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ৷
ঔমঃশান্তি 🪔

Address

Azara
Rangia

Website

Alerts

Be the first to know and let us send you an email when Pranjit Choudhury posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category