Bishnu Das

Bishnu Das এই ফেচবুক পেজটো ৰহা সমষ্টিৰ উন্নয়নৰ হ
(1)

যোৱা কালি ইংৰাজী ২৫/০২/২০২৬ তাৰিখে বেবেজীয়াত  অগপ দলৰ ৰহা সমষ্টি সমিতিৰ সভাপতি শ্ৰী গোবিন শৰ্মাৰ সভাপতিত্বত সমষ্টি সমিতি...
26/02/2026

যোৱা কালি ইংৰাজী ২৫/০২/২০২৬ তাৰিখে বেবেজীয়াত অগপ দলৰ ৰহা সমষ্টি সমিতিৰ সভাপতি শ্ৰী গোবিন শৰ্মাৰ সভাপতিত্বত সমষ্টি সমিতি,মণ্ডল সমিতি আৰু আঞ্চলিক সমিতি সমুহৰ সভাপতি/ সম্পাদক সকলে আহি থকা নিৰ্বাচনক লৈ এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত উপস্থিত থাকি আহি থকা নিৰ্বাচনত কেনেদৰে আগবাঢ়িম তাৰ ওপৰত পৰ্যালোচনা কৰো আৰু দলৰ প্ৰতিগৰাকি সদস্যকে নিৰ্বাচনলৈ সাজু হবৰ বাবে আহ্বান জনাঁও।উক্ত সভাত ৰহা সমষ্টিৰ আসন খন অগপ দলৰ হাতত ৰাখিবৰ বাবে দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ক অনুৰোধ জনাই প্ৰস্তাব গ্ৰহন কৰি উক্ত প্ৰস্তাব কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰন কৰাৰ সিধান্ত গ্ৰহন কৰে।সভাই ৰহা সমষ্টিৰ আসন খন অগপ দলক দিবৰ বাবে অসমৰ সন্মানীয় মূখ্যমন্ত্ৰী মহোদয় ,বিজেপি দলৰ ৰাজ্যিক সভাপতি মহোদয়কো অনুৰোধ জনাই প্ৰস্তুাব প্ৰেৰনৰ সিধান্ত গ্ৰহন কৰে।
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

আজি ৰহা সমষ্টিৰ দক্ষিনপাট আঞ্চলিকৰ এগৰাকী সৰবৰহি সংস্কৃতিবান মহিলা তথা  শ্ৰী ৰনজিৎ দাস মাতৃ সাবিত্ৰী দাসৰ বিয়োগৰ খবৰ পাই...
25/02/2026

আজি ৰহা সমষ্টিৰ দক্ষিনপাট আঞ্চলিকৰ এগৰাকী সৰবৰহি সংস্কৃতিবান মহিলা তথা শ্ৰী ৰনজিৎ দাস মাতৃ সাবিত্ৰী দাসৰ বিয়োগৰ খবৰ পাই তেখেতৰ গৃহত গৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰি শোক সন্তপ্ত পৰিয়ালটিক সমবেদনা জনাও আৰু তেখেতৰ আত্মাৰ সদ্‌গতি কামনা কৰো।
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

ৰহা আমাৰ প্ৰানৰহা আমাৰ মান।ৰহাৰ সৰ্বাঙ্গীন উন্নয়নেই আমাৰ দৃঢ় লক্ষ্য। ৰহা সমষ্টিৰ অ গ প দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ লগত ...
21/02/2026

ৰহা আমাৰ প্ৰান
ৰহা আমাৰ মান।
ৰহাৰ সৰ্বাঙ্গীন উন্নয়নেই আমাৰ দৃঢ় লক্ষ্য। ৰহা সমষ্টিৰ অ গ প দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ লগত নিৰ্বাচন সম্পৰ্কত বিভিন্ন স্থানত মত বিনিময় সভাত উপস্থিত থাকো।
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

Best Wishes to all dear examinees 🙏
09/02/2026

Best Wishes to all dear examinees 🙏

🙏🙏🙏🙏
07/02/2026

🙏🙏🙏🙏

🙏🙏🙏🙏
07/02/2026

🙏🙏🙏🙏

"স্বাধীনতা আমাৰ অধিকাৰ, সংবিধান আমাৰ শক্তি। গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা! জয় হিন্দ!জয় আই অসম!" 🇮🇳🇮🇳Himanta Biswa Sar...
26/01/2026

"স্বাধীনতা আমাৰ অধিকাৰ, সংবিধান আমাৰ শক্তি। গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা! জয় হিন্দ!জয় আই অসম!" 🇮🇳🇮🇳
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

🙏🙏🙏🙏
23/01/2026

🙏🙏🙏🙏

ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ নগাঁও জিলাৰ সভাপতি ৰঞ্জিত বৰদলৈ ডাঙৰীয়া স্বাস্থ্যজনিত কাৰণত বৰ্তমান গুৱাহাটীস্থিত হেল্থ চিটি...
07/12/2025

ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ নগাঁও জিলাৰ সভাপতি ৰঞ্জিত বৰদলৈ ডাঙৰীয়া স্বাস্থ্যজনিত কাৰণত বৰ্তমান গুৱাহাটীস্থিত হেল্থ চিটি হস্পিতালত চিকিৎসাধীন হৈ আছে। আজি মই হস্পিতালত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লওঁ আৰু তেওঁৰ সহধৰ্মিনীক সাক্ষাৎ কৰোঁ।

ৰঞ্জিত বৰদলৈ ডাঙৰীয়াৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে ভগৱানে যাতে সোনকালে সুস্থ কৰি তোলে তাকে প্ৰাৰ্থনা জনালোঁ।
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

শ্বহীদ প্ৰণামো তোমাক।আজি গুৱাহাটীৰ বৰাগাৱঁত নিৰ্মীয়মান “শ্বহীদ স্মাৰক ক্ষেত্ৰ”ত উপস্থিত হৈ আপ্লুত হলো। শ্বহীদ স্মাৰক ক্ষ...
27/11/2025

শ্বহীদ প্ৰণামো তোমাক।
আজি গুৱাহাটীৰ বৰাগাৱঁত নিৰ্মীয়মান “শ্বহীদ স্মাৰক ক্ষেত্ৰ”ত উপস্থিত হৈ আপ্লুত হলো। শ্বহীদ স্মাৰক ক্ষেত্র জাতীয় শ্বহীদসকলৰ বীৰত্ব আৰু অসমবাসীৰ স্বাভিমানৰ প্ৰতীক হিচাপে চিৰদিন পৰিচিত হৈ ৰ’ব। শ্বহীদ স্মাৰক ক্ষেত্ৰত ঐতিহাসিক অসম আন্দোলনৰ যুগমীয়া সমল লাভ কৰাৰ লগতে গৱেষণাৰ অন্যতম থলী হিচাপে পৰিগণিত হ’ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিলো।
"শ্বহীদ নহয় তুমি জাতিৰ চেতনা,
১১৬ বিঘাভূমিত বিস্তৃত এই প্ৰকল্পটোত ৬৭.২ মিটাৰ দৈৰ্ঘ্যৰ স্মৃতিসৌধ, শ্বহীদৰ আবক্ষ মূৰ্তি, পোহৰ আৰু শব্দ প্ৰদৰ্শন, চাইকেল ট্ৰেক, ফুড ক’ৰ্ট আৰু বিভিন্ন ৰাজহুৱা সুবিধা উপলব্ধ থাকিব। এই স্মাৰক ক্ষেত্ৰই অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিব…
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

Address

Raha
782103

Telephone

+919854081990

Website

Alerts

Be the first to know and let us send you an email when Bishnu Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category