BJYM Bajali District

BJYM Bajali District Official page of Bharatiya Janata Yuva Morcha, Bajali District (Youth Wing of BJP)

02/06/2026

অসম বিৰোধী অপশক্তিবোৰৰ বিৰুদ্ধে এক দুৰ্জেয় সাহসৰ নাম হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা 🔥💪

01/06/2026

‘লাভ জেহাদ’ নামৰ সামাজিক অপব্যাধিয়ে আজিৰ সমাজ জীৱনত এক গভীৰ উদ্বেগৰ বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে।

অসমৰ সামাজিক সম্প্ৰীতি, সাংস্কৃতিক মূল্যবোধ আৰু সুৰক্ষিত সামাজিক পৰিৱেশৰ প্ৰতি প্ৰত্যাহ্বান স্বৰূপে আবিৰ্ভূত হোৱা ‘লাভ জেহাদ’ৰ দৰে ঘটনাসমূহে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই বিষয়টোক কোনো সাধাৰণ সামাজিক সমস্যা হিচাপে চাব নোৱাৰি, বৰঞ্চ ই সমাজৰ সুস্থ বিকাশ, আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে জড়িত এক গুৰুতৰ প্ৰশ্ন। নলবাৰী জিলাৰ গংগাপুৰত সংঘটিত শেহতীয়া মৰ্মান্তিক ঘটনাই পুনৰ এবাৰ সমগ্ৰ অসমবাসীক গভীৰভাৱে আলোড়িত আৰু স্তম্ভিত কৰিছে। সেয়েহে সমাজৰ প্ৰতিজন সচেতন নাগৰিকে অধিক সতৰ্কতা, দায়িত্ববোধ আৰু সামাজিক সজাগতা প্ৰদৰ্শন কৰাটো সময়ৰ আহ্বান।

গংগাপুৰৰ এই দুঃখজনক ঘটনাত অকালতে প্ৰাণ হেৰুওৱা যুৱকজনৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি আৰু সদগতি কামনা কৰি সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ। একে সময়তে ঘটনাটোত আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ সুস্থতা আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছোঁ।

আমাৰ দৃঢ় বিশ্বাস যে অসম আৰক্ষী আৰু সংশ্লিষ্ট প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰা তদন্ত যথাযথভাৱে সম্পন্ন কৰি দোষীক আইন অনুসৰি কঠোৰ শাস্তিৰ আওঁতালৈ আনিব আৰু ন্যায় প্ৰতিষ্ঠা কৰিব।

BJP Assam Pradesh
BJYM Assam

অসমীয়া জাতীয় জীৱনৰ চেতনাভূমিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ  গুৰুজনাৰ পৱিত্ৰ আবিৰ্ভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জন...
01/06/2026

অসমীয়া জাতীয় জীৱনৰ চেতনাভূমিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আবিৰ্ভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ।

BJP Assam Pradesh
BJYM Assam
BJP Bajali District

আজি ভাৰতীয় জনতা যুৱ মৰ্চা,বজালী জিলাৰ সন্মানীয় সভাপতি Koushik Baruah ডাঙৰীয়াৰ সভাপতিত্বত জিলা বিষয় ববীয়া আৰু মণ্ডল ...
30/05/2026

আজি ভাৰতীয় জনতা যুৱ মৰ্চা,বজালী জিলাৰ সন্মানীয় সভাপতি Koushik Baruah ডাঙৰীয়াৰ সভাপতিত্বত জিলা বিষয় ববীয়া আৰু মণ্ডল সভাপতি সকলৰ উপস্থিতিত এখন বিশেষ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰা হয়।

এই বৈঠকত ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ "বিশ্বাস, উন্নয়ন, আৰু জনকল্যাণৰ ১২ টা বছৰ" শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হবলগীয়া আগন্তুক বিভিন্ন কাৰ্যক্ৰমসমূহৰ সফল আয়োজন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
Ravindra Raju
Rakesh Das
BJP Assam Pradesh
BJYM Assam
BJP Bajali District

30/05/2026

অসম-মেঘালয় ❤️
বিশ্বাস আৰু বন্ধুত্বৰ অটুট বন্ধন 🤝



Himanta Biswa Sarma

28/05/2026

আজি মা ভাৰতীৰ সুযোগ্য সন্তান বীৰ ছাভাৰকাৰৰ জয়ন্তীৰ পৱিত্ৰ ক্ষণত তেখেতলৈ ভক্তিভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

নিৰ্ভীক মনোভাব, অদম্য সাহস আৰু অসাধাৰণ নেতৃত্বৰ জৰিয়তে ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি কঁপাই তুলিছিল বীৰ ছাভাৰকাৰে।
নিজৰ অনন্য চিন্তাধাৰা, ৰাষ্ট্ৰপ্ৰেম আৰু দূৰদৰ্শিতাৰে হিন্দুত্বৰ ভেটি অধিক শক্তিশালী কৰি তোলা এই মহান ব্যক্তিত্বৰ গৰাকী আমাৰ বাবে সদায়েই প্ৰেৰণাৰ উৎস।

BJP Assam Pradesh
BJYM Assam
BJP Bajali District

28/05/2026

আমাৰ নৱ প্ৰজন্মৰ হাতত সুৰক্ষিত আমাৰ সংস্কৃতি।

শিপা জীয়াই ৰাখিলে সংস্কৃতি কেতিয়াও হেৰাই নাযায় ❤️
এই কণমানিটিৰ মনোমোহা প্ৰদৰ্শনে সঁচাকৈয়ে হৃদয় স্পৰ্শ কৰিলে।

27/05/2026

এক নতুন ইতিহাস…
অসমত সম নাগৰিক সংহিতা (ইউ চি চি) গৃহীত হ'ল।

ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।



Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
Ravindra Raju
Rakesh Das
BJP Assam Pradesh
BJYM Assam
BJP Bajali District

26/05/2026

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ১২ টা বছৰ ভাৰতৰ জনগণৰ বিশ্বাসৰ, উন্নয়নৰ, জনকল্যাণৰ হকে 🇮🇳

Address

Pathsala

Alerts

Be the first to know and let us send you an email when BJYM Bajali District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share