অসম জাতীয় পৰিষদ,পাটাছাৰকুছি সমষ্টি

  • Home
  • অসম জাতীয় পৰিষদ,পাটাছাৰকুছি সমষ্টি

অসম জাতীয় পৰিষদ,পাটাছাৰকুছি সমষ্টি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম জাতীয় পৰিষদ,পাটাছাৰকুছি সমষ্টি, Political Party, .

অসম প্ৰথম সদায় আৰু চিৰদিন । সকলো বিজয়ী প্ৰাৰ্থীলৈ শুভ কামনা । জয় আই অসম ।
10/03/2022

অসম প্ৰথম সদায় আৰু চিৰদিন ।
সকলো বিজয়ী প্ৰাৰ্থীলৈ শুভ কামনা ।
জয় আই অসম ।

পাঠশালা পৌৰসভাৰ নিৰ্বাচনত ৩ নং ৱাৰ্ডৰ সৰ্বাংগীন উন্ননয় বিকাশৰ স্বাৰ্থত সমূহ ৰাইজে শৰাইৰ ছবিত ভোট দি জুনু চৌধুৰীক জয়যুক্...
28/02/2022

পাঠশালা পৌৰসভাৰ নিৰ্বাচনত ৩ নং ৱাৰ্ডৰ সৰ্বাংগীন উন্ননয় বিকাশৰ স্বাৰ্থত সমূহ ৰাইজে শৰাইৰ ছবিত ভোট দি জুনু চৌধুৰীক জয়যুক্ত কৰক ।

05/02/2022

https://fb.watch/aZJLkQxxfH/

যোৱা ০৪/০২/২০২২ ইং তাৰিখে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ ডাঙৰীয়া পাঠশালাত উপস্থিত হোৱা আগবঢ়োৱা কেইটামান গুৰুত্বপূৰ্ন মন্তব্য ।

04/02/2022
জাতীয় স্বাৰ্থৰ বাবে আঞ্চলিক শক্তি সমূহ ঐক্য বদ্ধ হৈ‌ যুজ দিয়াৰ সময়। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ ডাঙৰীয়াই...
16/09/2021

জাতীয় স্বাৰ্থৰ বাবে আঞ্চলিক শক্তি সমূহ ঐক্য বদ্ধ হৈ‌ যুজ দিয়াৰ সময়।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ ডাঙৰীয়াই বজালী জিলা আৰু পাটাছাৰকুছি বিধানসভা ‌সমষ্টিৰ জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে অন্তৰংগ অনুষ্ঠানত উপস্হিত থাকি বক্তব্য ৰাখে।
Ajp for Patacharkuchi

জাতীয় সংগ্ৰাম পথাৰত একত্ৰিত হোৱাৰ সময় ।অসম চুক্তিৰ ৫ নং আৰু ৬ ‌নং দফা কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনালোঁ। ল...
14/09/2021

জাতীয় সংগ্ৰাম পথাৰত একত্ৰিত হোৱাৰ সময় ।

অসম চুক্তিৰ ৫ নং আৰু ৬ ‌নং দফা কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনালোঁ।
লগতে বজালী জিলা ‌জাতীয় পৰিষদৰ উদ্যোগত আৰু পাটাছাৰকুছি সমষ্টি কমিটিৰ সহযোগত
কা" আইন বিৰোধিতা কৰি আজি পাটাছাৰকুছিত জাতীয় গৰ্জন কাৰ্যসূচী পালন কৰা হয় ।

আজি অসম জাতীয় পৰিষদৰ, বজালী জিলাৰ উদ্যোগত পাঠশালাত অন্তৰঙ্গ   অনুষ্ঠানত বিভিন্ন স্তৰৰ বিষয়ববীয়াৰ লগত মত বিনময়  কৰা হয় ।...
11/07/2021

আজি অসম জাতীয় পৰিষদৰ, বজালী জিলাৰ উদ্যোগত পাঠশালাত অন্তৰঙ্গ অনুষ্ঠানত

বিভিন্ন স্তৰৰ বিষয়ববীয়াৰ লগত মত বিনময় কৰা হয় ।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব অৰ্পন কৰাৰ পিছতেই বজালীত বিপুল সম্বৰ্ধনা প্ৰাক্তন ছাত্ৰ নেতা তথা অ...
28/06/2021

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব অৰ্পন কৰাৰ পিছতেই বজালীত বিপুল সম্বৰ্ধনা প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ নেতা ফণী পাঠকক । বজালী অঞ্চলৰ বাবে আন এক সুখবৰ । আমিও জনাইছোঁ তেখেতক অশেষ শুভ কামনা ।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ অকাল মৃত্যু অসমৰ সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি। নিজৰ কণ্ঠৰ যোগেদি হেজাৰজনক মন্ত্ৰমুগ...
22/04/2021

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ অকাল মৃত্যু অসমৰ সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি। নিজৰ কণ্ঠৰ যোগেদি হেজাৰজনক মন্ত্ৰমুগ্ধ কৰা ভিতালী দাসে জাতিৰ সংকটৰ সময়তো চিৰদিন জাতিৰ কাষত থিয় হৈছিল।

স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

21/04/2021

Address


Alerts

Be the first to know and let us send you an email when অসম জাতীয় পৰিষদ,পাটাছাৰকুছি সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম জাতীয় পৰিষদ,পাটাছাৰকুছি সমষ্টি:

  • Want your organization to be the top-listed Government Service?

Share