Parul Moni Das official

Parul Moni Das official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Parul Moni Das official, Political Party, Palakhbari, Palasbari.

• MEMBER BJP ASSAM PRADESH
• BJP NORTH KAMRUP DISTRICT MOHILA MORCHA VICE PRESIDENT
• EX PRESIDENT BJP MAHILA MORCHA SUWALKUCHI MANDAL
•MEMBER INTERNATIONAL INNER WHEEL CLUB
•MEMBER ASSAM SAHITYA SABHA

09/04/2026
আজি হাজো- শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হালোগাঁও অঞ্চলত জনসংযোগ অভিযানত অংশগ্ৰহণ কৰিলোঁ।
06/04/2026

আজি হাজো- শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হালোগাঁও অঞ্চলত জনসংযোগ অভিযানত অংশগ্ৰহণ কৰিলোঁ।

পিতৃকালৰ পৰা গঢ়ি উঠা আমাৰ ৰাজনৈতিক সম্পৰ্কৰ ধাৰাবাহিকতাত আজি তিহু সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী দ...
24/03/2026

পিতৃকালৰ পৰা গঢ়ি উঠা আমাৰ ৰাজনৈতিক সম্পৰ্কৰ ধাৰাবাহিকতাত আজি তিহু সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী দাদাক সাক্ষাৎ কৰিলোঁ। তেওঁৰ বিজয়ৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ আৰু এইবাৰো নিজৰেই ৰেকৰ্ড ভংগ কৰি জয় লাভ কৰক বুলি কামনা কৰোঁ। 🙏🏻





আজি ৰঙিয়া সমষ্টিৰ বিধায়ক শ্ৰী ভৱেশ কলিতা দেৱক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে  আন্তৰিক অভিনন্দন জনালোঁ। ৰঙিয়াৰ জনসাধা...
24/03/2026

আজি ৰঙিয়া সমষ্টিৰ বিধায়ক শ্ৰী ভৱেশ কলিতা দেৱক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আন্তৰিক অভিনন্দন জনালোঁ। ৰঙিয়াৰ জনসাধাৰণৰ প্ৰিয় নেতাজনক শুভেচ্ছা জনাই আগন্তুক দিনসমূহত তেওঁৰ বিজয় আৰু সফলতা কামনা কৰিলোঁ। 🙏🏻

আজি পলাশবাৰী সমষ্টিৰ ‘পলাশবাৰী টাউন গ্ৰাম্যমণ্ডল’ এলেকাৰ লোহাৰঘাটৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰ...
14/03/2026

আজি পলাশবাৰী সমষ্টিৰ ‘পলাশবাৰী টাউন গ্ৰাম্যমণ্ডল’ এলেকাৰ লোহাৰঘাটৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিলোঁ।

Himanta Biswa Sarma
BJP Assam Pradesh
Bharatiya Janata Party (BJP)
Dilip Saikia
Amit Shah
Narendra Modi




আজি শুৱালকুছিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী পৰিকল্পনাৰে নৱ নিৰ্মিত বহুমূখী ক্রীড়া প্রকল্প ষ্টেডিয়ামখন আজ...
26/02/2026

আজি শুৱালকুছিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী পৰিকল্পনাৰে নৱ নিৰ্মিত বহুমূখী ক্রীড়া প্রকল্প ষ্টেডিয়ামখন আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

Bharatiya Janata Party (BJP)
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Amit Shah
Narendra Modi

24/02/2026

পলাশবাৰী সমষ্টিৰ ,কুকুৰমাৰা জিয়াকুৰ অঞ্চলৰ শিৱ মন্দিৰ পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।স্থানীয় ভক্তবৃন্দ আৰু জনসাধাৰণৰ...
20/02/2026

পলাশবাৰী সমষ্টিৰ ,কুকুৰমাৰা জিয়াকুৰ অঞ্চলৰ শিৱ মন্দিৰ পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।
স্থানীয় ভক্তবৃন্দ আৰু জনসাধাৰণৰ সৈতে মিলি পূজা-অৰ্চনা কৰাৰ লগতে অঞ্চলটোৰ উন্নয়ন, সামাজিক সম্প্রীতি আৰু ধৰ্মীয় পৰম্পৰা সংৰক্ষণ সম্পৰ্কে আলোচনা কৰিলোঁ।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Amit Shah
Bharatiya Janata Party (BJP)

পৱিত্ৰ আৰু শুভ শিৱৰাত্ৰিৰ অৱসৰত পলাশবাৰী সমষ্টিৰ  ছয়গাওঁ  মথপাৰা অৱস্থিত এই পবিত্ৰ মন্দিৰটো দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলো...
18/02/2026

পৱিত্ৰ আৰু শুভ শিৱৰাত্ৰিৰ অৱসৰত পলাশবাৰী সমষ্টিৰ ছয়গাওঁ মথপাৰা অৱস্থিত এই পবিত্ৰ মন্দিৰটো দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।
ভক্তবৃন্দৰ সৈতে একেলগে প্ৰাৰ্থনা কৰি ৰাজ্য আৰু সমষ্টিৰ শান্তি, উন্নয়ন আৰু জনকল্যাণৰ বাবে আশীৰ্বাদ বিচাৰিলোঁ।

মানুহৰ অগাধ মৰম, আশীৰ্বাদ আৰু বিশ্বাসেই মোক আগবাঢ়ি যোৱাৰ শক্তি দিয়ে। এই আধ্যাত্মিক শক্তিক সাথী কৰি আগন্তুক দিনত সমষ্টিৰ উন্নয়ন আৰু জনসেৱাৰ কাম অধিক গতিশীল কৰি নিয়াৰ সংকল্প ল’লোঁ।

হৰ হৰ মহাদেৱ 🙏

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Amit Shah
Narendra Modi
Bharatiya Janata Party (BJP)

ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ  ৰাজ্যিক সভাপতি ডাঙৰীয়াক আমাৰ গৌৰৱ গামোছাৰে সন্মান জনাবলৈ পাই নিজকে সৌভাগ্যবান অনুভৱ কৰিলোঁ...
18/02/2026

ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যিক সভাপতি

ডাঙৰীয়াক আমাৰ গৌৰৱ গামোছাৰে সন্মান জনাবলৈ পাই নিজকে সৌভাগ্যবান অনুভৱ কৰিলোঁ।
মা কামাখ্যাই আপোনাক সুস্বাস্থ্য আৰু দীঘলীয়া আয়ু দান কৰক,
আপোনাৰ আশীৰ্বাদ আৰু দিশনিৰ্দেশনা আমাৰ ৰাজনৈতিক পথচলাৰ শক্তি হৈ থাকক। 🙏

Address

Palakhbari
Palasbari

Website

Alerts

Be the first to know and let us send you an email when Parul Moni Das official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share