Lakhimpur District Mandal Mahila Morcha

Lakhimpur District Mandal Mahila Morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lakhimpur District Mandal Mahila Morcha, Political organisation, North Lakhimpur.

18/07/2026
18/07/2026

আন্তঃগাঁথনি নিৰ্মাণেৰে নতুন অসমৰ ভেটি নিৰ্মাণ।

অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাটো আমাৰ অন্যতম অগ্ৰাধিকাৰ। ২০২৬-২৭ বৰ্ষৰ অসম বাজেটত ১৭,২৩৫ কোটি টকা বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰি আমি ৰাজ্যখনৰ সংযোগ ব্যৱস্থা, যাতায়াত আৰু অৰ্থনৈতিক সক্ষমতাক এক নতুন উচ্চতালৈ লৈ যাবলৈকে দোপতদোপে আগবাঢ়িছোঁ !

------------ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া ।

18/07/2026
18/07/2026

সংখ্যাই কথা কয় পৰিৱর্তনৰ…

সুৰক্ষিত অসম গঢ়াৰ অংগীকাৰক ন্যায্যতা প্রদান কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে। আধুনিক প্রযুক্তিৰ ব্যৱহাৰ, শক্তিশালী প্রাতিষ্ঠানিক পৰিৱেশ আৰু দায়বদ্ধ সেৱাৰ জৰিয়তে অসম আৰক্ষীয়ে নিজৰ কর্মযজ্ঞক আগুৱাই নিছে। অপৰাধৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পোৱা আৰু দোষীক শাস্তিৰ আওতালৈ অনাৰ হাৰ বৃদ্ধি পোৱাই অসমত আইন-শৃংখলা ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তনৰ সাক্ষ্য বহন কৰিছে। অনাগত দিনত আমাৰ আৰক্ষীয়ে সকলো দিশতে এই অভিযান আৰু অধিক শক্তিশালীভাৱে আগবঢ়াই নিব, কাৰণ আমি বিশ্বাস কৰোঁ ধাৰাবাহিক সেৱাত…

18/07/2026

পৱিত্ৰ শাওণ মাহৰ আজি প্ৰথমটো দিন । দেৱাদিদেৱৰ আৰাধনাত বিলীন হ'বলগীয়া সমূহ ভক্তৰ প্ৰাৰ্থনাই সুখ-শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক সমাজখনৰ লগতে সকলোৰে জীৱন।

সকলো ভক্তিপ্ৰাণ ৰাইজলৈ শাওণ মাহৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ‌ 🙏

হৰ হৰ মহাদেৱ 🔱

18/07/2026

বাইদেউহঁ‌ত, 'অৰুণোদয়' আকৌ আহিলে দেই !

৩ আগষ্ট - তাৰিখটো নাপাহৰিব ।

কথামতেই কাম যাৰ - সেয়াই আমাৰ চৰকাৰ।

14/07/2026

মাটিৰ অধিকাৰ কেৱল এখন কাগজ নহয় - ই এটা পৰিয়ালৰ মৰ্যাদা, নিৰাপত্তা আৰু ভৱিষ্যতৰ ভিত্তি।

মাননীয় মুখ্যমন্ত্রী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, 'মিছন বসুন্ধৰা'ই অসমৰ লাখ লাখ পৰিয়ালক সেই অধিকাৰ ঘূৰাই দিছে। এতিয়া মিছন বসুন্ধৰা ৪.০ৰ জৰিয়তে সুশাসন, স্বচ্ছতা আৰু জনবিশ্বাসৰ এই অভিযানে লাভ কৰিব অধিক গতি ।

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur District Mandal Mahila Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share