27/08/2026
অশান্ত পৃথিৱী,ৰুষ্ট প্ৰকৃতিৰ বাবে জগৰীয়া আমি মানৱ সমাজ,মানৱসৃষ্ট পৰিৱেশে আধুনিকতাৰ নামত ক্ৰমশঃপৃথিৱী ধ্বংসযজ্ঞ আৰম্ভ কৰিছে…
সকলোৰে মনবোৰ ভাল হওক।
আমি ইজনে সিজনৰ পৰিপূৰক হিচাপে জীয়াই থাকোঁ আহকচোন।
Hafiza Begum New
Hafiza Begum