11/05/2026
কথাৰে নহয় কামেৰে যাৰ পৰিচয়, দুখিয়াৰ বন্ধু, নিবনুৱাৰ বাবে আশাৰ ৰেঙনি, জননেতা, অসমী আইৰ বীৰ সন্তান ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা কালিলৈ অসমত দ্বিতীয় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।।
এই গৌৰৱময় ক্ষণত ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন ও শুভকামনা জ্ঞাপন কৰিছোঁ।।
BJP Assam Pradesh
Himanta Biswa Sarma