31/03/2026
অহাকালি দিনৰ ১১ বজাত নতুন অসমৰ খনিকৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাই চেণ্ট্ৰেল ষ্টেডিয়ামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হ'ব। সেয়েহে সমূহ গোৰেশ্বৰবাসী ৰাইজৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল।