Binita Dutta Chowdhury

Binita Dutta Chowdhury Councillor, Ward No 30 , Guwahati Municipal Corporation, Guwahati, Assam

যোৱা ৩১ মে' তাৰিখে উলুবাৰী বক্সিং ক্লাবৰ উদ্যোগত আয়োজিত All Guwahati Inter Club Sub Junior (Boys & Girls) and Junior Boy...
01/06/2026

যোৱা ৩১ মে' তাৰিখে উলুবাৰী বক্সিং ক্লাবৰ উদ্যোগত আয়োজিত All Guwahati Inter Club Sub Junior (Boys & Girls) and Junior Boys Boxing Championship 2026 অনুষ্ঠানত উপস্থিত থাকো।

অনুষ্ঠানত সদৌ অসম বক্সিং সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, উলুবাৰী বক্সিং ক্লাবৰ সভানেত্ৰী শ্ৰীমতী মনিকা বড়ো উপস্থিত আছিল।

তৃতীয়টো কাৰ্যসূচী হিচাপে আজি ১৯৫৩ চনত প্ৰতিষ্ঠিত হোৱা ঐতিহাসিক ৰাজবাৰী এথলেটিক ক্লাবৰ ৬৯ তম বাৰ্ষিক সাধাৰণ সভাত উপস্থিত...
31/05/2026

তৃতীয়টো কাৰ্যসূচী হিচাপে আজি ১৯৫৩ চনত প্ৰতিষ্ঠিত হোৱা ঐতিহাসিক ৰাজবাৰী এথলেটিক ক্লাবৰ ৬৯ তম বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকোঁ। এই সভাত ক্লাবৰ সভাপতি হিচাপে মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াক মনোনীত কৰা হয়।

আজিৰ সভাত মাননীয় মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াৰ লগতে ক্লাৱৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।

📍মণিপুৰী বস্তি, ৰাজবাৰী (৩০ নং ৱাৰ্ড)

Vijay Gupta

31/05/2026

আজি দিনটোৰ দ্বিতীয় কাৰ্যসূচী হিচাপে ৩০ নং ৱাৰ্ডৰ বুথ নম্বৰ ১৮২ ত উপস্থিত থাকি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়াৰ "মন কী বাত" অনুষ্ঠানৰ ১৩৪ সংখ্যক খণ্ডটি
শ্ৰৱণ কৰিলোঁ ।

Narendra Modi
Himanta Biswa Sarma
Dilip Saikia

মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ Vijay Gupta ডাঙৰীয়াক আজি সুৱাগপুৰ উন্নয়ন সমিতিৰ ফালৰ পৰা তেখেতৰ অপ্...
31/05/2026

মধ্য গুৱাহাটী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ Vijay Gupta ডাঙৰীয়াক আজি সুৱাগপুৰ উন্নয়ন সমিতিৰ ফালৰ পৰা তেখেতৰ অপ্রতিৰোধ্য বিজয় আৰু অনাগত কাৰ্যকালৰ বাবে অভিনন্দন জনোৱা হয়।

এই অনুষ্ঠানত মোৰ সৈতে শুক্লেশ্বৰ মণ্ডলৰ সভাপতি শ্ৰী নব লহকৰ ডাঙৰীয়া, সুৱাগপুৰ উন্নয়ন সমিতিৰ সভাপতি শ্ৰী বিপুল কুমাৰ ভূঞা ডাঙৰীয়া, শ্ৰী অৰূপ চৌধুৰী ডাঙৰীয়া, উন্নয়ন সমিতিৰ সদস্যবৃন্দ তথা জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
Bharatiya Janata Party (BJP)

31/05/2026

Now the world trusts the weapons of India! 🇮🇳

At Armenia's Republic Day Military Parade...

🛡️ Akash Air Defense System
🚀 Pinaka rocket system
🎯 ATAGS 155mm Artillery Gun
📡 Swati Weapon Locating Radar

See, India's magnificent flight from " " to "Defend The World"...

Narendra Modi
Himanta Biswa Sarma

আজি অনুষ্ঠিত হৈ যোৱা Guwahati Municipal Corporation ৰ সাধাৰণ সভাত পৌৰ নিগমৰ এলেকাধীন চাৰিজন নৱ নিৰ্বাচিত বিধায়কক সম্বৰ্...
29/05/2026

আজি অনুষ্ঠিত হৈ যোৱা Guwahati Municipal Corporation ৰ সাধাৰণ সভাত পৌৰ নিগমৰ এলেকাধীন চাৰিজন নৱ নিৰ্বাচিত বিধায়কক সম্বৰ্ধনা জনোৱা হয়।

অনাগত দিনত বিধায়কসকলৰ সহযোগিতাত আমি সৰ্বাংগ সুন্দৰ মহানগৰ নিৰ্মাণ কৰিবলৈ সক্ষম হম বুলি আশা ৰাখিলোঁ।

Diplu Ranjan Sarma
Vijay Gupta
Pradyut Bordoloi

Good Morning ☕
29/05/2026

Good Morning ☕

28/05/2026

কথা দি কথা ৰাখিলে মাননীয় মুখ্যমন্ত্ৰীয়ে।

Himanta Biswa Sarma
Dilip Saikia

এয়া অসমৰ ইতিহাসত এক ঐতিহাসিক সিদ্ধান্ত। Himanta Biswa Sarma Dilip Saikia
28/05/2026

এয়া অসমৰ ইতিহাসত এক ঐতিহাসিক সিদ্ধান্ত।

Himanta Biswa Sarma
Dilip Saikia

🙏
27/05/2026

🙏

বিকশিত অসমৰ অনিৰুদ্ধ যাত্ৰা 📈

এসময়ত হিংসা, আন্দোলন আৰু অশান্তিৰ বাবে অসমে বহু মূল্যবান সময় হেৰুৱাবলগীয়া হৈছিল। ফলত আমাৰ উন্নয়নৰ গতি বহু বছৰ ধৰি স্থৱিৰ হৈ পৰিছিল। পিছে এতিয়া আমাৰ ৰাজ্যখন পুনৰ নতুন গতিৰে আগুৱাইছে ভৱিষ্যতৰ নতুন দিনলৈ। এতিয়া অসম দেশৰ ভিতৰতে দ্ৰুতগতিত আগুৱান ৰাজ্যসমূহৰ ভিতৰতে অন্যতম।

আমাৰ পৰৱৰ্তী লক্ষ্য 🎯২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ শক্তিশালী অৰ্থনীতিৰে সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা৷ এই লক্ষ্যত উপনীত হোৱাৰ দিশত আমাৰ সহযাত্ৰী আপোনালোক।

Assam lost out precious years due to violence & unrest which severely stunted our growth.

Not anymore- today we have regained our momentum and have become India's fastest growing State.

The next target is to take our economy to ₹10 lakh crore by 2028 .

Address

Gauhati

Telephone

+919435018851

Website

Alerts

Be the first to know and let us send you an email when Binita Dutta Chowdhury posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Binita Dutta Chowdhury:

Share