BJP Uttar Nalbari Mandal, Nalbari

BJP Uttar Nalbari Mandal, Nalbari Official page of BJP Uttar Nalbari Mandal

উত্তৰ নলবাৰী বাসী ৰাইজৰ যিসকলে মন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিব বিচাৰে তেখেতসকলক সাদৰ আমন্ত্ৰণ জনালোঁJayanta Mallabaruah Nan...
18/07/2026

উত্তৰ নলবাৰী বাসী ৰাইজৰ যিসকলে মন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিব বিচাৰে তেখেতসকলক সাদৰ আমন্ত্ৰণ জনালোঁ

Jayanta Mallabaruah
Nandalal Sarkar

ষষ্ঠদশ অসম বিধান সভাৰ প্রথম বার্ষিক বাজেট...Himanta Biswa Sarma Jayanta Mallabaruah
10/07/2026

ষষ্ঠদশ অসম বিধান সভাৰ প্রথম বার্ষিক বাজেট...

Himanta Biswa Sarma
Jayanta Mallabaruah

আজি ১১ বজাত অসম বিধানসভাত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডাঙৰীয়া...
10/07/2026

আজি ১১ বজাত অসম বিধানসভাত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডাঙৰীয়াই।
এই বৰ্ষৰ বাজেটতখনে সৰ্বসাধাৰণ ৰাইজক সুফল প্ৰদান কৰিব বুলি আশাবাদী

Jayanta Mallabaruah

23/06/2026

: Press Briefing after cabinet meeting

অহা ২১ জুন  ৰবিবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমাৰ উত্তৰ নলবাৰী মণ্ডলটো যোগাসন কৰিবলৈ মনস্থ কৰিছোঁ ৷গতিকে সকলোৱে ...
19/06/2026

অহা ২১ জুন ৰবিবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমাৰ উত্তৰ নলবাৰী মণ্ডলটো যোগাসন কৰিবলৈ মনস্থ কৰিছোঁ ৷
গতিকে সকলোৱে কাৰ্যকৰ্তা ও শুভাকাংক্ষীক নিম্ন উল্লেখিত স্থান আৰু সময়ত নিশ্চিত ভাৱে উপস্থিত থাকিবলৈ আহ্বান জনালোঁ।

স্থান - কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ( নমাটি)
সময়- ৰাতিপুৱা ৬ বজাত

ধন্যবাদ ____
নন্দলাল সৰকাৰ
সভাপতি, ভাজপা উত্তৰ নলবাৰী মণ্ডল

Himanta Biswa Sarma
Jayanta Mallabaruah
Jayanta Kumar Bujarbaruah
Nandalal Sarkar

13/06/2026

LIVE : Press Briefing after Cabinet Meeting .

05/06/2026

: মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰাৰ বাবে আয়োজিত সংবাদমেলত...

📍লোকসেৱা ভৱন, দিছপুৰ।

08/04/2026

এটা ভুল বুটামে অসমৰ বিকাশ স্থবিৰ কৰিব পাৰে......

08/04/2026

এটা ভুল বুটামে অসমৰ বিকাশ স্থবিৰ কৰিব পাৰে।

গতিকে নিজৰ বিবেকবান ভোটটি বিজেপি ক দিয়ক, আৰু অসমখনক আগুৱাই লৈ যাওঁক

Address

Uttar Nalbari
Nalbari

Alerts

Be the first to know and let us send you an email when BJP Uttar Nalbari Mandal, Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share