Dadhi Barman - Barkhetri LAC

Dadhi Barman - Barkhetri LAC Social Worker, Politician, Bharatiya Janata Party, Assam

22/05/2026
20/03/2026

#নাৰায়ণ ডেকা জিন্দাবাদ।

20/03/2026
19/01/2026

ছুইজাৰলেণ্ডৰ ডাভোছত ১৯–২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড ইকনমিক ফ’ৰামত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিব।

বিশ্বৰ আগশাৰীৰ নেতা, উদ্যোগী আৰু অৰ্থনীতিবিদসকলৰ সৈতে হোৱা আলোচনা-মত বিনিময়ে অসমৰ ঔদ্যোগিক বিকাশ আৰু বিনিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্ৰুত বিকাশমান অসমৰ অৰ্থনীতিয়ে এই বিশ্ব মঞ্চত এক শক্তিশালী উপস্থিতি লাভ কৰিব।
Himanta Biswa Sarma

Address

Damdama, Barkhetri
Nalbari
781312

Website

Alerts

Be the first to know and let us send you an email when Dadhi Barman - Barkhetri LAC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category