BJYM PUB Nalbari Mandal

BJYM PUB Nalbari Mandal জয় আই অসম

18/12/2017

বিজয় উল্লাস

14/12/2017
09/12/2017

অসমী আইৰ সু-সন্তান বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত সকলোৰে সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
স্থান - উজান বৰবড়ি, ভৱানীপুৰ
সময়- ৰাতিপুৱা ৯ বজাত

24/11/2017

"অাকৌ যদি যাব লাগে শৰাইঘাটলৈ,
লুইত পাৰৰ ডেকাবন্ধু নাথাকিবা ৰৈ......"
অসমৰ স্বাভিমান,মহান বীৰ লাচিত বৰফুকনক অাজিৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছো ।
তেখেতৰ বীৰত্ব, দেশপ্ৰেম, সাহস অাৰু ত্যাগ যুৱপ্ৰজন্মৰ বাবে হৈ উঠক প্ৰেৰণাৰ অমোঘ অস্ত্ৰ ।

অান্ধাৰৰ বুকু ভেদি অাকৌ এবাৰ পোহৰ বিৰিঙিব..সু্ন্দৰৰ বাটৰ হেঙাৰ অাকৌ আতৰিব ....

জাগা মোৰ দেশবন্ধু, জাগা দেশপ্ৰাণ..

10/11/2017
09/11/2017

Welcome to Yuva Morcha Pub Nalbari Mandal

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when BJYM PUB Nalbari Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM PUB Nalbari Mandal:

Share