Bhartiya janata party yuva morcha nalbari town mandal

Bhartiya janata party yuva morcha nalbari town mandal Bharatiya janata yuva morcha nalbari town mandal

Jayanta Mallabaruah Bedanta Kalita
01/03/2026

Jayanta Mallabaruah
Bedanta Kalita

01/03/2026
13/02/2026

যুৱ শক্তি ৰাষ্ট্ৰ শক্তি


আজি আমাৰ নলবাৰী টাউন মণ্ডল যুৱ মৰ্চা সমিতিৰ বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য আৰু আমন্ত্ৰিত সদস্য সকলৰ উপস্থিতিত বিষয়ববীয়া সভা যোগে আগন্তুক বিধানসভা নিৰ্বাচনত যুৱ মৰ্চাৰ কৰণীয় সন্দৰ্ভত পৰ্যালোচনা কৰো । এই সভাত আমাৰ মাজত জিলা বিজেপিৰ সভাপতি Jayanta Kumar Bujarbaruahডাঙৰীয়া আৰু বিজেপি নলবাৰী টাউন মণ্ডলৰ সভাপতি Anjan Deka ডাঙৰীয়াই আৰু নলবাৰী টাউন মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি Bedanta Kalitaডাঙৰীয়াই আমাক মাৰ্গ দৰ্শন দিয়ে ।।
Jayanta Mallabaruah

নলবাৰী টাউন মণ্ডল যুৱ মৰ্চাৰ সাংগঠনিক নিযুক্তি । আটাইলৈ আন্তৰিক অভিনন্দন ।।Jayanta Mallabaruah Jayanta Kumar Bujarbaruah...
11/02/2026

নলবাৰী টাউন মণ্ডল যুৱ মৰ্চাৰ সাংগঠনিক নিযুক্তি । আটাইলৈ আন্তৰিক অভিনন্দন ।।
Jayanta Mallabaruah
Jayanta Kumar Bujarbaruah
Bedanta Kalita

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নলবাৰী টাউন মণ্ডলৰ অন্তৰ্গত ৭নং ৱাৰ্ড আৰু ৯নং ৱাৰ্ডৰ যুৱ ইনচাৰ্জ আৰু নতুন ভোটাৰ স...
10/02/2026

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নলবাৰী টাউন মণ্ডলৰ অন্তৰ্গত ৭নং ৱাৰ্ড আৰু ৯নং ৱাৰ্ডৰ যুৱ ইনচাৰ্জ আৰু নতুন ভোটাৰ সকলৰ সৈতে চোতাল বৈঠকত মিলিত হৈ ভিন্ন দিশত পৰ্যালোচনা কৰা হৈ
এই বৈঠকত আমাৰ মাজত নলবাৰী টাউন মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি Bedanta Kalita ডাঙৰীয়া,বুথৰ সভাপতি আৰু শক্তিকেন্দ্ৰৰ আহ্বায়ক উপস্থিত থাকে ।।
Jayanta Mallabaruah

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নলবাৰী টাউন মণ্ডলৰ অন্তৰ্গত ৫ নং ৱাৰ্ড আৰু ৬ নং ৱাৰ্ডৰ যুৱ ইনচাৰ্জ আৰু নতুন ভোটাৰ...
09/02/2026

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নলবাৰী টাউন মণ্ডলৰ অন্তৰ্গত ৫ নং ৱাৰ্ড আৰু ৬ নং ৱাৰ্ডৰ যুৱ ইনচাৰ্জ আৰু নতুন ভোটাৰ সকলৰ সৈতে চোতাল বৈঠকত মিলিত হৈ ভিন্ন দিশত পৰ্যালোচনা কৰা হৈ
এই বৈঠকত আমাৰ মাজত নলবাৰী টাউন মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি Bedanta Kalita ডাঙৰীয়া,বুথৰ সভাপতি আৰু শক্তিকেন্দ্ৰৰ আহ্বায়ক উপস্থিত থাকে ।।
Jayanta Mallabaruah

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহাকালিৰ পৰা হʼবলগীয়া যুৱ মৰ্চা নলবাৰী টাউন মণ্ডলৰ চোতাল বৈঠক সন্দৰ্ভত সভা...
06/02/2026

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহাকালিৰ পৰা হʼবলগীয়া যুৱ মৰ্চা নলবাৰী টাউন মণ্ডলৰ চোতাল বৈঠক সন্দৰ্ভত সভাপতি Bedanta Kalita ডাঙৰীয়াই কিছু গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ আগবঢ়ায় ।।
Jayanta Mallabaruah
Jayanta Kumar Bujarbaruah

Jayanta Mallabaruah
14/01/2026

Jayanta Mallabaruah

"অগ্নি প্ৰজ্বলিতং বন্দে
চতুৰ্বেদং হুতাশনম্‌।
সুৱৰ্ণ-বৰ্ণমমলং
জ্যোতিৰূপায়তে নমঃ।।"

হেঁপাহৰ মাঘ বিহু উপলক্ষে সকলোকে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেজিৰ জুইত অসূয়া-অপ্ৰীতি, অসুখ-অশান্তি জাহ যাওক আৰু ৰাজ্যবাসীৰ জীৱন সুখ-শান্তি-সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰক - মকৰ সংক্ৰান্তিৰ আজিৰ এই শুভ দিনটোত তাকেই কামনা কৰিছোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গʼল । যুৱ মৰ্চা নলবাৰী টাউন মণ্ডলৰ ব...
05/01/2026

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা আজি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গʼল । যুৱ মৰ্চা নলবাৰী টাউন মণ্ডলৰ বিষয়ববীয়া অৰ্চনা বৰ্মনৰ আকস্মিক বিয়োগত মৰ্মাহত হৈছোঁ । প্ৰয়াত অৰ্চনা বৰ্মনৰ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ ।। 🙏
Jayanta Mallabaruah

ইংৰাজী নতুন বছৰত আপোনাৰ লগতে পৰিয়ালৰ সমূহ সদস‍্যলৈ অন্তহীন শুভেচ্ছা জনালো আনন্দৰে ভৰি পৰক জীৱন ‍।Jayanta Mallabaruah
01/01/2026

ইংৰাজী নতুন বছৰত আপোনাৰ লগতে পৰিয়ালৰ সমূহ সদস‍্যলৈ অন্তহীন শুভেচ্ছা জনালো আনন্দৰে ভৰি পৰক জীৱন ‍।
Jayanta Mallabaruah

Address

Near Barama Tempo Stand (sonpur)
Nalbari

Alerts

Be the first to know and let us send you an email when Bhartiya janata party yuva morcha nalbari town mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share