Again Narayan Deka

Again Narayan Deka নাৰায়ণ ডেকা, প্ৰাক্তন বিধায়ক, (৬০ নং বৰক্ষেত্ৰী সমষ্টি), অধ্যক্ষ, জিএমডিএ।

২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ তত্বাৱধায়ক হিচাপে নাৰায়ণ ডেকা দেৱে আজি পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত বাগানপাৰা মণ্ডলৰ ২১০ ...
29/07/2025

২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ তত্বাৱধায়ক হিচাপে নাৰায়ণ ডেকা দেৱে আজি পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত বাগানপাৰা মণ্ডলৰ ২১০ নং বিষ্ণুপুৰ বুথ আৰু ২৪৩ নং শৰণীয়া চুপা বুথত বুথ সভাপতি তথা বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হয় লগতে আগন্তুক BTR নিৰ্বাচনৰ সম্পৰ্কত বুথৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে।

বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক নাৰায়ণ ডেকা দেৱৰ ২১ বছৰীয়া বিবাহ বার্ষিকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
23/04/2021

বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক নাৰায়ণ ডেকা দেৱৰ ২১ বছৰীয়া বিবাহ বার্ষিকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি বৰক্ষেত্ৰী বিধান সভা সমষ্টি ৰ বিধ...
20/04/2021

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি বৰক্ষেত্ৰী বিধান সভা সমষ্টি ৰ বিধায়ক নাৰায়ণ ডেকা দেৱে তেখেতৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনাই।

05/04/2021

বৰক্ষেত্ৰীৰ
ব্ৰেকিং নিউজ
টকা বিলাবলৈ যোৱা 90 নং বুথৰ কংগ্ৰেছ দলৰ মেম্বাৰক মহিলাই আটক কৰি পুলিচৰ হাতত গতাই দিয়ে।

05/04/2021
04/04/2021

#বৰক্ষেত্ৰী_সমষ্টিটো সংখ্যালঘু প্ৰধান সমষ্টি। তৎসত্তেওঁ BJPৰ নাৰায়ণ ডেকাৰ সভাত অগণন মানুহ।ৰেলী আৰু সভাৰ জনসমুদ্ৰৰ জৰিয়তে এক প্ৰকাৰ কৈ দিব পৰা হৈছে।

মানুহ দেখিছো আজি বহুত মানুহ।ধন্যবাদ বৰক্ষেত্ৰীবাসী।বিজেপি জিন্দাবাদনাৰায়ণ ডেকা জিন্দাবাদ।
04/04/2021

মানুহ দেখিছো আজি বহুত মানুহ।
ধন্যবাদ বৰক্ষেত্ৰীবাসী।

বিজেপি জিন্দাবাদ
নাৰায়ণ ডেকা জিন্দাবাদ।

আহি আছে গুৰুজী.........অহাকালি দিনৰ ১২ বজাত সন্মানীয় নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকালমুৱাৰ দেশভক্ত ময়দানত...
03/04/2021

আহি আছে গুৰুজী.........

অহাকালি দিনৰ ১২ বজাত সন্মানীয় নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকালমুৱাৰ দেশভক্ত ময়দানত উপস্থিত থাকিব।

সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হল।

অহা কালি দিনৰ ১১বজাত আহি আছে মুকালমুৱা দেশভক্ত ময়দানলৈ  #মিঠুন_চক্ৰৱৰ্ত্তী PUNCH মাৰিবলৈ কংগ্ৰেছৰ মুখলৈ। #নাৰায়ন_ডেকা_জি...
03/04/2021

অহা কালি দিনৰ ১১বজাত আহি আছে মুকালমুৱা দেশভক্ত ময়দানলৈ #মিঠুন_চক্ৰৱৰ্ত্তী PUNCH মাৰিবলৈ কংগ্ৰেছৰ মুখলৈ।
#নাৰায়ন_ডেকা_জিন্দাবাদ।
#ড°হিমন্ত_বিশ্ব_শৰ্মা_জিন্দাবাদ।
#সৰ্বানন্দ_সোনোৱাল_জিন্দাবাদ।

Address

Nalbari
781126

Website

Alerts

Be the first to know and let us send you an email when Again Narayan Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share